CIDৰ কাৰ্যালয়ত আধাঘণ্টা ধৰি প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আলমক জেৰা

CIDৰ কাৰ্যালয়ত আধাঘণ্টা ধৰি প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আলমক জেৰা। জেৰাৰ অন্তত যাবলৈ দিয়া হয় CIDৰ কাৰ্যালয়ৰ পৰা। CIDৰ কাৰ্যালয়ৰ পৰা ওলায়েই চৰকাৰৰ বিৰুদ্ধে সৰৱ জুবেইৰ আলম। ৩ অক্টোবৰৰ পৰা হ’বলগীয়া প্ৰদেশ যুৱ কংগ্ৰেছৰ যুৱ যাত্ৰা ৰেলী বন্ধ কৰাৰ উদ্দেশ্যে এনে ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *