ভকতগাঁৱৰ উচ্ছেদিতই মাটিত ভাগৰি ভাগৰি কান্দোনৰ ৰোল

ৰূপহীহাটৰ ভকতগাঁৱৰ উচ্ছেদিতই মাটিত ভাগৰি ভাগৰি কান্দোনৰ ৰোল।

৩৫ বছৰৰ পৰা বসবাস কৰিছিল ভকতগাঁৱৰ চৰকাৰী ভূমিত।

আজি প্ৰশাসনে ভাঙি দিলে বাসগৃহ যাৰ কাৰণে মাটিত ভাগৰি ভাগৰি কান্দোনত ভাগি পৰিল উচ্ছেদিত মহিলাই।

আমাক মাৰি পেলাওক আমাৰ যাবলৈ জেগা নাই মোৰ মা দেউতা কোনো নাই।

লোকৰ ঘৰত কাম কৰি ঘৰখন বনাইছিলোঁ আজি চৰকাৰে উচ্ছেদ কৰিলে যাৰ কাৰণে কান্দোনত ভাগি পৰিল।

চৰকাৰক মাটি দিবলৈ কান্দি কান্দি আহ্বান জনালে উচ্ছেদিত মহিলাই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *