LMC ত ওলাল নৱজাতক চোৰ



◾এইবাৰ LMC ত ওলাল নৱজাতক চোৰ !

◾লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ওলাইছে নৱজাতক চোৰ

◾ মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ত ওলাইছে এই নৱজাতক চোৰ।

◾চিকিৎসকৰ ৰূপত অচিনাক্ত লোক প্ৰৱেশ কৰি সংঘটিত কৰে এই দুষ্কাৰ্য্য

◾ৰোগীৰ আত্মীয়ই আটক কৰি লোক জনক গতালে আৰক্ষীক


◾লীলাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোক জনক ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *