ড্ৰাগছ বিৰোধী বৃহৎ সফলতা

ড্ৰাগছ বিৰোধী অভিযানত ডাঙৰ সফলতা লাভ কৰিছে গুৱাহাটী আৰক্ষীয়ে। লতাশিল আৰক্ষীৰ এটা দলে তিনি ঠাইত চলাইছিল এই অভিযান।
এই অভিযানত খানাপাৰা দেবানগৰৰ ৰাজদ্বীপ চুংক্ৰাং নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা ২ পেকেট হেৰ’ইন (১০.৮২গ্ৰাম আৰু ১১.৭৪গ্ৰাম) আৰু নগদ ১,১৫০ টকা জব্দ কৰে। ইয়াৰ লগতে এখন ভঙা নম্বৰ প্লেট থকা স্কুটিও জব্দ কৰাৰ কথা সদৰী কৰিছে আৰক্ষীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *