ৰাইজ মাজত উত্তেজনা , প্ৰতিবাদী কাৰ্য্যসূচী

119

নাজিৰাৰ শিমলুগুৰি বাঁহগড়া অঞ্চলৰ অভিযোগ অনুসৰি প্ৰায় ৬ কোটিকৈ টকা আৱণ্টন হোৱাৰ পিছত নিৰ্বাচনৰ আগত কেইদিন মান কাম কৰিয়েই দায়িত্ব সামৰিলে PWD বিভাগে |

পথচোৱাৰ এনে অৱস্থাৰ বাবে এতিয়া ৰোগী কঢ়িয়াই অনা এখন বেটাৰী ৰিক্সা বাগৰি পৰাত স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে |

দৈনিক পথচোৱাত শতাধিক ডাম্পাৰ চলাচল কৰা বাবেই পথচোৱা অধিক বিধ্বস্ত হৈছে বুলি ৰাইজে অভিযোগ কৰিছে |চৰকাৰ তথা PWD বিভাগে পথচোৱা মেৰামতি নকৰিলে তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে |