ফেৰোজপুৰ চেক্টৰত নিশা ভাৰত পাকিস্তান সীমান্ত অতিক্ৰম কৰাৰ সময়ত এটা সন্দেহজনক পাকিস্তানী গুপ্তচৰ ব’ৰ্ডাৰ ছিকিউৰিটী ফৰ্চ চমুকৈ BSF ৰ জোৱানৰ গুলীত নিহত হৈছে। নিশাৰ অন্ধকাৰৰ সুযোগ লৈ উক্ত চোৰাংচোৱাটো সীমান্ত পাৰ হৈ ভাৰতীয় অঞ্চলত প্ৰৱেশ কৰি সীমান্তৰ কাইটিয়া বেৰৰ ফালে আগবাঢ়ি আছিল।ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰাৰ সময়ত এটা সন্দেহজনক পাকিস্তানী গুপ্তচৰ ব’ৰ্ডাৰ ছিকিউৰিটী ফৰ্চ চমুকৈ BSF ৰ জোৱানৰ গুলীত নিহত হৈছে। আজি পুৱা সেই চোৰাংচোৱাৰ মৃতদেহ স্থানীয় আৰক্ষীৰ হাতলৈ হস্তান্তৰ কৰা হৈছে।
BSF জোৱানৰ সফলতা
