NCERTৰ কিতাপৰ পৰা বিলুপ্ত হ’ব INDIA শব্দ

NCERTৰ কিতাপৰ পৰা বিলুপ্ত হ’ব INDIA শব্দ। INDIAৰ সলনি সকলো কিতাপত ‘ভাৰত’ লিখাৰ সিদ্ধান্ত NCERTৰ। পাঠ্যপুথি সংশোধন সম্পৰ্কত গঠিত পেনেলে দিছিল ইয়াৰ প্ৰস্তাৱ। প্ৰস্তাৱত অনুমোদন জনাইছে NCERT-এ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *