মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা বিজেপি নেতাৰ ৰেহাই নাই।
আদালতৰ সিদ্ধান্তই স্পষ্ট কৰিলে এই কথা।
মুছলমানৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত বিজেপি নেতা।
ঘৃণা বিয়পোৱা বিজেপি নেতাৰ অগ্ৰিম জামিন নাকচ কৰিলে উচ্চ ন্যায়ালয়ে।
কেৰালাৰ বিজেপি নেতা পি চি জৰ্জে দিছিল মুছলমানক সন্ত্ৰাসবাদী আখ্যা।
বিজেপি নেতাজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ।
কেৰালা উচ্চ ন্যায়ালয়ে খাৰিজ কৰে অগ্ৰিম জামিনৰ আৱেদন।
মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা নেতাৰ ৰেহাই নাই
