লাখ লাখ মহিলালৈ ভাল খবৰ

ৰাজ্যৰ লাখ লাখ মহিলালৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মহিলাসকলক বিনামূলীয়াকৈ দিব মোবাইল।
মহিলাসকলৰ বাবে নতুন আঁচনি আনিব চৰকাৰে।
মহিলাসকলক বিনামূলীয়া মোবাইল দিয়াৰ পৰিকল্পনা চৰকাৰ।
‘ভগৱানে শক্তি দিলে শীঘ্ৰে মহিলাসকলক দিম মোবাইল।
নিৰ্বাচনী সভাত মহিলাক উদ্দেশ্যি এই ঘোষণা মুখ্যমন্ত্ৰীৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *