NHPC ৰ বিৰুদ্ধে লখিমপুৰত তীব্ৰ প্ৰতিবাদ

NHPC ৰ বিৰুদ্ধে লখিমপুৰত তীব্ৰ প্ৰতিবাদ AJYP ৰ ‌।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ পৰিষদ (AJYP) উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে লখিমপুৰ নগৰৰ জিলা ন্যায়ালয়ৰ সন্মূখত কেন্দ্রীয় শক্তি মন্ত্ৰী, শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ লগতে বিধায়ক ভূৱন পেগুৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰী সকলে চৰকাৰ তথা NHPC ৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *