HSLC পৰীক্ষাক লৈ ছেবাৰ নতুন নিৰ্দেশনা। ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত হ’ব HSLC পৰীক্ষা।OBJECTIVE প্ৰশ্নত থাকিব মুঠ নম্বৰৰ ৫০%। OMR শ্বীটত শিক্ষাৰ্থীয়ে দিব লাগিব উত্তৰ। বাকী ৫০% উত্তৰবহীত পূৰ্বৰ দৰে লিখিব লাগিব । ১৬টা পৃষ্ঠাৰ উত্তৰবহী যোগান ধৰা হ’ব শিক্ষাৰ্থীক। ইংৰাজী, গণিত, সমাজ বিজ্ঞান, বিজ্ঞানৰ বাবে প্ৰযোজ্য হ’ব এই নিয়ম।
