আপুনিও অমৰনাথ যাত্ৰালৈ যাব বিচাৰিছে নেকি

আজিৰে পৰা আৰম্ভ হ’ল অমৰনাথ যাত্ৰা। জম্মুৰ পৰা প্ৰথমটো দল ৰাওনা হ’ল অমৰনাথলৈ। জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই জম্মুৰ পৰা অমৰনাথ যাত্ৰাৰ বাবে প্ৰথমটো তীৰ্থযাত্ৰীৰ ফ্লেগ অফ কৰে।কটকটীয়া নিৰাপত্তাৰ মাজেৰে লখানপুৰৰ পৰা জম্মুৰ ভাগৱতী নগৰ ঘাটি শিবিৰলৈ ৰাওনা হ’ল অমৰনাথ যাত্ৰী দলটো। ভাগৱতী নগৰ ঘাটি শিবিৰৰ পৰাই হিমালয়ত অৱস্থিত অমৰনাথলৈ যাত্ৰা কৰিব দলটোৱে। ৯ আগষ্টত এই যাত্ৰাৰ সামৰণি পৰিব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *