ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

মণিপুৰ ভাইৰেল ভিডিঅ’ সন্দৰ্ভত গোচৰ ৰুজু CBIৰ…

মণিপুৰ ভাইৰেল ভিডিঅ’ সন্দৰ্ভত গোচৰ ৰুজু CBIৰ…

মণিপুৰ ভাইৰেল ভিডিঅ’ গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই এফআইআৰ ৰুজু কৰা বুলি শনিবাৰে চিবিআইৰ এজন বিষয়াৰ উদ্ধৃতি দি এএনআইয়ে প্ৰকাশ কৰিছে। দুদিনমান পূৰ্বে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কেন্দ্ৰীয় সংস্থাটোক এই গোচৰটো গতাই দিয়াৰ পিছতে এই খবৰ আহিছে। মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক অনুসূচিত জনজাতি (এছ টি)ৰ তালিকাত মেইটেই জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰাৰ কথা বিবেচনা কৰিবলৈ কোৱাৰ নিৰ্দেশক লৈ উত্তাল হিংসাৰ সৃষ্টি হৈছে উত্তৰ-পূব ৰাজ্যত। ধাৰাবাহিক হিংসাত্মক পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ সংঘৰ্ষ আৰম্ভ হোৱাৰ সময়ত ৪ মে’ৰ এটা ভিডিঅ’ ওলাইছিল, য’ত দুগৰাকী মহিলাক উলংগ হৈ পেৰেড কৰা দেখা গৈছে বুলি কোৱা হৈছে। এই ভাইৰেল ভিডিঅ’টোৱে উত্তৰ-পূব ৰাজ্যখনৰ প্ৰচলিত অৱস্থাক লৈ সংসদৰ চাৰিখন দেৱালৰ ভিতৰত আৰু…
Read More
মহিলাৰ ওপৰত কোনো ধৰণৰ হিংসা সহ্য কৰা নহ’ব, মণিপুৰ বিষয়ত উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ শপতনামা

মহিলাৰ ওপৰত কোনো ধৰণৰ হিংসা সহ্য কৰা নহ’ব, মণিপুৰ বিষয়ত উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ শপতনামা

মণিপুৰৰ ভাইৰেল ভিডিঅ’ক লৈ কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰে। মণিপুৰৰ সৈতে জড়িত এক গোচৰৰ প্ৰতিক্ৰিয়া স্বৰূপে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বৃহস্পতিবাৰে শপতনামাযোগে কয় যে মহিলাৰ বিৰুদ্ধে কোনো ধৰণৰ নিৰ্যাতন সহ্য কৰা নহ’ব। উল্লেখযোগ্য যে মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰাৰ গোচৰত বৃহস্পতিবাৰে আৰু এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। নৃশংস নিৰ্যাতনৰ ভিডিঅ’ লোৱা ব্যক্তিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তৰ মোবাইল ফোনটো জব্দ কৰা হৈছে। আনহাতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বৃহস্পতিবাৰে এই ঘটনা সন্দৰ্ভত চিবিআইৰ তদন্তৰ নিৰ্দেশ দিছে। মণিপুৰৰ বাহিৰত এই গোচৰৰ বিচাৰ সম্পূর্ণ কৰিব বিচাৰিছে কেন্দ্রই৷ অৰ্থাৎ মোডী চৰকাৰে বুজাব বিচাৰিছে যে মণিপুৰৰ ঘটনাৰ তদন্তত কোনো ধৰণৰ গাফিলতি নহ’ব। কালি উচ্চতম…
Read More
LACৰ সমীপত পুনৰ চীনৰ শক্তি প্ৰদৰ্শনৰ প্ৰয়াস! সীমান্তত উপস্থিত সেনা প্ৰধান

LACৰ সমীপত পুনৰ চীনৰ শক্তি প্ৰদৰ্শনৰ প্ৰয়াস! সীমান্তত উপস্থিত সেনা প্ৰধান

ভাৰত আৰু চীনৰ সীমা বিবাদ শেষ হোৱাৰ নাম লোৱা নাই, বহু স্তৰত দুয়োখন সেনাৰ মাজত আলোচনা হৈছে, কিন্তু প্ৰতিবাৰেই চীনে এনেকুৱা কাম কৰে যে বিবাদ শেষ কৰাৰ পৰিৱৰ্তে তীব্ৰতৰ হৈ পৰে। এতিয়া আকৌ এবাৰ চীনে পূব লাডাখৰ পৰা অৰুণাচললৈকে বিস্তৃত এল এ চিৰ ওপৰত সামৰিক কাৰ্যকলাপ বৃদ্ধি কৰিছে। ইফালে সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেয়ে বৃহস্পতিবাৰে (২৭ জুলাই) লেহস্থিত ১৪ কৰ্পছৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদনত কোৱা হৈছে যে সীমান্তৰ ওচৰত চীনে পুনৰবাৰ সামৰিক শক্তি বৃদ্ধি কৰিছে। এই প্ৰতিবেদনত কোৱা হৈছে যে এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেনা প্ৰধানগৰাকীয়ে সীমান্তৰ আন কিছুমান অঞ্চলতো পৰিদৰ্শন কৰিব…
Read More
লোমহৰ্ষক! ঘৰৰ সমীপতে মহিলাক গুলীয়াই হত্যা, আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ যোৱাৰ সময়ত আত্মহত্যা অভিযুক্তৰ

লোমহৰ্ষক! ঘৰৰ সমীপতে মহিলাক গুলীয়াই হত্যা, আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ যোৱাৰ সময়ত আত্মহত্যা অভিযুক্তৰ

দক্ষিণ-পশ্চিম দিল্লীৰ ডাবৰি অঞ্চলত বৃহস্পতিবাৰে সন্ধিয়া ঘৰৰ সমীপত এগৰাকী ৪২ বছৰীয়া মহিলাক গুলীয়াই হত্যা কৰা হয়। ৰেণু নামৰ মহিলাগৰাকীক হত্যাৰ পিছতে নিজেও আত্মহত্যা কৰে আশীষ (২৫) নামৰ হত্যাকাৰীয়ে। আৰক্ষী উপ আয়ুক্ত (দ্বাৰকা) এম হৰ্ষবৰ্ধনে কয়, "বুধবাৰে নিশা প্ৰায় ৮:৪৫ বজাত ডাবৰি আৰক্ষী থানাৰ অন্তৰ্গত বৈশালী কলনী এলেকাত ঘৰৰ সমীপতে ৪২ বছৰীয়া এগৰাকী মহিলাক গুলীয়াই হত্যা কৰাৰ তথ্য পোৱা গৈছিল। মহিলাগৰাকীৰ নাম ৰেনু বুলি চিনাক্ত কৰা হৈছে।" ইফালে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ কেইবাটাও আৰক্ষীৰ দল গঠন কৰা হৈছিল যদিও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে আক্ৰমণকাৰীয়ে নিজকে গুলীয়াই আত্মহত্যা কৰে বুলি ডিচিপিয়ে জনায়। ডিচিপি হৰ্ষবৰ্ধনে কয় যে, "আমি…
Read More
মৰ্মান্তিক! স্বামীৰ মৃতদেহ লৈ এম্বুলেন্সত ঘৰলৈ ওভতাৰ পথতে দুৰ্ঘটনাত মৃত্যু ৩ কন্যাসহ মহিলাৰ

মৰ্মান্তিক! স্বামীৰ মৃতদেহ লৈ এম্বুলেন্সত ঘৰলৈ ওভতাৰ পথতে দুৰ্ঘটনাত মৃত্যু ৩ কন্যাসহ মহিলাৰ

শুকুৰবাৰে উত্তৰ প্ৰদেশৰ উন্নাওত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত একে পৰিয়ালৰ ৪সদস্যৰ মৃত্যু ঘটাক লৈ ৰাজ্যখনত শোকৰ ছাঁ পৰিছে। মৃত স্বামীৰ মৃতদেহ এম্বুলেন্সত লৈ ঘৰলৈ উভতি অহাৰ পথতে ভয়ঙ্কৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় তিনি কন্যাসহ মাতৃয়ে। জানিব পৰা মতে হাস্পতালত মৃত্যু ঘটা স্বামীৰ মৃতদেহ লৈ এম্বুলেন্সত ঘৰলৈ উভটিছিল মহিলা গৰাকী। সেই সময়ত তেওঁৰ সৈতে আছিল তিনি কন্যাও। কিন্তু উন্নাও আৰু বস্তিৰ মাজত এখন অচিনাকি বাহনৰ সৈতে এম্বুলেন্সখনৰ সংঘৰ্ষ ঘটাত চাৰিও জনৰ ঘটনাস্থলীতে মৃত্যু ঘটে। দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে পূৰ্বা চি অ’ আৰু বৃহৎ সংখ্যক আৰক্ষী বাহিনী উপস্থিত হয়। আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি এম্বুলেন্সৰ পৰা মৃতদেহটো লৈ কানপুৰৰ পৰা মৌৰাৱানলৈ…
Read More
ক্ষমতাৰ বাবে মণিপুৰ জ্বলাই দিব পাৰে বিজেপিয়ে! সৰৱ ৰাহুল গান্ধী…

ক্ষমতাৰ বাবে মণিপুৰ জ্বলাই দিব পাৰে বিজেপিয়ে! সৰৱ ৰাহুল গান্ধী…

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে (২৭ জুলাই) মণিপুৰৰ হিংসাৰ বাবে বিজেপি আৰু আৰএছএছক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে বিজেপি আৰু আৰএছএছে ক্ষমতাৰ বাবে যিকোনো কাম কৰিব পাৰে আৰু ক্ষমতাত থাকিবলৈ "মণিপুৰ" জ্বলাই দিবলৈও ইচ্ছুক। ৰাহুল গান্ধীয়ে আৰু কয় যে দেশৰ যিকোনো ঠাইত যেতিয়াই সংঘাত হয় তেতিয়াই সাধাৰণ মানুহে যন্ত্ৰণা অনুভৱ কৰে, অৱশ্যে তেওঁ কয় যে মণিপুৰত হিংসাক লৈ বিজেপি আৰু আৰএছএছে কোনো ধৰণৰ যন্ত্ৰণা অনুভৱ কৰা নাই। ৰাহুলে আৰু কয় যে ভাৰতত যিকোনো সম্প্ৰদায় বা গোটৰ কোনো ব্যক্তিয়ে যেতিয়াই আঘাত পায় তেতিয়াই মানুহ বিচলিত হয়। অৱশ্যে তেওঁ দাবী কৰে যে আৰএছএছ আৰু বিজেপিয়ে মণিপুৰ বিষয়ক লৈ কোনো যন্ত্ৰণা…
Read More
যৌনতাৰ ফান্দ পাতি কেন্দ্ৰীয় মন্ত্ৰীক ব্লেকমেইলৰ চেষ্টা! গ্ৰেপ্তাৰ ২ যুৱক

যৌনতাৰ ফান্দ পাতি কেন্দ্ৰীয় মন্ত্ৰীক ব্লেকমেইলৰ চেষ্টা! গ্ৰেপ্তাৰ ২ যুৱক

এইবাৰ খোদ কেন্দ্ৰীয় মন্ত্ৰীক ব্লেকমেইলৰ চেষ্টা! তাকো যৌনতাৰ ফান্দ পাতি। ৰাজস্থানৰ দুজন যুৱকে এই দুঃসাহসিক অভিযান সংঘটিত কৰিছে। কিন্তু এতিয়াও পলাতক হৈ আছে মূল অভিযুক্ত। জানিব পৰা মতে, যোৱা মাহত এটা চক্ৰই ভিডিঅ’ কলৰ জৰিয়তে কেন্দ্ৰীয় খাদ্য সংসাধন ৰাজ্যিক মন্ত্ৰী প্ৰহ্লাদ পেটেলক ফান্দত পেলাবলৈ চেষ্টা কৰিছিল। প্ৰথমে মন্ত্ৰীগৰাকীৰ হোৱাটছএপত ভিডিঅ’ কল কৰা হয়। পোৱাৰ লগে লগে পৰ্ণ ভিডিঅ’টো চলি যায়। লগে লগে প্ৰহ্লাদ পেটেলে ফোনটো কাটি দিয়ে। কিন্তু তাৰ পিছত তেওঁক ফোন কৰি কেইছেকেণ্ডমানৰ ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিয়া হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিল্লী আৰক্ষীৰ আয়ুক্তৰ সৈতে যোগাযোগ কৰিবলৈ বাধ্য হয়। তদন্তৰ অন্তত দিল্লী আৰক্ষীয়ে ৰাজস্থানৰ ভৰতপুৰৰ পৰা মহম্মদ বকিল আৰু…
Read More
ইণ্ডিয়ান মুজাহিদীনৰ সৈতে তুলনা বিৰোধী মিত্ৰজোঁট INDIAক! প্ৰধানমন্ত্ৰীৰ মন্তব্যক লৈ বিতৰ্ক

ইণ্ডিয়ান মুজাহিদীনৰ সৈতে তুলনা বিৰোধী মিত্ৰজোঁট INDIAক! প্ৰধানমন্ত্ৰীৰ মন্তব্যক লৈ বিতৰ্ক

বিৰোধীৰ মহা মিত্ৰজোঁট INDIA সম্পৰ্কে বিস্ফোৰক মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। মঙলবাৰে দলৰ সংসদীয় বৈঠকত বিৰোধী দলৰ সন্দৰ্ভত ভাষণ দি মোদীয়ে কয় যে INDIA নাম থাকিলে দেশপ্ৰেমিক হ’ব নোৱাৰে। ইষ্ট ইণ্ডিয়া কোম্পানীতো ভাৰত আছিল। উগ্ৰপন্থী সংগঠন ইণ্ডিয়ান মুজাহিদীনৰ অংশও ভাৰত। তেওঁলোকৰ কাম সকলো কথাৰ বিৰোধিতা কৰা। আমাৰ বিৰোধীৰ ক্ষেত্ৰতো একেই কথা।" তাৰ পিছত দলৰ সাংসদসকলক তেওঁৰ পৰামৰ্শ, "বিৰোধীৰ এই নামবোৰৰ কথা নাভাবিব।" নিজৰ কাম মন দি কৰক। জ্যেষ্ঠ সাংসদ ৰবি শংকৰ প্ৰসাদেও সংসদীয় বৈঠকৰ অন্তত বিৰোধী পক্ষক ঠাট্টা কৰি কয়, "আমি ২০২৪ চনত পুনৰ আহিম।" আজি প্ৰধানমন্ত্ৰীয়ে বিৰোধী মিত্ৰজোঁট INDIAক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানী, ইণ্ডিয়ান মুজাহিদীনক তুলনা…
Read More
জম্মুত ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰি BSFৰ গুলীত নিহত পাক সৰবৰাহকাৰী

জম্মুত ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰি BSFৰ গুলীত নিহত পাক সৰবৰাহকাৰী

২৪/২৫ জুলাইৰ নিশা বি এছ এফৰ সেনাই এজন পাকিস্তানী সৰবৰাহকাৰীক ৰামগড় সীমান্ত অঞ্চলৰ মাজেৰে নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ চেষ্টা কৰি থকা অৱস্থাত গুলীয়াই নিষ্ক্ৰিয় কৰৰ। এই এনকাউণ্টাৰৰ সবিশেষ দি পি আৰ অ’ বি এছ এফ জম্মুয়ে এ এন আইক জনোৱা মতে, পাকিস্তানী চোৰাংচোৱাজনৰ মৃতদেহৰ সৈতে সন্দেহযুক্ত নাৰ্কটিক (প্ৰায় ৪ কিলোগ্ৰাম ওজনৰ) চাৰিটা পেকেট উদ্ধাৰ কৰা হৈছে। অঞ্চলটোৰ অধিক অনুসন্ধান অব্যাহত আছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে আন এক পৰিঘটনাত অস্ত্ৰৰ গোলাবাৰুদ লৈ লেট আউটফিটৰ দুজন সন্ত্ৰাসবাদী সহযোগীক গভীৰ নিশা চাক টেপাৰ ক্ৰেৰীত গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁলোকৰ গোচৰ ইউএ(পি)এক্ট এণ্ড আৰ্মছ এক্টৰ অধীনত পঞ্জীয়ন কৰা হয়। ভাৰতীয় সেনা, বি এছ এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে…
Read More
বিৰোধী মিত্ৰজোঁটক লৈ প্ৰধানমন্ত্ৰী মোদীৰ ‘ইষ্ট ইণ্ডিয়া কোম্পানী’ মন্তব্যক লৈ প্ৰত্যুত্তৰ ৰাহুল গান্ধীৰ…

বিৰোধী মিত্ৰজোঁটক লৈ প্ৰধানমন্ত্ৰী মোদীৰ ‘ইষ্ট ইণ্ডিয়া কোম্পানী’ মন্তব্যক লৈ প্ৰত্যুত্তৰ ৰাহুল গান্ধীৰ…

শেহতীয়াকৈ বিৰোধী মিত্ৰজোঁটৰ বিৰুদ্ধে কৰা মন্তব্যক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ সমালোচনা কৰে। প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ প্ৰতি আগ্ৰাসন প্ৰকাশ কৰি গান্ধীয়ে কয় যে বিৰোধীয়ে ইংশাগ্ৰস্ত মণিপুৰক সুস্থ কৰাত সহায় কৰিব। তেওঁ নিজৰ টুইটাৰত কয়, "আপুনি যি বিচাৰে আমাক ফোন কৰক মোডী ডাঙৰীয়া। আমি INDIA। আমি মণিপুৰক সুস্থ কৰাত সহায় কৰিম আৰু প্ৰতিগৰাকী মহিলা আৰু শিশুৰ চকুলো মচিম। আমি তেওঁৰ সকলো মানুহৰ বাবে মৰম আৰু শান্তি ঘূৰাই আনিম। আমি মণিপুৰত ভাৰতৰ ধাৰণা পুনৰ নিৰ্মাণ কৰিম।" আজি বিজেপিৰ সংসদীয় দলৰ বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী মিত্ৰজোঁট INDIA ক দিশহীন আৰু উদ্দেশ্যহীন বুলি সমালোচনা কৰে। তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু…
Read More