ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

মৰ্মান্তিক! দুমাহ পূৰ্বে সম্পন্ন হৈছিল বিয়া, হিমাচলত কৰ্তব্যৰত অৱস্থাত আত্মঘাতী হ’ল অসমৰ SSB জোৱান ধনজিৎ

মৰ্মান্তিক! দুমাহ পূৰ্বে সম্পন্ন হৈছিল বিয়া, হিমাচলত কৰ্তব্যৰত অৱস্থাত আত্মঘাতী হ’ল অসমৰ SSB জোৱান ধনজিৎ

দেওবাৰে বিয়লি হিমাচল প্ৰদেশত কৰ্তব্যৰত অৱস্থাত অসমৰ এজন সশস্ত্ৰ সীমা বল (এছএছবি) জোৱানে নিজৰ চাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। প্ৰাথমিক তথ্য অনুসৰি ধনজিৎ দাস নামৰ মৃত জোৱানজন আছিল বজালীৰ বৰবাং কুমাৰপাৰাৰ বাসিন্দা। হিমাচল প্ৰদেশৰ জ্বলামুখী থানাৰ অধীনস্থ এছ এছ বি ছাপৰিৰ মূল গেটত কৰ্তব্যৰত আছিল ধনজিৎ। নিজৰ ওপৰত গুলীচালনা কৰাৰ পিছত জোৱানজনক লগে লগে হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে টিএমচিলৈ প্ৰেৰণ কৰাৰ সময়তে আধা বাটত মৃত্যু ঘটে জোৱানজনৰ। ইফালে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰে। চৰ্চালৈ আহিছে যে ধনজিতে প্ৰায় দুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল আৰু ঘটনা সংঘটিত হোৱাৰ কেইদিনমান…
Read More
মৰ্মান্তিক! কণমানিক বচাবলৈ গৈ নৈৰ বুকুত সলিল সমাধি একেটা পৰিয়ালৰ ৫ সদস্যৰ

মৰ্মান্তিক! কণমানিক বচাবলৈ গৈ নৈৰ বুকুত সলিল সমাধি একেটা পৰিয়ালৰ ৫ সদস্যৰ

কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাৰ ছিৰচিৰ সমীপৰ শালমালা নদীত দেওবাৰে সলিল সমাধি ঘটে একেটা পৰিয়ালৰ ৫ সদস্যৰ। এই ঘটনাৰ পিছতে স্থানীয় মাছমৰীয়াৰ সহায়ত আৰক্ষীয়ে তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে জনোৱা মতে, এই পৰ্যন্ত উদ্ধাৰ হোৱা মৃতদেহসমূহৰ ভিতৰত দুজন পুৰুষ সদস্য আৰু এগৰাকী মহিলা আছে। সলিল সমাধি ঘটা একেটা পৰিয়ালৰ সদস্য কেইজনৰ পৰিচয় মহম্মদ চেলিম (৪৪), নাদিয়া (২০), মিছবাহ (২১), নবীল (২২) আৰু উমৰ (১৬) বুলি জানিব পৰা গৈছে। প্ৰাথমিক তথ্য অনুসৰি পৰিয়ালটোৰ এটি শিশু পিছলি নৈত বাগৰি পৰে আৰু তাৰ পিছত পৰিয়ালটোৰ আন সদস্যসকলে শিশুটিক উদ্ধাৰ কৰিবলৈ পানীত নামে যদিও নৈৰ কোবাল সোঁতত উটি মৃত্যুক সাৱটি লয়।
Read More
মৰ্মান্তিক! নিয়ন্ত্ৰণহীন পিকআপৰ খুন্দা ৰিক্সা আৰু ট্ৰাকত, মহিলা-শিশুসহ ৮ জনৰ মৃত্যু

মৰ্মান্তিক! নিয়ন্ত্ৰণহীন পিকআপৰ খুন্দা ৰিক্সা আৰু ট্ৰাকত, মহিলা-শিশুসহ ৮ জনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ যায় মহিলা, শিশুসহ ৮ জনকৈ লোকৰ। জানিব পৰা মতে, পুনেৰ নগৰ কল্যাণ ঘাইপথৰ ডিংগোৰ অঞ্চলৰ অঞ্জিৰাচী বাগত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। এই দুৰ্ঘটনাত ওতুৰৰ পৰা কল্যাণ অভিমুখে গৈ থকা এখন পিকআপে এখন ৰিক্সা আৰু এখন ট্ৰাকত খুন্দা মৰাত থিতাতে ৫জন পুৰুষ, এগৰাকী মহিলা আৰু দুটা শিশুৰ মৃত্যু ঘটে। ডিংগোৰত সংঘটিত হোৱা দুৰ্ঘটনা সম্পৰ্কে এই তথ্য শুনি ওটুৰ থানাৰ সহকাৰী আৰক্ষী পৰিদৰ্শক শচীন কাণ্ডে আৰু তেওঁৰ দল উপস্থিত হয়। আৰক্ষীৰ পৰা স্থানীয় ৰাইজৰ সৈতে সাহায্যৰ কাম চলি থকাৰ খবৰ পোৱা গৈছে। অটুৰ আৰক্ষীয়ে দুৰ্ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে আৰু দুৰ্ঘটনাটোত…
Read More
সংসদ কাণ্ড! দিল্লী আৰক্ষীৰ ‘স্পেচিয়েল ৫০’য়ে অব্যাহত ৰাখিছে অভিযুক্তৰ বিৰুদ্ধে তদন্ত

সংসদ কাণ্ড! দিল্লী আৰক্ষীৰ ‘স্পেচিয়েল ৫০’য়ে অব্যাহত ৰাখিছে অভিযুক্তৰ বিৰুদ্ধে তদন্ত

সংসদৰ নিৰাপত্তাৰ ক্ষেত্ৰত হোৱা বিসংগতিৰ তদন্ত অব্যাহত আছে। দিল্লী আৰক্ষীৰ বিশেষ কোষৰ দলটোৱে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে। ৰাজস্থান, হাৰিয়ানা, মহীশূৰ, লক্ষ্ণৌ, বংগ আৰু মহাৰাষ্ট্ৰত প্ৰমাণৰ সন্ধানত ব্যস্ত তদন্তকাৰী দল। ইয়াৰ উপৰিও ৫০টা পৃথক দল গঠন কৰা হৈছে, যিয়ে অভিযুক্তৰ ডিজিটেল আৰু বেংকৰ সবিশেষ আৰু পটভূমিৰ তদন্ত কৰি আছে। তদন্তত অভিযুক্তক লগত লৈ গৈছে বিশেষ কোষে। সেই ৰাজ্যৰ নিৰাপদ ঘৰত ৰাখি তদন্ত চলি আছে। কোনটো দলে কোনজন অভিযুক্তৰ তদন্ত কৰি আছে বুলি কয়। ঘৰত জপিয়াই পৰা সাগৰ শৰ্মাৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে চাউদাৰ্ণ ৰেঞ্জৰ স্পেচিয়েল চেল সাকেটৰ দলে। সাগৰক ক’লৈ নিব লাগে তাৰ সমগ্ৰ তদন্ত আৰু উদ্ধাৰৰ কাম দক্ষিণ ৰেঞ্জৰ…
Read More
চাঞ্চল্যকৰ! আদালতত হাজিৰ কৰোৱাৰৰ সময়তে দুষ্কৃতিকাৰীৰ গুলীত মৃত্যু গেংষ্টাৰ ছোটে চৰকাৰৰ…

চাঞ্চল্যকৰ! আদালতত হাজিৰ কৰোৱাৰৰ সময়তে দুষ্কৃতিকাৰীৰ গুলীত মৃত্যু গেংষ্টাৰ ছোটে চৰকাৰৰ…

আদালতত হাজিৰ কৰিবলৈ আৰক্ষীয়ে লৈ যোৱাৰ সময়তে বাইকত অহা দুষ্কৃতিকাৰীৰ গুলীবৰ্ষণত মৃত্যু ঘটিল এজন দুৰ্ধৰ্ষ গেংষ্টাৰৰ। উত্তৰপ্ৰদেশৰ আতিক হত্যা কাণ্ডৰ দৰেই অনুৰূপ ঘটনা সংঘটিত হ’ল এইবাৰ পাটনাত। শুকুৰবাৰে পাটনাৰ ভৰডুপুৰৰ এখন আদালত চৌহদত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে, শুকুৰবাৰে হত্যাকে ধৰি কেইবাটাও গোচৰৰ অভিযুক্ত অভিষেক কুমাৰ ওৰফে ছোটে চৰকাৰক বিহাৰৰ এখন কাৰাগাৰৰ পৰা পাটনা আদালতলৈ লৈ যোৱা হৈছিল। গেংষ্টাৰৰ সৈতে আদালত চৌহদত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে হঠাৎ দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰে। আৰক্ষীৰ সন্মুখতে দুস্কৃতিকাৰীৰ বন্দুকৰ গুলীত ঢলি পৰে ছোটে চৰকাৰ। এই ঘটনাত থিতাতে মৃত্যু হয় ছোটে চৰকাৰৰ। আৰক্ষীয়ে ইতিমধ্যে দুজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনাস্থলীৰ পৰা…
Read More
কিশোৰী ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত বিজেপি সাংসদ, ২৫ বছৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

কিশোৰী ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত বিজেপি সাংসদ, ২৫ বছৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

এগৰাকী কিশোৰীৰ ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত শাসকীয় বিজেপিৰ এজন সাংসদক ২৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহে আদালতে। উত্তৰ প্ৰদেশৰ সোণভদ্ৰ আদালতে শুকুৰবাৰে দুধী সমষ্টিৰ সাংসদ ৰামদুলাৰ গণ্ডক এই কাৰাদণ্ডৰ শাস্তিৰ নিৰ্দেশ দিয়ে। এই শাস্তিৰ বাবে ৰামদুলাৰে এতিয়া সাংসদ পদো হেৰুৱাব পাৰে। ৰামদুলাৰৰ বিৰুদ্ধে ২০১৪ চনত নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। মেয়ৰপুৰ গাঁৱৰ কিশোৰীগৰাকীয়ে পথাৰলৈ যোৱাৰ সময়তে ৰামদুলাৰে নিৰ্যাতন চলাইছিল কিশোৰীগৰাকীক। সেই সময়ত ৰামদুলাৰ গণ্ড সাংসদ হোৱা নাছিল। কিন্তু তেওঁৰ পত্নী সেই সময়ত গাঁৱৰ মুখীয়াল আছিল। প্ৰথমে POCSO আদালতত গোচৰটো আহিল। কিন্তু ৰামদুলাৰ বিজেপিৰ সাংসদ হোৱাৰ পিছত গোচৰটো সাংসদ-বিধায়ক আদালতলৈ হস্তান্তৰ কৰা হয়। সেই ঘটনাত দোষী সাব্যস্ত হোৱা ৰামদুলাৰক শাস্তি দিয়াৰ…
Read More
নিৰ্ভয়া কাণ্ডৰ পুনৰাবৃত্তি! চলন্ত বাছত গণধৰ্ষণ যুৱতীক, এজনক গ্ৰেপ্তাৰ

নিৰ্ভয়া কাণ্ডৰ পুনৰাবৃত্তি! চলন্ত বাছত গণধৰ্ষণ যুৱতীক, এজনক গ্ৰেপ্তাৰ

১১ বছৰ পূৰ্বে সংঘটিত নিৰ্ভয়া কাণ্ডৰ পুনৰাবৃত্তি ঘটিল যেন পুনৰ এবাৰ। দিল্লীত সংঘটিত নিৰ্ভয়া গণধৰ্ষণ কাণ্ডৰ দৰেই এইবাৰো চলন্ত বাছৰ ভিতৰত গণধৰ্ষণ চলোৱা হ’ল এগৰাকী যুৱতীক। এই ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ব্যক্তিক। আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা ৯ ডিচেম্বৰৰ নিশা উত্তৰ প্ৰদেশৰ পৰা জয়পুৰ অভিমুখে ৰাওনা হৈছিল বাছখন। সেই বাছখনত কানপুৰৰ পৰা জয়পুৰলৈ গৈ আছিল এগৰাকী ২০ বছৰীয়া দলিত যুৱতী। গভীৰ নিশা চলন্ত বাছখনৰ চালকসকলে আন যাত্ৰীসকল শুই থকা অৱস্থাত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্ত আৰিফ আৰু ললিতে কেবিনৰ ভিতৰতে কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলায়। ভুক্তভোগীৰ চিঞৰ-বাখৰত যাত্ৰীসকল সাৰ পাই উঠিল। লগে লগে কেবিনলৈ লৰালৰিকৈ গৈ আৰিফক কৰায়ত্ব কৰে।…
Read More
সংসদৰ বাহিৰত নিজৰ শৰীৰত জুই জ্বলাই আত্মজাহৰ পৰিকল্পনা কৰিছিল অভিযুক্ত সাগৰে! জেৰাত ফাদিল ভয়ংকৰ তথ্য

সংসদৰ বাহিৰত নিজৰ শৰীৰত জুই জ্বলাই আত্মজাহৰ পৰিকল্পনা কৰিছিল অভিযুক্ত সাগৰে! জেৰাত ফাদিল ভয়ংকৰ তথ্য

সংসদত স্মোক বোমা আক্ৰমণৰ ঘটনাত অব্যাহত আছে অভিযুক্তৰ জেৰা। এই অভিযুক্তসকলৰ জেৰাৰ সময়তো বহু গুৰুত্বপূৰ্ণ কথা প্ৰকাশ পাইছে। সূত্ৰ অনুসৰি অভিযুক্ত সাগৰে জেৰাৰ সময়ত কয় যে পূৰ্বে তেওঁ সংসদৰ বাহিৰত নিজকে জ্বলাই দিয়াৰ পৰিকল্পনা কৰিছিল। কিন্তু জেল ক্ৰীম ক্ৰয় কৰাৰ বাবে অনলাইন পেমেণ্ট কৰিব নোৱাৰাৰ বাবে তেওঁ এই পৰিকল্পনা বাদ দিবলগীয়া হৈছিল। তদন্তকাৰী সংস্থাসমূহৰ সৈতে জড়িত সূত্ৰসমূহে জনোৱা মতে, লক্ষ্ণৌৰ বাসিন্দা অভিযুক্ত সাগৰ শৰ্মাই জেৰাৰ সময়ত আৰক্ষীক জনাইছিল যে পূৰ্বে তেওঁৰ পৰিকল্পনা আন কিবা আছিল। এই পৰিকল্পনাৰ জৰিয়তে সাগৰে সংসদৰ বাহিৰত নিজকে জুই লগাব লাগিছিল যদিও পিছলৈ এই পৰিকল্পনা পৰিত্যাগ কৰা হ’ল। দিল্লী আৰক্ষীৰ বিশেষ কোষৰ আগত সাগৰে লগতে কয়…
Read More
নিবনুৱা সমস্যাৰ বাবেই সংসদত সংঘটিত হৈছিল স্মোক এটেকঃ মন্তব্য ৰাহুল গান্ধীৰ

নিবনুৱা সমস্যাৰ বাবেই সংসদত সংঘটিত হৈছিল স্মোক এটেকঃ মন্তব্য ৰাহুল গান্ধীৰ

নিবনুৱা সমস্যাৰ কাৰণেই বুধবাৰে সংসদত সংঘটিত হৈছিল স্মোক আক্ৰমণৰ ঘটনা। এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। তেওঁ কয় যে কেৱল নিবনুৱা সমস্যাৰ বাবেই যুৱকসকলে সংসদত আক্ৰমণ চলাইছিল। তেওঁ কয় যে মুদ্ৰাস্ফীতিৰ বাবেই এই ঘটনা সংঘটিত হৈছে। চৰকাৰৰ নীতিৰ বাবেই এই ঘটনা ঘটিছিল। ভাৰতীয় সংসদত শীতকালীন অধিৱেশন চলি আছে আৰু ইফালে ১৩ ডিচেম্বৰত দুজন যুৱকে ভিতৰত প্ৰৱেশ কৰি তাৰ পিছত সমগ্ৰ কমপ্লেক্সত হালধীয়া ধোঁৱা বিয়পাইছিল। আনকি ধোঁৱাৰ আক্ৰমণত আতংকিত হৈ পৰিছিল সাংসদসকল। বহুতে এই বিষাক্ত ধোঁৱা ওলাইছে বুলি চিঞৰ-বাখৰ কৰা শুনা গৈছিল। অৱশ্যে তেনেকুৱা নাছিল। সংসদত এই আক্ৰমণৰ পিছত ৮ গৰাকী নিৰাপত্তাৰক্ষীক নিলম্বন কৰা হৈছে। এতিয়া সংসদৰ নিৰাপত্তা ভংগৰ ঘটনাৰ…
Read More
সংৰক্ষিত হ’ল ধোনীৰ ৭ নম্বৰ জাৰ্চি! এতিয়াৰে পৰা আন কোনো খেলুৱৈয়ে জাৰ্চিৰ বাবে লাভ নকৰিব এই নম্বৰ

সংৰক্ষিত হ’ল ধোনীৰ ৭ নম্বৰ জাৰ্চি! এতিয়াৰে পৰা আন কোনো খেলুৱৈয়ে জাৰ্চিৰ বাবে লাভ নকৰিব এই নম্বৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ৭ নম্বৰ জাৰ্চিটোক অৱসৰ প্ৰদানৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিছে। ইয়াৰ ফলত এতিয়াৰে পৰা কোনো অভেষককাৰী খেলুৱৈ বা বৰ্তমানৰ খেলুৱৈয়ে বাছনি কৰিব নোৱাৰিব এই নম্বৰৰ জাৰ্চিটো। ক্ৰিকেট খেলত ধোনীৰ উল্লেখযোগ্য অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে দেখা এই পদক্ষেপে অনুৰাগীৰ প্ৰতিক্ৰিয়া লাভ কৰিছে। একাংশই ইয়াক এক মৰ্মস্পৰ্শী সিদ্ধান্ত হিচাপেও গণ্য কৰিছে। ক্ৰিকেট ব’ৰ্ডে লোৱা এই সিদ্ধান্তই ২০১৭ চনত ভাৰতীয় ক্ৰিকেটত শচীন টেণ্ডুলকাৰৰ প্ৰভাৱক সন্মান জনাই অৱসৰ লোৱাৰ একেধৰণৰ পদক্ষেপৰে পুনৰাবৃত্তি কৰিছে। ফলত খেলুৱৈসকলৰ হাতত এতিয়া ৭ আৰু ১০ বাদ দি ১ৰ পৰা ১০০লৈকে জাৰ্চি নম্বৰৰ পৰিসৰ থাকিব। ‘যুৱ খেলুৱৈ আৰু বৰ্তমানৰ ভাৰতীয় দলৰ খেলুৱৈসকলক…
Read More