বিশ্ব পৰ্যটন মানচিত্ৰত উজ্বল কাজিৰঙা, বিদেশী পৰ্যটকৰ আগমন ১২৭ শতাংশ বৃদ্ধি

অসমৰ পর্যটন সম্ভাৱনা আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত বৃদ্ধি পোৱা বিশ্বব্যাপী আস্থা প্ৰতিফলিত হৈছে কাজিৰঙাত অৱস্থিত লানি নিছিগা সোঁতৰ পৰা আগন্তুক বিদেশী পৰ্যটকৰ উপস্থিতিৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই আগ্ৰহক ঐতিহাসিক অধ্যায় হিচাপে উল্লেখ কৰিছে, ফলশ্ৰুতিত ছ’চিয়েল মিডিয়াত বিশেষ প’ষ্ট প্ৰসাৰিত কৰিছে। ১.৫ লাখতকৈ অধিক পৰ্যটকৰ মাজত প্ৰায় ৭ হাজাৰ বিদেশী লোকৰ উপস্থিতি কাজিৰঙাৰ গ্লোবেল গুৰুত্বত নতুন মাত্রা যোগ কৰিছে। ইউৰোপ, ৰাছিয়া আৰু জাৰ্মানী যেনেৰ পৰা অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি সন্দৰ্ভত উদ্যান কৰ্তৃপক্ষ আশাবাদী যে এই বৃদ্ধি ৰাজ্যখনৰ পৰ্যটন অৰ্থনীতিৰ শক্তিৰ উপৰিও এনে অৱস্হা সৃষ্টিত সহায় কৰিব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *