প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত নতুন ফুলৰ প্ৰজাতি আৱিষ্কাৰশিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে Osbeckia ৰ এটা নতুনকৈ আৱিষ্কৃত প্ৰজাতিক zubeengargiana বুলি নামাকৰণ কৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপিকা নমিতা নাথ আৰু গৱেষক বৰ্ণালী দাস কেৰেলাৰ এন এছ এছ কলেজৰ ড° প্ৰবোশ পুলপ্ৰাৰ সহযোগত এই উদ্ভিদ প্ৰজাতি আৱিষ্কাৰ কৰে। গৱেষকসকলে মানস ৰাষ্ট্ৰীয় উদ্যানত উদ্ভিদবিধ আৱিষ্কাৰ কৰিছে।
জুবিন গাৰ্গৰ নামত নতুন ফুলৰ প্ৰজাতি আৱিষ্কাৰ
