ভাৰতীয় সেনাৰ বৃহৎ সফলতা

সোমবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ হৰৱানৰ লিদৱাস অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অপাৰেচন মহাদেৱ আৰম্ভ কৰিছে ভাৰতীয় সেনাই। এই অভিযানৰ সময়ত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী সংঘটিত হয়। অৱশ্যে নিৰাপত্তা বাহিনীয়ে যথেষ্ট সফলতা অৰ্জন কৰাৰ খবৰ পোৱা গৈছে। অপাৰেচন মহাদেৱত ৩ জন সন্ত্ৰাসবাদী নিহত হৈছে। লগতে কোৱা হৈছে যে পহলগামত সংঘটিত আক্ৰমণৰ লগত নিহত তিনি সন্ত্ৰাসবাদী জড়িত থকাৰো সন্দেহ কৰা হৈছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *