ড্ৰ’ন আক্ৰমণত দুজন ভাৰতীয় নাগৰিক নিহত

ওমানৰ সোহৰত শুকুৰবাৰে ড্ৰ’ন আক্ৰমণত দুজন ভাৰতীয় নাগৰিক নিহত হোৱাৰ লগতে ১০ জন আহত হয় ৷ ২৮ ফেব্ৰুৱাৰীৰ পৰা ইৰাণ-আমেৰিকা-ইজৰাইলৰ সংঘাত আৰম্ভ হোৱাৰ পিছত স্থল অঞ্চলত ভাৰতীয় লোকৰ মৃত্যুৰ এয়া প্ৰথম ঘটনা ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব (উপসাগৰীয়) অসীম মহাজনে মহাজনে পশ্চিম এছিয়াত চলি থকা সংকটৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে ওমানত দুজন ভাৰতীয়ৰ মৃত্যু হোৱাটো নিশ্চিত কৰে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *