ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

আদানী-হিণ্ডেনবাৰ্গ গোচৰৰ তদন্তৰ বাবে গঠন হ’বলগীয়া তদন্ত সমিতিত নাম অন্তৰ্ভূক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

আদানী-হিণ্ডেনবাৰ্গ গোচৰৰ তদন্তৰ বাবে গঠন হ’বলগীয়া তদন্ত সমিতিত নাম অন্তৰ্ভূক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ত মুখ থেকেচা কেন্দ্ৰীয় চৰকাৰৰ। আদানী গ্ৰুপ-হিণ্ডেনবাৰ্গ বিষয়টো পৰীক্ষা কৰিবলৈ গঠন হ’বলগীয়া সমিতিখনত অন্তৰ্ভূক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰি বিশেষজ্ঞৰ নাম খাৰিজ সৰ্বোচ্ছ ন্যায়ালয়ৰ। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰই পৰামৰ্শ দিয়াৰ দৰে বিশেষজ্ঞৰ নামৰ ওপৰত ‘বন্ধ খাম’ৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। উচ্চতম ন্যায়ালয়ে বিশেষজ্ঞসকলক নিজেই নিৰ্বাচন কৰি সমগ্ৰ প্ৰক্ৰিয়াটোত সম্পূৰ্ণ স্বচ্ছতা বজাই ৰাখিব বুলি উল্লেখ কৰে।
Read More
গৰু সৰবৰাহৰ অভিযোগত জীৱন্তে জ্বলাই হত্যা দুই যুৱকক! বজৰংগ দলৰ ৬ সদস্যৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…

গৰু সৰবৰাহৰ অভিযোগত জীৱন্তে জ্বলাই হত্যা দুই যুৱকক! বজৰংগ দলৰ ৬ সদস্যৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…

হিন্দুত্ববাদী সংগঠন বজৰং দলৰ বিৰুদ্ধে উত্থাপন হৈছে চাঞ্চল্যকৰ অভিযোগ। গৰু সৰবৰাহকাৰীৰ সন্দেহত ২ জন লোকক জ্বলাই হত্যা কৰাৰ অভিযোগ সংগঠনটোৰ বিৰুদ্ধে। হাৰিয়ানাৰ পথৰ কাষত এখন জ্বলি থকা গাড়ীত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। বৃহস্পতিবাৰে হাৰিয়ানাৰ ভিৱানীত জ্বলি থকা গাড়ীখনৰ পৰা নাছিৰ (২৫) আৰু জুনাইদ (৩৫)ৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। জ্বলি যোৱা বলেৰ’খনৰ পঞ্জীয়ন নম্বৰ ৰাজস্থানৰ। জুনাইদ আৰু নাছিৰ নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনোৱা মতে, ব্যক্তি দুজনৰ সন্ধানত পৰিয়ালটোৱে এজাহাৰও দাখিল কৰে। ৰাজস্থানৰ ভাৰতপুৰৰ আই জি গৌৰৱ শ্ৰীবাস্তৱে কয় যে বুধবাৰে পুৱা গাড়ীখন দোকানলৈ নিয়াৰ পিছত নাছিৰ আৰু জুনাইদে ঘৰলৈ উভতি নাহিল।…
Read More
চেলফি তুলিবলৈ অস্বীকাৰ কৰাৰ বাবেই অনুৰাগীৰ আক্ৰমণ ক্ৰিকেটাৰ পৃথ্বী শ্ব’ৰ বন্ধুৰ গাড়ীত…

চেলফি তুলিবলৈ অস্বীকাৰ কৰাৰ বাবেই অনুৰাগীৰ আক্ৰমণ ক্ৰিকেটাৰ পৃথ্বী শ্ব’ৰ বন্ধুৰ গাড়ীত…

চেলফি তুলিবলৈ অস্বীকাৰ কৰাৰ বাবেই বন্ধুৰ গাড়ীত আক্ৰমণ অনুৰাগীৰ। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ক্ৰিকেটাৰ পৃথ্বী শ্ব’ৰ সৈতে। অভিযোগ অনুসৰি, ক্ৰিকেটাৰ গৰাকীৰ দুজন অনুৰাগীয়ে তেওঁৰ সৈতে ফটো তুলিব বিচাৰিছিল। কিন্তু সেই সময়ত ক্ৰিকেটাৰগৰাকী অন্য কামত ব্যস্ত থকাত ফটো তুলিবলৈ অস্বীকাৰ কৰে। তাৰ পিছতে কেইবাজনো যুৱকে পৃথ্বী শ্ব’ৰ এজন বন্ধুৰ গাড়ীৰ পিছে পিছে গৈ গাড়ীত আক্ৰমণ সংঘটিত কৰে। ইতিমধ্যে মুম্বাইৰ আশিৱাৰা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৮ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
Read More
পাকিস্তানত ৰে’লৰ ভিতৰত ভয়ংকৰ বিস্ফোৰণ, কমেও দুজনৰ মৃত্যু

পাকিস্তানত ৰে’লৰ ভিতৰত ভয়ংকৰ বিস্ফোৰণ, কমেও দুজনৰ মৃত্যু

পাকিস্তানত ভয়ংকৰ দুৰ্ঘটনা। বৃহস্পতিবাৰে কোৱেটালৈ যোৱা জাফৰ এক্সপ্ৰেছত সংঘটিত হয় এক বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণটোত কমেও দুজন যাত্ৰী নিহত হয় আৰু আন চাৰিজন আহত হৈছে। কোৱেটা অভিমুখী জাফৰ এক্সপ্ৰেছ চিচাৱাটনি ৰেল ষ্টেচনৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে এই বিস্ফোৰণটো সংঘটিত হয়। জাফৰ এক্সপ্ৰেছ পেছাৱাৰৰ পৰা আহি আছিল। জাফৰ এক্সপ্ৰেছৰ ইকনমি ক্লাছৰ ৬ নং ডবাত বিস্ফোৰণটো সংঘটিত হৈছে । ফলস্বৰূপে, দুজন লোকৰ মৃত্যু হয় আৰু কমেও চাৰিজন লোক আহত হয়। আহত সকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সূত্ৰঅনুসৰি, বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা নাই। বিস্ফোৰণটো কেনেকৈ সংঘটিত হৈছিল আৰু কোনে কৰিছিল তাকে লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Read More
দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনৰ সমৰ্থকক বিচাৰি তিনি ৰাজ্যৰ ৬০টাৰো অধিক স্থানত অভিযান NIAৰ

দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনৰ সমৰ্থকক বিচাৰি তিনি ৰাজ্যৰ ৬০টাৰো অধিক স্থানত অভিযান NIAৰ

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে এন আই এৰ অনুসন্ধান অভিযান আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই দক্ষিণৰ তিনিখন ৰাজ্য – তামিলনাডু, কেৰালা আৰু কৰ্ণাটকৰ ৬০টাতকৈও অধিক স্থানত তালাচী চলাইছে। এই অনুসন্ধানৰ উদ্দেশ্য হৈছে আইছিছ উগ্ৰপন্থী সংগঠনটোৰ সমৰ্থকক বিচাৰি উলিওৱা। যোৱা বছৰ কইম্বটুৰ আৰু মাংগালুৰুত সংঘটিত বিস্ফোৰণৰ আঁৰত আইছিছৰ সন্দেহ কৰা হৈছে। আৰু সেই ভিত্তিতে NIA এ নতুন অনুসন্ধান আৰম্ভ কৰিছে। উল্লেখ্য যে, আইছিছে বিভিন্ন ভিডিঅ’ বিয়পাই ঘৃণা আৰু বিদ্বেষ বিয়পাবলৈ চেষ্টা কৰিছে। যাৰ বাবে অনুসন্ধানকাৰী সংস্থাটোৱে সমগ্ৰ বিষয়টো চোৱাচিতা কৰি বিষয়টোৰ মূললৈ যাবলৈ চেষ্টা কৰিছে। আৰু সেইবাবেই বুধবাৰে পুৱাৰে পৰা তামিলনাডুত অনুসন্ধান আৰম্ভ হয়। পৰৱৰ্তী সময়ত কেৰেলা আৰু কৰ্ণাটকৰ কেইবাটাও স্থানত অনুসন্ধান…
Read More
বিয়াৰ ৩ দিন পিছতে পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু নৱ বিবাহিত দম্পতীৰ…

বিয়াৰ ৩ দিন পিছতে পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু নৱ বিবাহিত দম্পতীৰ…

বিয়াৰ মাত্ৰ ৩ দিন পিছতে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এহাল নৱ বিবাহিত দম্পতীয়ে। বিবাহ সম্পন্ন কৰি দম্পতীহালে ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় অন্ধ্ৰপ্ৰদেশৰ বেৰহামপুৰত। নিহত দম্পতীহালক বেৰহামপুৰৰ নিৱাসী চিএইছ প্ৰণিতা আৰু ইছাপুৰৰ নিৱাসী জি বেনু বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, যোৱা ১০ ফেব্ৰুৱাৰীত বিবাহ পাশত আৱদ্ধ হৈছিল প্ৰণিতা আৰু বেণু। বিয়াৰ তিনিদিন পিছত অৰ্থাৎ সোমবাৰে তেওঁলোকে বাইকেৰে বেৰহামপুৰলৈ উভতি আহিছিল। কিন্তু দম্পতীহাল অহাৰ পথত গোলানথাৰা আৰক্ষী থানাৰ সন্মুখত এটা টাৰ্ণিং লোৱাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰেক্টৰৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটে দম্পতীহালৰ। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা প্ৰণিতা…
Read More
‘লগান’খ্যাত প্ৰবীণ অভিনেতা জাভেদ খান আমৰোহীৰ মৃত্যু

‘লগান’খ্যাত প্ৰবীণ অভিনেতা জাভেদ খান আমৰোহীৰ মৃত্যু

‘লগান’, ‘চক দে ইণ্ডিয়া’ আদিৰ দৰে চুপাৰহিট ছবিৰ জৰিয়তে সকলোৰে মাজত পৰিচিত হৈ পৰা বলিউডৰ জ্যেষ্ঠ অভিনেতা জাভেদ খান আমৰোহীৰ বিয়োগ। মঙলবাৰে মুম্বাইস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অভিনেতাগৰাকীয়ে। জানিব পৰা মতে, বিগত কিছুদিনৰ পৰা জাভেদ খান আমৰোহী উশাহ-নিশাহৰ অসুবিধাত ভুগি আছিল। অভিনেতাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৫০ বছৰ। উল্লেখ্য যে, জাভেদ খান আমৰোহীয়ে ‘চক দে ইণ্ডিয়া’, ‘লগান’, ‘আন্দাজ অপনা অপনা’ আদিৰ দৰে ছুপাৰহিট ছবিত অভিনয় কৰি দৰ্শকৰ মাজত সমাদৃত হৈছিল। অভিনয় জীৱনত ১৫০ খনৰো অধিক ছবিত অভিনয় কৰা জ্যেষ্ঠ অভিনেতাগৰাকীক শেষবাৰৰ বাবে দেখা গৈছিল ছড়ক-২ শীৰ্ষক ছবিখনত। লগান ছবিত কৰা তেওঁৰ অভিনয়ৰ বাবে অকাডেমী বঁটাৰ বাবেও…
Read More
বিধানসভাৰ পৰা অযোগ্য ঘোষণা সমাজবাদী পাৰ্টীৰ বিধায়ক আব্দুল্লা আজম খানক…

বিধানসভাৰ পৰা অযোগ্য ঘোষণা সমাজবাদী পাৰ্টীৰ বিধায়ক আব্দুল্লা আজম খানক…

সোমবাৰে ১৫ বছৰীয়া এক গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত বুধবাৰে ৰাজ্যৰ বিধানসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে সমাজবাদী পাৰ্টীৰ বিধায়ক আব্দুল্লা আজম খানক। ২০০৮ চনত ৰাজ্যিক ঘাইপথত যাতায়ত বন্ধ কৰাৰ অপৰাধত বিশেষ আদালতে তেওঁৰ পিতৃ আৰু সমাজবাদী পাৰ্টীৰ নেতা আজম খানৰ সৈতে খানক দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল, কাৰণ তেওঁলোকৰ অশ্বাৰোহী দলটো আৰক্ষীয়ে পৰীক্ষাৰ বাবে ৰখাই দিছিল।
Read More
ছত্তীশগড়ত একেলগে আত্মসমৰ্পণ ৩৩ জন নক্সালবাদীৰ…

ছত্তীশগড়ত একেলগে আত্মসমৰ্পণ ৩৩ জন নক্সালবাদীৰ…

ছত্তীশগড়ৰ নক্সাল প্ৰভাৱিত অঞ্চল সুকমাত আয়োজন কৰা এখন ৰাজহুৱা সভাত ৩৩ জন নক্সালবাদীয়ে একেলগে আত্মসমৰ্পণ কৰে। এনে বহু পুৰস্কাৰ নক্সালবাদীও অন্তৰ্ভুক্ত কৰা হৈছে। আৰক্ষী অধীক্ষকৰ উপস্থিতিত আত্মসমৰ্পণ কৰে নক্সালবাদী কেইজনে। সুকমা আৰক্ষী অধীক্ষক সুনীল শৰ্মাই জানিবলৈ দিয়া মতে, মঙলবাৰে জিলাখনৰ ডব্বামাৰকা শিবিৰত আয়োজন কৰা ‘জন দৰ্শন’ কাৰ্যসূচীৰ সময়ত মাওবাদীয়ে আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণ কৰাসকলৰ ভিতৰত আছে দণ্ডকাৰণ্য আদিবাসী কিষাণ মজদুৰ সংগঠনৰ সভাপতি দিৰ্দো মুডা, চেতনা নাট্য মণ্ডলী (নক্সালৰ সাংস্কৃতিক সংগঠন)ৰ সভাপতি হিদমা আৰু মিলিচীয়া অধিনায়ক ৱাজাম হিদমা। প্ৰত্যেকৰে ওপৰত এক লাখ টকাৰ পুৰস্কাৰ আছিল। তেওঁ নিজৰ নিষিদ্ধ সংগঠনৰ “ফোকা মতাদৰ্শ”ৰ প্ৰতি মোহভংগ হোৱা বুলি কয় আৰু মূলসুঁতিত যোগদান কৰিবলৈ…
Read More
নাচিক-পুনে ঘাইপথত তীব্ৰবেগী বাহনৰ খুন্দাত ৫ মহিলাৰ মৃত্যু…

নাচিক-পুনে ঘাইপথত তীব্ৰবেগী বাহনৰ খুন্দাত ৫ মহিলাৰ মৃত্যু…

মঙলবাৰে মহাৰাষ্ট্ৰৰ পুনে জিলাত নাচিক-পুনে ঘাইপথ অতিক্ৰম কৰি থকা অৱস্থাত এখন তীব্ৰবেগী এছ ইউ ভি গাড়ীয়ে তেওঁলোকক খুন্দা মৰাৰ ফলত পাঁচগৰাকী মহিলা নিহত হোৱাৰ লগতে তিনিগৰাকী মহিলা আহত হয়। পুনে চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগৰ শিৰোলি গাঁৱৰ সমীপত নিশা প্ৰায় ১০.৪৫ বজাত ১৭ জনীয়া মহিলাৰ এটা দলে ঘাইপথ পাৰ হৈ কেটাৰিং কামৰ বাবে এটা বিবাহ হলত উপস্থিত হোৱাৰ সময়তে এই ঘটনা সংঘটিত হয় বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে। “পুনে-নাছিক ঘাইপথৰ কাষত অৱস্থিত এটা মেৰেজ হলত কেটাৰিং কামৰ বাবে পুনে চহৰৰ পৰা আহিছিল এই মহিলাসকল। ঘাইপথ পাৰ হৈ যোৱাৰ সময়তে এখন এছ ইউ ভি দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ পিছত এছ ইউ…
Read More