মহাকাশৰ পৰা পৃথিৱীলৈ উভতিল শুভাংশু শুক্লাৰ সৈতে ৩ মহাকাশচাৰী। প্ৰশান্ত মহাসাগৰৰ পৰা সুকলমে উদ্ধাৰ ড্ৰেগন কেপছুল। কেলিফৰ্ণিয়াৰ উপকূলত অৱতৰণ কৰিলে ড্ৰেগন কেপছুল। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত ৪ মহাকাশচাৰী কটালে ১৮টা দিন।
ভাৰতৰ বাবে গৌৰৱৰ ক্ষণ