গুৱাহাটীলৈ আহিব চাকিৰা: মুখ্যমন্ত্ৰী

গুৱাহাটীলৈ আহিব প্ৰখ্যাত সংগীত শিল্পী চাকিৰাক। এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ সংবাদ মাধ্যমৰ আগত কয়, গুৱাহাটীত চাকিৰাক অনা হ’ব। আহি বছৰ বা দুবছৰ পিছত চাকিৰাক অনাৰ মন আছে। এনে অনুষ্ঠান ডিব্ৰুগড় আৰু শিলচৰত হ’ব। ” বিশ্ব স্বীকৃত শিল্পী। তেওঁ বিশ্বৰ ৫ জন টপ আৰ্টিষ্টৰ ভিতৰত পষ্ট মেলন এজন। অসমত কেতিয়াও গ্লোৱেল আৰ্টিষ্ট অহা নাছিল। আজিৰ অনুষ্ঠান চাবলৈ আমেৰিকা, ইংলেণ্ডৰ পৰা মানুহ আহিছে। ই অৰ্থনীতি সহায় কৰিব। এই অনুষ্ঠানত অসম চৰকাৰে আৰ্থিক অৰিহণা যোগোৱা নাই। এক টকাও আগবঢ়াব নালাগে।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *