দীপাৱলী উপলক্ষে গোৱাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী

দীপাৱলী উপলক্ষে গোৱাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। নৌসেনাৰ জোৱানৰ সৈতে এই উৎসৱ উদযাপন কৰে প্ৰধানমন্ত্ৰী। INS বিক্ৰান্তত জোৱানসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানলৈ বাৰ্তা প্ৰেৰণ কৰে। তেওঁ কয়, “আমাৰ তিনি সশস্ত্ৰ বাহিনীৰ মাজত অসাধাৰণ সমন্বয়ৰ বাবে পাকিস্তানে অভিলেখ সময়ত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল।”

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *