জলবিদ্যুৎ প্ৰকল্পত অঘটন

গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অঘটন।

কাম কৰি থকা অৱস্থাত ওপৰৰ পৰা তলত পৰি মৃত্যুক সাৱতিলে এজন শ্ৰমিকে।

শ্ৰমিকগৰাকীৰ নাম অবিনাশ দলে।

চেফটি বেল্ট খুলি পৰাৰ ফলত এই অঘটন।
মৃত শ্ৰমিকজনৰ ঘৰ গোগামুখৰ মিংমাঙত।
এতিয়ালৈকে এই জলবিদ্যুৎ প্ৰকল্পত ১৬জন লোকৰ মৃত্যু হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *