নিষিদ্ধ হেৰ’ইনসহ চুবুৰীয়া ৰাজ্য মিজোৰামত এগৰাকী মহিলা আৰু দুজন ম্যানমাৰৰ নাগৰিকক আটক কৰিছে অসম ৰাইফলছ আৰু মিজোৰাম আৰক্ষীয়ে । ধৃত ম্যানমাৰৰ নাগৰিক দুজন লাল বিয়াক লিয়ান আৰু মালশ্বম জুৱালী বুলি চিনাক্ত কৰা হৈছে । মিজোৰাম আৰক্ষীয়ে মিজোৰামৰ লু্ংলেই জিলাত যুটীয়া অভিযান চলাই ম্যানমাৰৰ নাগৰিক দুজনৰ পৰা হেৰ’ইনভৰ্তি ৮ টা চাবোনৰ বাকচ জব্দ কৰে।
মিজোৰামত ম্যানমাৰৰ নাগৰিকক আটক
