আজি CBI আদালতত হাজিৰ চুমি বৰা

নিয়মীয়া শুনানিৰ বাবে আজি CBI আদালতত হাজিৰ চুমি বৰা।
চানমাৰিৰ CBI কোৰ্টৰ পৰা বিশেষ আদালতত উপস্থিত ট্ৰেডিং গোচৰত অভিযুক্ত চুমী বৰা।
ইতিমধ্যে CBIয়ে আদালতত দাখিল কৰিছে গোচৰটোৰ চার্জশ্বীট ।
শীঘ্ৰে CBI-এ আদালতত আৰম্ভ কৰিব সাক্ষীৰ ষ্টেটমেণ্ট ৰেকৰ্ডৰ প্ৰক্ৰিয়া।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *