ভাৰতৰ বাবে ভাল খবৰ

ভাৰত নহয় এখন বিদেশীৰ ৰাষ্ট্ৰৰ হৈ কাম কৰিব ছাৰা তেণ্ডুলকাই। এই প্ৰজেক্টৰ বাবে ভাৰতীয় মুদ্ৰাত প্ৰায় ১১৩৭ কোটি টকা খৰচ হ’ব বুলি কোৱা হৈছে! ক’ব পাৰি যে ছাৰাৰ কান্ধত ডাঙৰ দায়িত্ব।মডেলিঙৰ সমান্তৰালভাৱে ছাৰাই আৰম্ভ কৰিছে নিজৰ ব্যৱসায়। ই-গেমত এটা দল ক্ৰয় কৰি তেওঁ সকলোকে আচৰিত কৰি তুলিছিল। ইয়াৰ সমান্তৰালভাৱে এইবাৰ নতুন ভূমিকাত দেখা যাব ছাৰা টেণ্ডুলকাৰক।এইবাৰ অষ্ট্ৰেলিয়াৰ পৰ্যটনক প্ৰচাৰ কৰিব ছাৰা টেণ্ডুলকাৰে। দেশখনৰ বাবে নতুন টুৰিজিম কেম্পেইন আৰম্ভ হ’বলৈ গৈ আছে। এই কেম্পেইনত বহু দেশৰ লোকে অংশগ্ৰহণ কৰিব। তাৰে মাজৰ এগৰাকী হৈছে ভাৰতৰ ছাৰা তেণ্ডুলকাৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *