SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰথমটো গোচৰৰ অভিযোগনামা দাখিল

SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰথমটো গোচৰৰ অভিযোগনামা দাখিল। লখিমপুৰত ৰুজু হোৱা ৯৬/২০২৩ গোচৰৰ অভিযোগনামা দাখিল। অভিযোগনামাত ৪টা অভিযুক্তৰ নাম উল্লেখ CBIৰ। অভিযুক্তকেইটা নুৰ মহম্মদ, আজিজুৰ ৰহমান, ৰিয়াজুল ইছলাম, মজিবুৰ ৰহমান। CBI-এ দাখিল কৰিলে অভিযোগনামা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *