জীৱন শৈলী

ভেলেঙী নৈৰ তীব্ৰ খহনীয়াত জাহ গ’ল ২০ টা পৰিয়াল

ভেলেঙী নৈৰ তীব্ৰ খহনীয়াত জাহ গ’ল ২০ টা পৰিয়াল

বিগত কেইবাদিনত জনিয়াৰ পাতলিকুছিত ভেলেঙী নদীৰ তীব্ৰ খহনীয়াত কুড়িটাকৈ পৰিয়ালৰ ঘৰ-বাড়ী,ভেটি মাটিৰ লগতে কৃষিভূমি জাহ গৈছে। আনকি ইয়াৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। জানিব পৰা মতে ভেলেঙী আৰু বেঁকী নৈৰ পানীৰ প্ৰৱল সোঁতে জনিয়া-পাতলিকুছিত বিগত ২০২২-২৩ বৰ্ষত ৯ টা পৰিয়ালৰ ভেটি মাটি,ঘৰ-বাড়ী সম্পূৰ্ণৰূপে নদীৰ কৰাল গ্ৰাসত উছন হোৱাৰ পিছত এইবেলি ১১টা পৰিয়াল সহ মুঠ ২০টা পৰিয়াল ধ্বংসস্তূপ হবলৈ গৈ আছে। আনকি জনিয়া-পাতলিকুছি পথটোৰ বিস্তৰ খহনীয়াৰ কবলত পৰাৰ উপক্ৰম হৈছে। ফলত শ-শ পথচাৰী ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত ভীষন অসুবিধাৰ সৃষ্টি হৈছে। আৰু যদি পথচোৱা সম্পূৰ্ণৰূপে ভাঙি যায় তেন্তে অনাগত দিনত যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব আৰু বৰপেটা-মন্দিয়া-বাঘবৰহৈ ঘূৰি-পাকি জনিয়াৰ ৰাইজে অহা-যোৱা…
Read More
নগাঁও-ৰাঙলুত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তজাতিক দিৱস উদযাপন

নগাঁও-ৰাঙলুত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তজাতিক দিৱস উদযাপন

নগাঁৱত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰুদ্ধী আন্তজাতিক দিৱসটি উদযাপন কৰা হয় ৷ জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত আয়োজিত হোবা দিৱসটিত কালি পুৱা ১০ বজাত নগাঁও ফৌজদাৰীপট্টিস্থিত দ্ৰোৰ্ণাচাৰ্য্য উচ্চ মাধ্যমিক আৰু কনিষ্ঠ মহাবিদ্যালৰ ছাত্ৰছাত্ৰী সকলৰ সহযোগত বিদ্যালয়ৰ প্ৰাংগনৰ পৰা এটি পদযাত্ৰাও উলিওৱা হয় ৷ পদযাত্ৰাটি মুকলি কৰে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ তথা জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধ্যক্ষ বিশ্বজিৎ চক্ৰৱৰ্তীয়ে ৷ অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব মুনমী নেওঁগ,দ্ৰোৰ্ণাচাৰ্য্য উচ্চ মাধ্যমিক আৰু কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষশিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে জিলা আইন সেৱা প্ৰাধিকাৰীৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে ৷ ইয়াৰ পাছতে বিদ্যালয়ৰ সভাকক্ষত এখন সজাগতা সভা সম্পন্ন হয় ৷ সজাগতা সভাখনিত উপস্থিত…
Read More
বৰপেটাত পানীৰ তলত খেলপথাৰ

বৰপেটাত পানীৰ তলত খেলপথাৰ

নেৰানেপেৰা বৰষুণৰ ফলত বৰপেটা চহৰৰ খেলপথাৰ জলমগ্ন হৈ পৰিছে। বৰপেটাৰ সকলো ক্ৰীড়াৰ একমাত্ৰ খেলপথাৰ 'বৰপেটা জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰ' আৰু ইয়াৰ সংলগ্ন বিদ্যাপীঠ খেলপথাৰ এতিয়া পানীৰ তলত ।ক্ৰিকেট,ভলীবল, কাৰাটে আদি বিভিন্ন খেল,অনুশীলনীৰ উপৰিও শাৰিৰীক চৰ্চা নিয়মীয়াকৈ চলি থকা খেলপথাৰখন পানী শুকাই উপযোগী হোৱাকৈ আৰু হয়তো এমাহলৈ স্থবিৰ হৈ থাকিব লাগিব বুলি ধাৰণা কৰা হৈছে । পূৰ্ণাংগ ষ্টেডিয়াম, ইনডৰ ষ্টেডিয়াম নাইবা এথলেটিক্স ক্ৰীড়া আদিৰ আন্তঃগাথঁনি শূণ্য বৰপেটাৰ এইখন খেলপথাৰ পানীত নিমজ্জিত থকা মানেই ক্ৰীড়াৰ ক্ষেত্ৰত বিস্তৰ ক্ষতি হোৱা বুলি ক্ৰীড়াপ্ৰেমীৰ মাজত চৰ্চিত হৈছে।
Read More
জলবন্ধী পশ্চিম বৰবালাৰ-বালাৰভিঠাৰ ৰাইজ

জলবন্ধী পশ্চিম বৰবালাৰ-বালাৰভিঠাৰ ৰাইজ

এক বিসংগতিমূলক ৰাস্তা নিৰ্মাণৰ বাবেই বৰপেটা জিলাৰ নৱ গঠিত পাকাবেতবাৰী সমষ্টিৰ পশ্চিম প্ৰান্তত অৱস্থিত বৰবালা অঞ্চলত ৰাইজে দুৰ্ভোগ ভুগিছে । উল্লেখযোগ্য যে ¸ কেইবাদিনৰ নেৰানেপেৰা বৰষুণৰ ফলত বাৰিষাৰ সৃষ্টি কৰি পশ্চিম বৰবালাত প্ৰৱল বানৰ সৃষ্টি হৈছে । ইতিমধ্যে বানৰ প্ৰৱল সোঁতত 'চাৰি চেইন ৰোড' হিচাপে পৰিচিত ৰাস্তাটোৰ দুটা ঠাইত ছিঙি নিয়া পৰিলক্ষিত হৈছে । ৰাস্তাটোৰ আৰম্ভণিত মাটিয়া মছজিদৰ অলপ পশ্চিম ফালে কালি ৰাতি তীব্ৰ বানে খহাই দ খাৱৈ সৃষ্টি কৰাৰ লগতে পশ্চিম বৰবালা মছজিদৰ কাষতো বানৰ তীব্ৰতাই ৰাস্তা খহাই দ খাৱৈত পৰিণত কৰে । ফলত পশ্চিম বৰবালা,উত্তৰ জাৰাবাৰী, বালাৰভিঠাৰ ৰাইজৰ একমাত্ৰ যাতায়াতৰ ৰাস্তাটো দুটা মূৰ বানপানীয়ে ছিঙি নিয়াৰ ফলত জনসাধাৰণৰ…
Read More
পেৰিছ অলিম্পিক নেখেলে ফ্ৰান্স ফুটবল দলৰ অধিনায়ক এমবাপে

পেৰিছ অলিম্পিক নেখেলে ফ্ৰান্স ফুটবল দলৰ অধিনায়ক এমবাপে

ফ্ৰান্স ফুটবল দলৰ অধিনায়ক কেলিয়ান এমবাপে পেৰিছ অলিম্পিক ২০২৪ ত খেলিব নোৱাৰে। ৰিয়েল মাদ্ৰিদ ক্লাবৰ সৈতে তেওঁৰ প্ৰতিশ্ৰুতিৰ বাবে এমবাপে অলিম্পিক এৰিবলৈ সিদ্ধান্ত লৈছে। এমবাপেয়ে কয় যে তেওঁ ফ্ৰান্সত অলিম্পিকত খেলিবলৈ উৎসাহিত আছিল কিন্তু এইটো তেওঁৰ ক্লাবৰ নিয়মৰ বিৰুদ্ধে আছিল। সাধাৰণতে, ডাঙৰ খেলুৱৈসকলক ফিফাৰ কেলেণ্ডাৰত থকা একেখন মেচ বা টুৰ্ণামেণ্টত খেলিবলৈ অনুমতি দিয়া হয়। অলিম্পিক ইভেণ্টবোৰ ফিফাৰ কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰা হোৱা নাই। ফ্ৰান্সৰ অধিনায়ক কেলিয়ান এমবাপেই ইউৰোত এখন সংবাদমেলত কয় যে তেওঁৰ নতুন ক্লাব ৰিয়েল মাদ্ৰিদে অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ অনুমতি নিদিয়ে, নতুন ক্লাবটো এই ধাৰণাটোৰ বিৰোধী। তেওঁ এই বছৰ ফ্ৰান্সে আয়োজন কৰা অলিম্পিকত খেলিবলৈ বাট চাই আছে। কিন্তু অলিম্পিক ফিফাৰ…
Read More
মেধীপাৰা পাৰঘাটত বনবিভাগৰ অভিযান

মেধীপাৰা পাৰঘাটত বনবিভাগৰ অভিযান

ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত আৰু শিমলীতোলা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ এলেকাধীন নবাগত শিমলীতোলাৰ মেধিপাৰা জলজলী নদীৰ ঘাট,বজাৰ ঘাটকে ধৰি সংশ্লিষ্ট কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন এলেকাত দীৰ্ঘদিনৰে পৰা বন বিভাগৰ চকুত ধুলি দি অবাধে চোৰাং কাঠৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে৷ বন বিষয়া কনক চন্দ্ৰ ডেকাৰ নেতৃত্বত একাংশ বনকৰ্মীয়ে এক গোপন খবৰৰ ভিত্তিত নবাগত শিমলীতোলাৰ মেধিপাৰাৰ জলজলী নদীৰ পাৰ ঘাটত অভিযান চলাই এখন বলেৰ’ পিক আপ বাহনসহ লক্ষাধিক টকাৰ চেগুন গছৰ কুণ্ডা জব্দ কৰে৷জব্দকৃত বলেৰ’ বাহনখনৰ নম্বৰ হৈছে এ এছ ১৮-ছি ৬৮৬৯ নম্বৰ৷ জব্দকৃত চোৰাং চেগুন গছৰ কুণ্ডাখিনিৰ অনুমানিক বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা হ’ব বুলি ব্যক্ত কৰে৷পিছত জব্দকৃত বলেৰ’ বাহসহ চোৰাং কাঠ…
Read More
বানপানীৰ সময়ত লব লগা সাবধানতা সন্দৰ্ভত বৰপেটাত মকড্ৰিল

বানপানীৰ সময়ত লব লগা সাবধানতা সন্দৰ্ভত বৰপেটাত মকড্ৰিল

সাবধানতা আৰু বানত আবদ্ধ লোকক উদ্ধাৰ সন্দৰ্ভত লব লগা ব্যৱস্থাৰ ওপৰত ৰাইজক সজাগতা কৰাৰ উদ্দেশ্যে বৰপেটা জিলাৰ বাগোদীত এক সজাগতা অভিযান আৰু মকড্ৰিল অনুষ্ঠিত হৈ যায় ৷ বৰপেটা জিলা দুৰ্যোগ প্ৰশমন বিভাগ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ উদ্যোগত আৰু এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানৰ সহযোগত বৰপেটা জিলাৰ বৰপেটা ৰাজহ চক্ৰৰ অধীনৰ বাগোদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সজাগতা আৰু মকড্ৰিলৰ সময়ত বিভাগ দুটাৰ ভালে সংখ্যক বিষয়া কৰ্মচাৰী উপস্থিত আছিল ৷ এই সজাগতা মূলত অনুষ্ঠানত এন এন ডি আৰ এফ জিলা দুৰ্যোগ প্ৰশমন বিভাগ আৰু অগ্নি আৰু আপদ কালীন বিভাগে বানপানীৰ সময়ত লব লগা অনুসন্ধান আৰু উদ্ধাৰৰ কৌশল সমুহৰ ওপৰত লব লগা সাবধনতাৰ…
Read More
নগৰবেৰা-বদলা-ৰাঙাপানী সংযোগী পকী পথ জলমগ্ন

নগৰবেৰা-বদলা-ৰাঙাপানী সংযোগী পকী পথ জলমগ্ন

কিয়নো নগৰবেৰা-সোনতলী সংযোগী পথৰ বদলা ৰাঙাপানীত পুখুৰী সদৃশ গাত থকাৰ বাবেই এজাক বৰষুণ দিয়াৰ ফলতে পথচাৰী সকলে বিপদ সংকুল ভাৱে অহা যোৱা কৰিব লগীয়া হোৱা ঘটনাই বৃহত্তৰ অঞ্চলটোৰ সচেতন মহলক আশ্চৰ্যাম্ভিত কৰি তুলিছে। বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ লগতে পথটিৰে অহাযোৱা কৰা পথচাৰী সকলে সুদীৰ্ঘ দিন ধৰি প্ৰায় এআঠু,কলাফুল তিয়াইহে পথটিৰে অহা যোৱা কৰিব লগীয়া হৈছে৷আনকি একেদৰে বিপজ্জনকভাৱে পানীৰেই পাৰাপাৰ হয় যান বাহনবোৰৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীকে আদি কৰি সৰ্বস্তৰৰ ৰাইজে নিতৌ এজাক বৰষুণতেই পানীৰে উপচি পৰা পথচোৱাৰে পাৰাপাৰ হ’ব লাগে। বৰ্ষা ঋতুত প্ৰতিবাৰেই বদলা-ৰাঙাপানী অঞ্চলত এনে আহুকলীয়া পৰিবেশৰ সৃষ্টি হয়।পথচোৱা অতি দ’ হোৱা বাবেই এনে বিপৰ্যয়ৰ সৃষ্টি হয় বুলি সচেতন মহলে মত…
Read More
চামৰালি বজাৰত আৰক্ষীৰ বৃহৎ অভিযান

চামৰালি বজাৰত আৰক্ষীৰ বৃহৎ অভিযান

হোজাইৰ মোৰাঝাৰৰ চামৰালি বজাৰত আৰক্ষীয়ে এক গোপন সুত্ৰ পম খেদি চলোৱা এই অভিযানত জব্দ দুটাকৈ বন্ধুক৷ হোজাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চ আৰু মোৰাঝাৰ ,চৌধুৰীবজাৰ আৰক্ষীৰ যৌথ অভিযানতজব্দ কৰে দুটাকৈ বন্ধুক ৷ উদ্ধাৰ হোৱা এটা ৫.৫৬ এম এম পিষ্টল৷পিষ্টলটো আব্দুল মুতলিব নামৰ লোকজনৰ পৰা উদ্ধাৰ হয়৷ চামৰালি বজাৰত থকা আব্দুল মুতলিবৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে অন্য এটা য়াৰগান৷ লগতে আব্দুল মুতলিবক গেপ্তাৰ কৰা হৈছে৷ আব্দুল মুতলিবৰ ঘৰ চামৰালিত যদিও লোকজন ডিমাপুৰত থাকে বুলি জনা গৈছে৷ লোকজনে ডিমাপুৰৰ পৰা অবৈধ বন্ধুক আনি ব্যৱসায়ী কৰে বুলি ৰাইজে সন্দেহ কৰিছে৷
Read More
২৪ জুনৰ পৰা অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন

২৪ জুনৰ পৰা অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন

অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন ২৪ জুনৰ পৰা আৰম্ভ হ'ব। এই কথা বুধবাৰে প্ৰকাশ কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে। তেওঁ কয় যে অধিৱেশনৰ আৰম্ভণিতে নৱনিৰ্বাচিত সাংসদসকলক শপত গ্ৰহণ কৰোৱা হ'ব। অধিৱেশনৰ প্ৰথম তিনিদিনত নৱ নিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব আৰু সদনৰ অধ্যক্ষ নিৰ্বাচিত হ'ব।অধিৱেশনখন ৩ জুলাইত সমাপ্ত হ'ব। ৰাষ্ট্ৰপতি দ্ৰৌপাডি মুৰ্মুৱে ২৭ জুনত লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব আৰু পৰৱৰ্তী পাঁচ বছৰৰ বাবে নতুন চৰকাৰৰ কাম-কাজৰ ৰূপৰেখা প্ৰস্তুত কৰিব। ৰিজিজুৱে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত কয়- নৱ নিৰ্বাচিত সদস্যসকলৰ শপত, অধ্যক্ষ নিৰ্বাচন, ৰাষ্ট্ৰপতিৰ ভাষণ আৰু এই সন্দৰ্ভত আলোচনাৰ বাবে ২৪ জুন ২০২৪ ৰ পৰা ৩ জুলাই ২০২৪…
Read More