পুনৰ ভয়ংকৰ ৰে’ল দু*ৰ্ঘটনা

এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। দক্ষিণ মেক্সিকোত এখন ৰে’ল লাইনচ্যুত হৈ কমেও ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৯৮ জন আহত হয়। ইয়াৰ ফলত ব্যাহত হৈ পৰিছে প্ৰশান্ত মহাসাগৰক মেক্সিকো উপসাগৰৰ সৈতে সংযোগ কৰা ৰে’লপথৰ যাতায়ত ।বিষয়াসকলে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ৰে’লখনত ২৪১ জন যাত্ৰী আৰু ৯ জন চালক দলৰ সদস্য আছিল। ২০২৩ চনত এই ট্ৰেন্সঅ’চেনিক ৰে’লখন উদ্বোধন কৰিছিল তেতিয়াৰ ৰাষ্ট্ৰপতি আন্দ্ৰেছ মেনুৱেল লোপেজ অব্ৰাডৰে।
বিষয়াসকলে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ৰে’লখনত ২৪১ জন যাত্ৰী আৰু ৯ জন চালক দলৰ সদস্য আছিল।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *