উৎকট গৰমৰ বাবে সলনি হ’ল চাহ বাগিছাৰ দৈনিক কৰ্মসূচী

গৰমে দহিছে ৰাজ্যবাসীক। উৎকট গৰমৰ বাবে সলনি হল চাহ বাগিছাৰ দৈনিক কৰ্মসূচী। এতিয়াৰে পৰা পুৱা ৬ বজাৰ পৰা বিয়লি ২বজালৈ চাহ বাগানত কাম কৰিব লাগিব চাহ শ্রমিকে। অসম চৰকাৰৰ শ্রমিক কল্যাণ বিভাগে জাৰি কৰিছে এই নির্দেশনা।অসম চৰকাৰৰ শ্রমিক কল্যাণ বিভাগে জাৰি কৰিছে এই নির্দেশনা ।পূৰ্বে চাহ বাগিছাত কাম কৰা শ্ৰমিকৰ দৈনিক কৰ্মসুচী ৰাতিপুৱা ৮বজাৰ পৰা আবেলি ৪ বজালৈ আছিল।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *