ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান

ড্ৰাগছৰ বিৰুদ্ধে শিলচৰ আৰক্ষীৰ অৱ্যাহত আছে ধাৰাবাহিক অভিযান । গোপন তথ্যৰ ভিত্তিত শিলচৰ সদৰ থানাৰ টি এচ আই সুভজিত দত্তৰ নেতৃত্বত আৰক্ষীৰ দল এটাই শিলচৰ ৰেল ষ্টেচনৰ ওচৰত অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।এই অভিযানত তেওঁলোকৰ পৰা হেৰ’ইন ভৰ্তি পাঁচটা চাবোনৰ বাকচ জব্দ কৰে । বাকচকেইটাৰ পৰা ৫৮ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *