প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিন মন্ত্ৰী হ’ল

প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিন মন্ত্ৰী হ’ল ৷ তেলেংগানাত শাসনাধিষ্ঠ কংগ্ৰেছ চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীৰূপে আজি অৰ্থাৎ শুকুৰবাৰে শপত ল’লে প্ৰাক্তন ক্ৰিকেটাৰ, ধাৰাভাষ্যকাৰ মহম্মদ আজহাৰুদ্দিনে ৷তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিনক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিবলৈ ৰাজ্যৰ কংগ্ৰেছ চৰকাৰখনে লোৱা সিদ্ধান্তই তেলেংগানাৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *