editor

3175 Posts
চাঞ্চল্যকৰ! আদালতত হাজিৰ কৰোৱাৰৰ সময়তে দুষ্কৃতিকাৰীৰ গুলীত মৃত্যু গেংষ্টাৰ ছোটে চৰকাৰৰ…

চাঞ্চল্যকৰ! আদালতত হাজিৰ কৰোৱাৰৰ সময়তে দুষ্কৃতিকাৰীৰ গুলীত মৃত্যু গেংষ্টাৰ ছোটে চৰকাৰৰ…

আদালতত হাজিৰ কৰিবলৈ আৰক্ষীয়ে লৈ যোৱাৰ সময়তে বাইকত অহা দুষ্কৃতিকাৰীৰ গুলীবৰ্ষণত মৃত্যু ঘটিল এজন দুৰ্ধৰ্ষ গেংষ্টাৰৰ। উত্তৰপ্ৰদেশৰ আতিক হত্যা কাণ্ডৰ দৰেই অনুৰূপ ঘটনা সংঘটিত হ’ল এইবাৰ পাটনাত। শুকুৰবাৰে পাটনাৰ ভৰডুপুৰৰ এখন আদালত চৌহদত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে, শুকুৰবাৰে হত্যাকে ধৰি কেইবাটাও গোচৰৰ অভিযুক্ত অভিষেক কুমাৰ ওৰফে ছোটে চৰকাৰক বিহাৰৰ এখন কাৰাগাৰৰ পৰা পাটনা আদালতলৈ লৈ যোৱা হৈছিল। গেংষ্টাৰৰ সৈতে আদালত চৌহদত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে হঠাৎ দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰে। আৰক্ষীৰ সন্মুখতে দুস্কৃতিকাৰীৰ বন্দুকৰ গুলীত ঢলি পৰে ছোটে চৰকাৰ। এই ঘটনাত থিতাতে মৃত্যু হয় ছোটে চৰকাৰৰ। আৰক্ষীয়ে ইতিমধ্যে দুজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনাস্থলীৰ পৰা…
Read More
কিশোৰী ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত বিজেপি সাংসদ, ২৫ বছৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

কিশোৰী ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত বিজেপি সাংসদ, ২৫ বছৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

এগৰাকী কিশোৰীৰ ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত শাসকীয় বিজেপিৰ এজন সাংসদক ২৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহে আদালতে। উত্তৰ প্ৰদেশৰ সোণভদ্ৰ আদালতে শুকুৰবাৰে দুধী সমষ্টিৰ সাংসদ ৰামদুলাৰ গণ্ডক এই কাৰাদণ্ডৰ শাস্তিৰ নিৰ্দেশ দিয়ে। এই শাস্তিৰ বাবে ৰামদুলাৰে এতিয়া সাংসদ পদো হেৰুৱাব পাৰে। ৰামদুলাৰৰ বিৰুদ্ধে ২০১৪ চনত নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। মেয়ৰপুৰ গাঁৱৰ কিশোৰীগৰাকীয়ে পথাৰলৈ যোৱাৰ সময়তে ৰামদুলাৰে নিৰ্যাতন চলাইছিল কিশোৰীগৰাকীক। সেই সময়ত ৰামদুলাৰ গণ্ড সাংসদ হোৱা নাছিল। কিন্তু তেওঁৰ পত্নী সেই সময়ত গাঁৱৰ মুখীয়াল আছিল। প্ৰথমে POCSO আদালতত গোচৰটো আহিল। কিন্তু ৰামদুলাৰ বিজেপিৰ সাংসদ হোৱাৰ পিছত গোচৰটো সাংসদ-বিধায়ক আদালতলৈ হস্তান্তৰ কৰা হয়। সেই ঘটনাত দোষী সাব্যস্ত হোৱা ৰামদুলাৰক শাস্তি দিয়াৰ…
Read More
নিৰ্ভয়া কাণ্ডৰ পুনৰাবৃত্তি! চলন্ত বাছত গণধৰ্ষণ যুৱতীক, এজনক গ্ৰেপ্তাৰ

নিৰ্ভয়া কাণ্ডৰ পুনৰাবৃত্তি! চলন্ত বাছত গণধৰ্ষণ যুৱতীক, এজনক গ্ৰেপ্তাৰ

১১ বছৰ পূৰ্বে সংঘটিত নিৰ্ভয়া কাণ্ডৰ পুনৰাবৃত্তি ঘটিল যেন পুনৰ এবাৰ। দিল্লীত সংঘটিত নিৰ্ভয়া গণধৰ্ষণ কাণ্ডৰ দৰেই এইবাৰো চলন্ত বাছৰ ভিতৰত গণধৰ্ষণ চলোৱা হ’ল এগৰাকী যুৱতীক। এই ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ব্যক্তিক। আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা ৯ ডিচেম্বৰৰ নিশা উত্তৰ প্ৰদেশৰ পৰা জয়পুৰ অভিমুখে ৰাওনা হৈছিল বাছখন। সেই বাছখনত কানপুৰৰ পৰা জয়পুৰলৈ গৈ আছিল এগৰাকী ২০ বছৰীয়া দলিত যুৱতী। গভীৰ নিশা চলন্ত বাছখনৰ চালকসকলে আন যাত্ৰীসকল শুই থকা অৱস্থাত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্ত আৰিফ আৰু ললিতে কেবিনৰ ভিতৰতে কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলায়। ভুক্তভোগীৰ চিঞৰ-বাখৰত যাত্ৰীসকল সাৰ পাই উঠিল। লগে লগে কেবিনলৈ লৰালৰিকৈ গৈ আৰিফক কৰায়ত্ব কৰে।…
Read More
সংসদৰ বাহিৰত নিজৰ শৰীৰত জুই জ্বলাই আত্মজাহৰ পৰিকল্পনা কৰিছিল অভিযুক্ত সাগৰে! জেৰাত ফাদিল ভয়ংকৰ তথ্য

সংসদৰ বাহিৰত নিজৰ শৰীৰত জুই জ্বলাই আত্মজাহৰ পৰিকল্পনা কৰিছিল অভিযুক্ত সাগৰে! জেৰাত ফাদিল ভয়ংকৰ তথ্য

সংসদত স্মোক বোমা আক্ৰমণৰ ঘটনাত অব্যাহত আছে অভিযুক্তৰ জেৰা। এই অভিযুক্তসকলৰ জেৰাৰ সময়তো বহু গুৰুত্বপূৰ্ণ কথা প্ৰকাশ পাইছে। সূত্ৰ অনুসৰি অভিযুক্ত সাগৰে জেৰাৰ সময়ত কয় যে পূৰ্বে তেওঁ সংসদৰ বাহিৰত নিজকে জ্বলাই দিয়াৰ পৰিকল্পনা কৰিছিল। কিন্তু জেল ক্ৰীম ক্ৰয় কৰাৰ বাবে অনলাইন পেমেণ্ট কৰিব নোৱাৰাৰ বাবে তেওঁ এই পৰিকল্পনা বাদ দিবলগীয়া হৈছিল। তদন্তকাৰী সংস্থাসমূহৰ সৈতে জড়িত সূত্ৰসমূহে জনোৱা মতে, লক্ষ্ণৌৰ বাসিন্দা অভিযুক্ত সাগৰ শৰ্মাই জেৰাৰ সময়ত আৰক্ষীক জনাইছিল যে পূৰ্বে তেওঁৰ পৰিকল্পনা আন কিবা আছিল। এই পৰিকল্পনাৰ জৰিয়তে সাগৰে সংসদৰ বাহিৰত নিজকে জুই লগাব লাগিছিল যদিও পিছলৈ এই পৰিকল্পনা পৰিত্যাগ কৰা হ’ল। দিল্লী আৰক্ষীৰ বিশেষ কোষৰ আগত সাগৰে লগতে কয়…
Read More
নিবনুৱা সমস্যাৰ বাবেই সংসদত সংঘটিত হৈছিল স্মোক এটেকঃ মন্তব্য ৰাহুল গান্ধীৰ

নিবনুৱা সমস্যাৰ বাবেই সংসদত সংঘটিত হৈছিল স্মোক এটেকঃ মন্তব্য ৰাহুল গান্ধীৰ

নিবনুৱা সমস্যাৰ কাৰণেই বুধবাৰে সংসদত সংঘটিত হৈছিল স্মোক আক্ৰমণৰ ঘটনা। এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। তেওঁ কয় যে কেৱল নিবনুৱা সমস্যাৰ বাবেই যুৱকসকলে সংসদত আক্ৰমণ চলাইছিল। তেওঁ কয় যে মুদ্ৰাস্ফীতিৰ বাবেই এই ঘটনা সংঘটিত হৈছে। চৰকাৰৰ নীতিৰ বাবেই এই ঘটনা ঘটিছিল। ভাৰতীয় সংসদত শীতকালীন অধিৱেশন চলি আছে আৰু ইফালে ১৩ ডিচেম্বৰত দুজন যুৱকে ভিতৰত প্ৰৱেশ কৰি তাৰ পিছত সমগ্ৰ কমপ্লেক্সত হালধীয়া ধোঁৱা বিয়পাইছিল। আনকি ধোঁৱাৰ আক্ৰমণত আতংকিত হৈ পৰিছিল সাংসদসকল। বহুতে এই বিষাক্ত ধোঁৱা ওলাইছে বুলি চিঞৰ-বাখৰ কৰা শুনা গৈছিল। অৱশ্যে তেনেকুৱা নাছিল। সংসদত এই আক্ৰমণৰ পিছত ৮ গৰাকী নিৰাপত্তাৰক্ষীক নিলম্বন কৰা হৈছে। এতিয়া সংসদৰ নিৰাপত্তা ভংগৰ ঘটনাৰ…
Read More
হিচাববিহীন সম্পত্তিৰ অভিযোগ! PWDৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তাৰ বাসগৃহত অভিযান CM ভিজিলেন্সৰ

হিচাববিহীন সম্পত্তিৰ অভিযোগ! PWDৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তাৰ বাসগৃহত অভিযান CM ভিজিলেন্সৰ

শুকুৰবাৰে গুৱাহাটীৰ এজন অৱসৰপ্ৰাপ্ত অভিযন্তাৰ বাসগৃহত অভিযান চলাই চি এম ভিজিলেন্সৰ এটা দলে। অৱসৰপ্ৰাপ্ত অভিযন্তাগৰাকীৰ নাম ছমীদ আলী বুলি জানিব পৰা গৈছে। পি ডব্লিউ ডি বিভাগৰ কাৰ্যবাহী অভিযন্তা আছিল আলী। কৰিমগঞ্জত দীৰ্ঘদিনীয়া সেৱাৰ অন্তত ২০২২ চনত অৱসৰ গ্ৰহণ কৰিছিল আলীয়ে। সূত্ৰ অনুসৰি ছমদৰ বিৰুদ্ধে অবৈধভাৱে কেইবাটাও সম্পত্তিৰ মালিক হোৱাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ কৰিব পাৰি যে মুখ্যমন্ত্ৰী ভিজিলেন্সৰ দলে এজন বিধায়কৰ অভিযোগৰ ভিত্তিত অৱসৰপ্ৰাপ্ত অভিযন্তা ছমীদ আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল, তাৰ পিছত ছমীদৰ বিৰুদ্ধে ৯/২০২৩ৰ গোচৰৰ ভিত্তিত অভিযান চলায়। গুৱাহাটীৰ লালমাটি অঞ্চলত ছমীদৰ বাসগৃহত অভিযান চলাই দলটোৱে কেইবাখনো বেংকৰ পাছবুক জব্দ কৰাৰ লগতে কেইবাটাও ভূমিৰ নথি-পত্ৰ উদ্ধাৰ কৰে। লাভ…
Read More
সংৰক্ষিত হ’ল ধোনীৰ ৭ নম্বৰ জাৰ্চি! এতিয়াৰে পৰা আন কোনো খেলুৱৈয়ে জাৰ্চিৰ বাবে লাভ নকৰিব এই নম্বৰ

সংৰক্ষিত হ’ল ধোনীৰ ৭ নম্বৰ জাৰ্চি! এতিয়াৰে পৰা আন কোনো খেলুৱৈয়ে জাৰ্চিৰ বাবে লাভ নকৰিব এই নম্বৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ৭ নম্বৰ জাৰ্চিটোক অৱসৰ প্ৰদানৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিছে। ইয়াৰ ফলত এতিয়াৰে পৰা কোনো অভেষককাৰী খেলুৱৈ বা বৰ্তমানৰ খেলুৱৈয়ে বাছনি কৰিব নোৱাৰিব এই নম্বৰৰ জাৰ্চিটো। ক্ৰিকেট খেলত ধোনীৰ উল্লেখযোগ্য অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে দেখা এই পদক্ষেপে অনুৰাগীৰ প্ৰতিক্ৰিয়া লাভ কৰিছে। একাংশই ইয়াক এক মৰ্মস্পৰ্শী সিদ্ধান্ত হিচাপেও গণ্য কৰিছে। ক্ৰিকেট ব’ৰ্ডে লোৱা এই সিদ্ধান্তই ২০১৭ চনত ভাৰতীয় ক্ৰিকেটত শচীন টেণ্ডুলকাৰৰ প্ৰভাৱক সন্মান জনাই অৱসৰ লোৱাৰ একেধৰণৰ পদক্ষেপৰে পুনৰাবৃত্তি কৰিছে। ফলত খেলুৱৈসকলৰ হাতত এতিয়া ৭ আৰু ১০ বাদ দি ১ৰ পৰা ১০০লৈকে জাৰ্চি নম্বৰৰ পৰিসৰ থাকিব। ‘যুৱ খেলুৱৈ আৰু বৰ্তমানৰ ভাৰতীয় দলৰ খেলুৱৈসকলক…
Read More
ৰাজ্যত পুনৰ সেনা শিৱিৰৰ সন্মুখত বিস্ফোৰণ! আলফা স্বাধীনৰ দায়িত্ব স্বীকাৰ

ৰাজ্যত পুনৰ সেনা শিৱিৰৰ সন্মুখত বিস্ফোৰণ! আলফা স্বাধীনৰ দায়িত্ব স্বীকাৰ

ৰাজ্যৰ সেনা শিবিৰৰ প্ৰৱেশদ্বাৰত সংঘটিত হ’ল আন এক বিস্ফোৰণ। তিনিচুকীয়াৰ পিছত এইবাৰ যোৰহাটত তিনি সপ্তাহৰ ব্যৱধানত সেনা শিৱিৰৰ বাহিৰত এই বিস্ফোৰণ সংঘটিত হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱা যোৰহাট সেনা শিবিৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত এক বিস্ফোৰণ সংঘটিত হয়। অৱশ্যে বিস্ফোৰণৰ তীব্ৰতা বেছি নাছিল। কোনো লোকৰ প্ৰাণহানি বা ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে। শুকুৰবাৰে নিষিদ্ধ ঘোষিত সংগঠন পৰেশ বৰুৱাপন্থী আলফাই এক বিবৃতি প্ৰকাশ কৰি বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰে। প্ৰসংগক্ৰমে আলফাৰ মূল গোটে শান্তি চুক্তি স্বাক্ষৰ কৰিলেও পৰেশ বৰুৱা নেতৃত্বাধীন আলফা(I) গোটে এতিয়াও পৃথকে পৃথকে ভেঙুচালিৰ কাৰ্য সংঘটিত কৰি আছে। চোৰাংচোৱা সূত্ৰৰ মতে চীনৰ সহযোগত ম্যানমাৰৰ গোপন ডেৰাৰ পৰা পৰেশ…
Read More
২০২৪ত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব মোদীঃ অমিত শ্বাহে কৰিলে ভৱিষ্যদ্বাণী

২০২৪ত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব মোদীঃ অমিত শ্বাহে কৰিলে ভৱিষ্যদ্বাণী

৩ ৰাজ্যত জয়লাভ কৰি প্ৰবল আত্মবিশ্বাসী হৈ আছে বিজেপি। বিজেপি এতিয়া নিশ্চিত যে অহা বছৰ লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোডী পুনৰ প্ৰধানমন্ত্ৰী হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজেই উচ্চস্বৰত দাবী কৰি কয়, "ইণ্ডিয়া মিত্ৰতাত নতুন একো নাই। ২৪ত পুনৰ প্ৰধানমন্ত্ৰী হ’ব মোডী।” অহা সপ্তাহত দিল্লীত অনুষ্ঠিত হ’ব ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক। ঐক্যবদ্ধ বিৰোধীয়ে এতিয়া বিজেপিৰ বিৰুদ্ধে এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিচাৰিছে। কিন্তু শ্বাহে কয় এই মিত্ৰতাত নতুন একো নাই। তেওঁৰ মতে মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, হিমাচল প্ৰদেশ, গুজৰাট, উত্তৰাখণ্ড, কৰ্ণাটক আদি ৰাজ্যত কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰত্যক্ষ যুঁজ হ’ব। বিহাৰ, মহাৰাষ্ট্ৰ, তামিলনাডুৰ দৰে ৰাজ্যত বিৰোধী মিত্ৰজোঁটে বিজেপি মিত্ৰজোঁটৰ সৈতে যুঁজ দিছে। বাকী ৰাজ্যসমূহৰ…
Read More
বন্যপ্ৰাণী সুৰক্ষাক লৈ গাঁওৰক্ষী বাহিনীৰ সদস্যৰ মাজত সজাগতা সৃষ্টি,  বিভিন্ন সজুলি প্ৰদান

বন্যপ্ৰাণী সুৰক্ষাক লৈ গাঁওৰক্ষী বাহিনীৰ সদস্যৰ মাজত সজাগতা সৃষ্টি, বিভিন্ন সজুলি প্ৰদান

সাংস্কৃতিক বৈচিত্ৰ্যৰ লগতে চহকী জৈৱ বৈচিত্ৰ্যৰ বাবেও পৰিচিত অসমৰ নদী দ্বীপ জিলা মাজুলীৰ জৈৱ বৈচিত্ৰ্য আৰু বন্যপ্ৰাণী সুৰক্ষাত পালন কৰিবলগীয়া ভূমিকাৰ বিষয়ে গাঁওৰক্ষী বাহিনীৰ সদস্যসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে সদস্যসকলক কৰ্তব্যৰ সময়ত প্ৰয়োজন হোৱা বিভিন্ন সজুলি প্ৰদান কৰা হয় । এই উপলক্ষে যোৱা ১১ ডিচেম্বৰত মাজুলী জিলাৰ আৰক্ষী নিৱেশত আয়োজিত এক মত-বিনিময় অনুষ্ঠানত জিলাখনৰ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে নিজৰ নিৰ্ধাৰিত দায়িত্ব পালন কৰাৰ উপৰিও বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত কেনেদৰে সহায় কৰিব পাৰে তাৰ ওপৰত আলোকপাত কৰে। বাৰ্লিন চিৰিয়াখানাৰ সহায়ত আৰু মাজুলী জিলা আৰক্ষী আৰু মাজুলী বন সংমণ্ডলৰ সহযোগত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে এই “মত-বিনিময় আৰু সজুলি বিতৰণ”…
Read More