17
Jul
জটিল ৰোগত আক্ৰান্ত দুই বছৰীয়া ফুল কুমলীয়া শিশু।মাতৃয়ে কান্দি কান্দি সহায়ৰ আহ্বান জনালে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যবাসীক ।উল্লেখযোগ্য যে বঙাইগাঁও জিলাৰ মানিকপুৰৰ আৰক্ষী চকীৰ অন্তৰ্গত বাশবাৰীৰ নিত্তা চান্দ্ৰা দাসৰ পুত্ৰ সৌৰভ দাস(৩)জটিল ৰোগত আক্ৰান্ত দুই বছৰীয়া ফুল কুমলীয়া শিশু। আৰ্থিক ভাবে দুৰ্বল পৰিয়ালৰ লোক যাৰ ভাবে উন্নত চিকিৎসা কৰিব পৰা নাই শিশুটোৰ।বানপানীয়ে যথেষ্ট ক্ষতি কৰিছে পৰিয়ালটোৰ। আপোনাৰ অলপ সহায়ত হাঁহি বিৰিঙিব পাৰে এটা ফুলকুমলীয়া শিশুৰ ।অসমৰ মূখ্যমন্ত্ৰীৰ লগতে ৰাজ্যবাসীক লৈ মাকে কান্দি কান্দি সহায়ৰ আহ্বান কৰিছে। কোনো সদাশয় ব্যক্তিয়ে যদি সহায় কৰিব বিচাৰে তেতিয়া হ'লেA/C No=30712417853IFSC=SBIN0009145A/C Holder name nitta chandra dasPHONE PE NO 9957417276 আৰু যদি পৰিয়ালৰ লোকৰ লগত যোগাযোগ…