T20 বিশ্বকাপৰ Super 8ত প্ৰৱেশ ইংলেণ্ডৰ

53

T20 বিশ্বকাপৰ Super 8ত প্ৰৱেশ ইংলেণ্ডৰ।

৪ খন মেচত ৫ পইণ্ট সংগ্ৰহেৰে Super 8ৰ যোগ্যতা অৰ্জন।

স্কটলেণ্ডৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ জয়ৰ পিছতে নিশ্চিত হ’ল ইংলেণ্ডৰ স্থান।

৪ খন মেচৰ পৰা ইংলেণ্ড-স্কটলেণ্ডে লাভ কৰিছিল ৫ পইণ্টকৈ।

নেট ৰান ৰেট অধিক হোৱা বাবে Super 8ত প্ৰৱেশ ইংলেণ্ডৰ।