editor

3175 Posts
সোমবাৰৰ পৰা শ্বিলঙত পুনৰ সম্পূৰ্ণ লকডাউন ঘোষণা

সোমবাৰৰ পৰা শ্বিলঙত পুনৰ সম্পূৰ্ণ লকডাউন ঘোষণা

ষ্টাফৰিপৰ্টাৰ, সোমবাৰৰ পৰা শ্বিলঙত পুনৰ সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে।সোমবাৰে মাজনিশাৰ পৰা ২৯ জুলাই মাজনিশা পৰ্যন্ত চহৰখনত সম্পূৰ্ণ লকডাউন থাকিব। প্ৰতিদিনেই কৰ’ণা সংক্ৰমণ বৃদ্ধি পাই গৈ থকাত মেঘালয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য চুবুৰীয়া পাহাৰীয়া ৰাজ্য খনত বৰ্তমানলৈ মুঠ আক্ৰান্তৰ সংখ্যা ৪১৯লৈ বৃদ্ধি পাইছে।
Read More
এইচপি পাওয়াৰ হাউজ গেমিং পোর্টফোলিও আৰম্ভ কৰিছে

এইচপি পাওয়াৰ হাউজ গেমিং পোর্টফোলিও আৰম্ভ কৰিছে

এইচপি নতুন ওমেন ল্যাপট আৰু মালপত্রবোৰ প্রবর্তন কৰে, ওমান কমান্ড সেন্টাৰে আপডেট কৰিছে আৰু প্রথম ১৬ "প্যাভিলিয়ন গেমিং ল্যাপটপ আৰম্ভ কৰিছে- - সমস্তই আজিৰ দিনৰ গেমাৰক অতুলনীয়কে খেলিবৰ বাৱে ইতিমধ্য ডিভাইসগুলি কী কৰিব পাৰে তাৰ সীমাবদ্ধতাৰ ফালে চাপ দি ডিজাইন কৰিছে। এটি গেমপ্লেৰ অভিজ্ঞতাকে পৰবর্তী স্তৰত সক্ষম কৰাৰ ক্ষেত্রত ‘তাৰ প্রথম ধৰণৰ’ হার্ডওয়্যাৰ প্রযুক্তি সৰবৰাহ কৰিছে আৰু কোনও আপোচ নকৰাকে তুলনামূলক পাওয়াৰ প্রস্তাব দিছে। গেমিং বেনিফিটগুলি আনলক কৰা হৈছে কাৰণ লোকসকলে ঘৰত বেছি সময় ব্যয় কৰে, বিনোদন আৰু সাধাৰণ কল্যাণ উভয়ৰ বাৱে নতুন উপায় উদ্ঘাটন কৰিছে।অনুষ্ঠানৰ এইচপি ইন্ডিয়া মার্কেটৰ পার্সোনাল সিস্টেমস, সিনিয়ৰ পৰিচালক মিঃ বিক্রম বেদী কৈছিল যে, “এইচপি ব্রড…
Read More
অভিনেত্ৰী ঐশ্বৰ্য ৰায় আৰু কন্যা আৰাধ্যাক মুম্বাইৰ চিকিত্‍সালয়ত ভৰ্তি

অভিনেত্ৰী ঐশ্বৰ্য ৰায় আৰু কন্যা আৰাধ্যাক মুম্বাইৰ চিকিত্‍সালয়ত ভৰ্তি

কোৰোণাৰ সামান্য লক্ষণে দেখা দিয়াৰ বাবে দুয়োকে ভৰ্তি কৰোৱা হৈছে চিকিত্‍সালয়ত।অভিনেত্ৰী ঐশ্বৰ্য ৰায় আৰু কন্যা আৰাধ্যাক মুম্বাইৰ চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছে। কোৰোণাত আক্ৰান্ত হোৱাৰ পিছত দুয়ো নিজ ঘৰতেই কোৱাৰেণ্টাইনত আছিল। শুকুৰবাৰে হঠাত্‍ দুয়োৰে দেহত কোৰোণাৰ সামান্য লক্ষণে দেখা দিয়াত দুয়োকে মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, দুয়ো শ্বাস-প্ৰশ্বাসত কিছু সমস্যাৰ সন্মুখীন হৈছে।ইফালে বৰ্তমান নানাৱতী হাস্পতালতে চিকিত্‍সাধীন হৈ আছে ঐশ্বৰ্য ৰায়ৰ স্বামী তথা অভিনেতা অভিষেক বচ্চন আৰু মেগাষ্টাৰ অমিতাভ বচ্চন
Read More
কুকুৰৰ বাণিজ্যিক আমদানিৰ ব্যৱসায়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা

কুকুৰৰ বাণিজ্যিক আমদানিৰ ব্যৱসায়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা

নাগালেণ্ড চৰকাৰে কুকুৰৰ বজাৰ আৰু কুকুৰৰ বাণিজ্যিক আমদানিৰ ব্যৱসায়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰিছে। কুকুৰৰ মাংস বিক্ৰীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰী কৰিছে। ৰাজ্যখনৰ মুখ্য সচিব তেমজেন টয়ে ইতিমধ্যে টুইটাৰযোগে এই কথা জনাইছে।
Read More
পতঞ্জলিৰ Covid-19 নিৰাময় কৰা দৰৱৰ বিজ্ঞাপন আৰু প্ৰচাৰত তাৎক্ষণিক স্থগিতাদেশ কেন্দ্ৰীয় চৰকাৰৰ

পতঞ্জলিৰ Covid-19 নিৰাময় কৰা দৰৱৰ বিজ্ঞাপন আৰু প্ৰচাৰত তাৎক্ষণিক স্থগিতাদেশ কেন্দ্ৰীয় চৰকাৰৰ

আজি কেন্দ্ৰীয় আয়ুস মন্ত্ৰণালয়ে পতঞ্জলি আয়ুৰ্বেদ লিমিটেডে মুকলি কৰা Covid-19ৰ ঔষধত এক প্ৰকাৰৰ নিষেধাজ্ঞা আৰোপ কৰিছে। Press Information Bureauই মুকলি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, চৰকাৰক পতঞ্জলিয়ে তেনে গৱেষণাৰ বিষয়ে পূৰ্বতে অৱগত কৰা নাছিল।কেন্দ্ৰীয় চৰকাৰৰ অনুমতি অবিহনে গৱেষণা, পৰীক্ষণ আদি কৰি এতিয়া ঔষধটো বজাৰত মুকলি কৰাৰ পিছত চৰকাৰৰ ৰোষত পৰিছে ৰামদেৱ আৰু পতঞ্জলি। প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে আয়ুৰ্বেদিক ঔষধৰ তেনে ধৰণৰ দাবী আৰু প্ৰচাৰ Drugs And Magic Remedies (Objectionable Advertisement) Act, 1954ৰ নীতি নিয়মৰে পৰিচালিত হয়। আনহাতে, যোৱা ২১ এপ্ৰিলত আয়ুস মন্ত্ৰণালয়ে Covid-19ৰ আয়ুৰ্বেদিক ঔষধৰ বেলিকা গৱেষণা আৰু অন্য বিধিসমূহ কেনেধৰণৰ হ’ব এই সকলোবোৰ ৰাজপত্ৰিত জাননীৰ যোগেদি অৱগত কৰিছিল।সম্প্ৰতি…
Read More