অসমত তীব্ৰ ভূমিকম্পৰ জোকাৰণি

অসমত তীব্ৰ ভূমিকম্পৰ জোকাৰণি। অসমৰ লগতে বাংলাদেশ, চীন, ম্যানমাৰ আদিতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় বুলি জানিব পৰা গৈছে।ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল অসমৰ বিভিন্ন প্ৰান্ত। ১৪ ছেপ্টেম্বৰৰ বিয়লি ৪.৪১ মিনিটত এই ভূমিকম্প হয়। এই ভূমিকম্প অতি প্ৰৱল আছিল।ৰ বিপৰীতে এই ভূমিকম্পৰ অভিকেন্দ্ৰ অসমৰ ওদালগুৰিৰ পৰা ১৫ কিলোমিটাৰ গভীৰতাত।অসমৰ বিভিন্ন প্ৰান্তত চলি থকা বৰষুণৰ মাজতে হোৱা এই ভূমিকম্পই মানুহক শংকিত কৰিছে। নামনি অসমৰ পৰা উজনি অসমৰ প্ৰায় প্ৰতিটো প্ৰান্ততে জোকাৰণি অনুভূত হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *