দৰ্শকক মুহিলে পষ্ট মেলনে

সংগীতৰ মায়াজালেৰে দৰ্শকক মুগ্ধ কৰিলে প’প ষ্টাৰ পষ্ট মেলনে। দেশৰ ভিতৰতে প্ৰথম পপষ্টাৰ প’ষ্ট মেলনৰ একক লাইভ কনচাৰ্টৰ সুৰৰ মুৰ্চনা তুলিলে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত। ৰেপ সংগীতৰ মায়াসনা সন্ধিয়াৰ আমেজ ল’লে ২৩  হাজাতকৈ অধিক সংগীতপ্ৰেমীয়ে। জুবিন গাৰ্গক স্মৰণ কৰি জুবিন গাৰ্গৰ ভূমিত অহাত বিশেষ গৌৰৱ অনুভৱ কৰিছোঁ বুলি মন্তব্য কৰে পষ্ট মেলনে।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *