অৱশেষত মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে

অৱশেষত মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে। আজি পুৱা গুৱাহাটীৰ এটা চিনেমা হলত পুৱা ৪.২৫ বজাত প্ৰথম দৰ্শনী হয়।অৱশেষত মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে। আজি পুৱা গুৱাহাটীৰ এটা চিনেমা হলত পুৱা ৪.২৫ বজাত প্ৰথম দৰ্শনী হয়।তথ্য অনুসৰি, আজি দেশৰ ১৪৩ টা ছবি গৃহত ৰৈ ৰৈ বিনালেৰ ৬৬৪ দৰ্শনী হ’ব। অসমৰ ৫৩টা চিত্ৰগৃহত দৈনিক ৪৩৩টা দৰ্শনী অনুষ্ঠিত হ’ব। অসমৰ বাহিৰে ৯০ টা ছবি গৃহত দৈনিক ২৩৪ টা দৰ্শনী। মুঠতে আগন্তুক কেইটামান দিনৰ বাবে লাখ লাখ মানুহে চাব হেঁপাহৰ শিল্পীগৰাকীৰ শেষৰখন ছবি। উল্লেখ্য যে, ৰাজেশ ভূঞাৰ পৰিচালনাৰে জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’। জুবিনে অসমীয়া চিনেমাক লৈ বহু সপোন দেখিছিল, তেওঁ কৈছিল এদিন অসমত কেৱল অসমীয়া চিনেমাই চলিব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *