প্ৰতিৰক্ষা ক্ষেত্ৰত আৰু এখোজ আগুৱালে ভাৰত। ভাৰতৰ এই শক্তি দেখি এতিয়া থৰ থৰকৈ কপিঁছে পাকিস্তান। এতিয়াৰে পৰা ভাৰতে চলন্ত ৰে’লৰ পৰাও নিক্ষেপ কৰিব পাৰিব মিছাইল। ভাৰতীয় ৰেলৱে আৰু ভাৰতীয় সেনাই ভাৰতীয় ৰেলৱে আৰু ভাৰতীয় সেনাই যুটীয়াভাৱে এই সফল পৰীক্ষণ সম্পন্ন কৰিছে। শেহতীয়াকৈ ভাৰতীয় সেনাই ৰেলত সংস্থাপন কৰা মিছাইলৰ সফলৰ পৰীক্ষণ সম্পন্ন হৈছে। এই মিছাইলে ২০০০কিলোমিটাৰ নিলগত থকা লক্ষ্যভেদ কৰিবলৈ সক্ষম হ’ব।
প্ৰতিৰক্ষা ক্ষেত্ৰত আৰু এখোজ আগুৱালে ভাৰত
