06
Sep
ছয়গাও সমষ্টিত গজালি মেলিলে আম আদমী পাৰ্টীয়ে ৷ পখা মেলিয়ে লাগি গল উন্নয়নৰ কামত ৷ ৰাইজে মিলি এটা জৰাজিৰ্ন পথ মেৰামতিত লাগিল আম আদমী পাৰ্টীৰ কৰ্মী ৷ এটা পথৰ লৈ যমৰ যাতনা ভুগি আহিছে ছয়গাঁও সমষ্টিৰ ৰাইজে ৷ হয় এই দৃশ্য হৈছে ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বামুণীগাওৰ ঔফুলা কৰেবাৰি সংযোগী পথৰ ৷ জৰাজীৰ্ণ পথৰ যাতায়তৰ দুৰৱস্থাক লৈ আম আদমী পাৰ্টি আৰু বামুণীগাও শান্তিপুৰ ই ৰিস্কা সন্থাই এনেদৰে পথটো কৰিলে মেৰামতি । হাতত কোৰ লৈ খালত মাটি চৰকাৰ অথবা কোনো জনপ্ৰতিনিধিলৈ বাত নাচাই আম আদমী পাৰ্টি আৰু বামুণীগাও শান্তিপুৰ ই ৰিক্সা সন্থাই নিজৰ গাঁঠিৰ ধনেৰে পথটো মেৰামতি কৰে ৷ কদৰ্যময় পথটোৰ ঠায়ে…