মুখ্যমন্ত্রীৰ সংবাদমেলৰ প্রত্যুত্তৰ গৌৰৱ গগৈৰ

ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্রীৰ সংবাদমেলৰ প্রত্যুত্তৰ গৌৰৱ গগৈৰ। সংবাদমেল সম্বোধন কৰি তেওঁ কয় , ” আমি আইনী প্রক্রিয়া সম্পূৰ্ণ কৰি পাকিস্তান ভ্রমণলৈ গৈছিলো। নিৰাপত্তা সম্পৰ্কীয় নিশ্চিতি প্রদান কৰা ছীল-মোহৰ লগাইহে পাকিস্তানলৈ গৈছিলো।

২০১৪ত মোৰ পাকিস্তান ভ্রমণৰ বিষয়ে অৱগত আছিল কেন্দ্রীয় চৰকাৰ…সাংসদ হোৱাৰ পিছত মই পাছপ’ৰ্ট জমা দি ডিপ্লোমেটিক পাছপ’ৰ্ট লৈছিলো। মোৰ পত্নীয়ে ২০১২চনত এবছৰৰ বাবে পাকিস্তানত আছিল। সেই কথাও মই স্পষ্টভাৱে জনাইছিলো।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *