জুবিন গাৰ্গৰ জীৱনভিত্তিক ছবি নিৰ্মাণ হ’ব বলিউদত

জুবিন গাৰ্গৰ জীৱনভিত্তিক ছবি নিৰ্মাণ হব বলিউদত। এই ঘোষণা কৰিলে বলিউদৰ বিশিষ্ট প্ৰযোজিকা একতা কাপুৰে। নেটফ্লিক্স আৰু বালাজী টেলিফিল্মছৰ সহযোগত নিৰ্মাণ হ’ব এই ছবিখন। ২০২৬ৰ পৰা চবিখনৰ শ্বুটিঙৰ কাম আৰম্ভ হোৱাৰ কথা ঘোষণা।ছবিখনৰ প্ৰযোজিকাৰ দায়িত্বত থাকিব একতা কাপুৰ।
ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্যৰ বাবে এটা দল আহিব অসমলৈ।
জুবিনৰ পৰিয়াল আৰু ঘনিষ্ঠৰ সৈতে পৰ্যায়ক্ৰমে আলোচনাত মিলিত হ’ব দলটো।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *