Dipshikha

2393 Posts

গেলেকীত ALISON নামৰ ব্যক্তিগত কোম্পানীৰ বিৰুদ্ধে এজাহাৰ দাখিল

গেলেকীত ALISON নামৰ ব্যক্তিগত কোম্পানীৰ বিৰুদ্ধে এজাহাৰ দাখিল বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু বীৰ লাচিত সেনা গেলেকীৰ আঞ্চলিক সমিতিৰ ।।ৰাজপথৰ কাষত ৰোৱা বৃক্ষ গধুৰ বাহনেৰে মহতিয়াই পেলোৱাৰ অভিযোগ কৰিছে সংগঠন কেইটাই ।। উল্লেখযোগ্য যে বিশ্ব পৰিবেশ দিৱসৰ দিনা GGS 3 ৰ সম্মুখৰ পৰা এই দুটি সংগঠনে এক কাৰ্যসূচীৰ যোগেদি ৰোপন কৰিছিল বিভিন্ন প্ৰজাতিৰ বৃক্ষ ।।আৰু এই বৃক্ষ বিলাকৰ নিৰাপত্তাৰ বাবে লোৰ সজাৰে সাজি দিছিল পিঞ্জিৰা ।। লহপহকৈ বাঢ়ি আহিছে বৃক্ষসমূহ ।তাৰ মাজতেই আজি ONGC GGS 3 ৰ পৰা ALISON নামৰ এটা কোম্পানীৰ সামগ্ৰী স্থানান্তৰ কৰাৰ সময়ত গধুৰ টেইলৰ বাহনে মহতিয়াই পেলোৱাৰ অভিযোগ উঠিছে একাংশ বৃক্ষৰ পুলি ।।যাক লৈ এতিয়া এনেদৰে…
Read More

অসম বিধানসভাৰ ৰাজহুৱা সমিতিয়ে বিভিন্ন আঁচনিৰ কামকাজৰ পৰিদৰ্শন

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিয়ে আজি নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টি ভ্ৰমণ কৰি বিভিন্ন বিভাগৰ আঁচনিৰ কাম-কাজৰ চৰজমিন পৰিদৰ্শন। এই পৰিদৰ্শন কালত অসম বিধান সভাৰ সদস্য ক্ৰমে ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভবেন্দ্ৰ নাথ ভৰালী, ৱাজেদ আলি চৌধুৰী, বসন্ত দাস, কমলাক্ষ্য দে পুৰকায়স্থ, উৎপল বৰা, চক্ৰধৰ গগৈ, গোবিন্দ্ৰ চন্দ্ৰ বসুমতাৰীকে আদি কৰি আঠ গৰাকী বিধায়কে বটদ্ৰৱা সমষ্টিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ, জলসিঞ্চন বিভাগ, মীন বিভাগ, সমাজ কল্যাণ বিভাগ, লোকনিৰ্মান বিভাগৰ আচঁনি সমূহ পৰিদৰ্শন কৰাৰ উপৰিও বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ নিৰ্মাণ চলি থকা ১৮৮ কোটি টকাৰ বটদ্ৰৱা প্ৰকল্পৰ কাম কাজ সমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত সমিতিৰ সদস্য সকলে বটদ্ৰৱা থানত প্ৰৱেশ কৰি কীৰ্তনঘৰত মূৰ…
Read More

ডিব্ৰুগড়ত চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যাসূচী ৰূপায়ন।

ডিব্ৰুগড়ত চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যাসূচী ৰূপায়ন।আজি ডিব্ৰুগড় চৌকিডিঙ্গীৰ জিৰণীচ'ৰাত সদৌ অসম চুতীয়া ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিয়ে এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। উত্তৰ -পূৰ্বাঞ্চলৰ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ দিনটো পিছপৰি ৰৈছে। বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াত সর্বোচ্চ ত্যাগ কৰা চুতীয়া সকল আজি অৱহেলিত হৈ ৰোৱাটো দুভাগ্যজনক । সেয়েহে জনগোষ্ঠীটোৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই দীর্ঘদিন ধৰি জনজাতিকৰণ দাবী জনাই অহাৰ পাছতো চৰকাৰে আজিলৈকে গুৰুত্ব প্রদান নকৰিলে। বাৰম্বাৰ চৰকাৰ লগত আলোচনা কৰাৰ পাছত দুমাহৰ ভিতৰত মন্ত্ৰীগোটৰ প্রতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰতিশ্ৰুতি আজি…
Read More

লিডুৰ পাটকাই পাহাৰৰ দুৰ্গম স্থানত তিনি কয়লা চোৰ শ্ৰমিক মৃত্যু

তিনিচুকীয়া জিলাৰ লিডুৰ পাটকাই পাহাৰৰ দুৰ্গম স্থানত তিনি কয়লা চোৰ শ্ৰমিক মৃত্যু হোৱাৰ ঘটনাৰ তদন্তৰ দাবী আমছুৰ । আমছুৰ  তিনিচুকীয়া জিলা সমিতিৰ  সভাপতি ফিৰোজুৰ ৰহমানে অবৈধ কয়লা খনন আৰু শ্ৰমিক নিয়োজিত কৰা বিষয়টোৰ উচ্চস্তৰীয় তদন্তৰ দাবী জনালে । মাৰ্ঘেৰিটা লিডু অবৈধ কয়লা খনিত সংঘটিত ভয়ংকৰ ঘটনাৰ পিছত তৎপৰ আৰক্ষী । তিনি শ্ৰমিকৰ মৃত্যুৰ পাছত মৃতদেহ উদ্ধাৰ কৰি আটক কয়লা মাফিয়া সহ মুঠ 5 জনক ।আৰক্ষীয়ে সোধ পোচৰ অন্ততবিজন ৰয়  ৰানা দাস আনোৱাৰ হুচেইন উৰফে চুফি বাবা সহ ৫ জনক আজি আদালতত হাজিৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে ।
Read More

নাজিৰাৰ প্ৰান্তে প্ৰান্তে সোপাধৰাৰ আতংক

নাজিৰাৰ প্ৰান্তে প্ৰান্তে সোপাধৰাৰ আতংকৰাইজক ভিতিগ্ৰস্থ নহবলৈ আহ্বান মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ।উল্লেখযোগ্য যে নাজিৰা মহকুমাত কোনো শিশু অপহৰণৰ বৰ্তমানেও তথ্য নাই।গতিকে কোনো দুষ্ট চক্ৰই এই উৰাবাতৰি বিয়পাইছে বুলি প্ৰশাসনে ইতিমধ্যে উল্লেখ কৰিছে।শান্তি শৃংখলা অটুত ৰাখিবলৈ প্ৰশাসনে ৰাইজক আহ্বান জনাইছে।
Read More

বিজনীৰ দহলাপাৰাত শোকাবহ দুৰ্ঘটনাত নিহত এজন চাইকেল আৰোহী

বিজনীৰ দহলাপাৰাত শোকাবহ দুৰ্ঘটনাত নিহত এজন চাইকেল আৰোহী ।বঙাইগাঁও জিলাৰ দহলাপাৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত এজন চাইকেল আৰহী থিতাতে নিহত হয় । অচিনাকী ট্ৰাকে মহতিয়াই লৈ যোৱাৰ ফলত থিতাতে নিহত হয় চাইকেল আৰোহী জন। নিহত চাইকেল আৰহী জনৰ চেহেৰা বেয়াকৈ ক্ষতিগ্ৰস্থ হোৱাত চাইকেল আৰহী জনক চিনাক্ত কৰিব পৰা হোৱা নাই । আনুমানিক চাইকেল আৰোহী জনৰ বয়স ৪০ৰ উৰ্ধত হ'ব । ঘটনা স্থলীত গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ আৰক্ষী দুৰ্ঘটনাত হোৱা স্থানত উপস্থিত হয় যদিও চিনাক্ত কৰিব পৰা নাই । নিহত লোক জনৰ পৰা এটা মোবাইল এটা ছাতা এখন বেগ উদ্ধাৰ কৰে আৰক্ষীয়ে ।
Read More

বিজনীৰ বড়ো বজাৰত জিলা ভিত্তিক অনুষ্ঠান

চিৰাঙত ১৮৪ গৰাকী বিধৱা মহিলালৈ ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ ধন প্ৰদানচিৰাং জিলাৰ বিজনী মহকুমাৰ বড়ো বজাৰ  উন্নয়ন খণ্ড কাৰ্যালয়ৰ সভা গৃহত আজি অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা ৰূপায়িত হোৱা ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ শুভাৰম্ভ কৰা হয় | অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ পৰা আঁচনি উদ্বোধন সন্দৰ্ভত দিয়া ভাষণ সভাত উপস্থিত থকা ৰাইজে প্ৰত্যক্ষ কৰে | বড়ো বজাৰ জনজাতি খণ্ড উন্নয়ন বিষয়া নিৰ্জয়।ব্ৰহ্মই পৰিচালনা কৰা অনুষ্ঠানত চিৰাং জিলাৰ উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে মুখ্য অতিথৰূপে উপস্থিত থাকি চিৰাং জিলাত জিলা প্ৰশাসনৰ পৰা জিলা খনত মুঠ ১৮৪  গৰাকী ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ…
Read More

শালকাটা চিনাবাৰীত উত্তপ্ত পৰিস্হিতি ।

শালকাটা চিনাবাৰীত উত্তপ্ত পৰিস্হিতি । আৰক্ষীৰ শূন্যলৈ গুলী চালনা । উল্লেখযোগ্য যে শালকাটা চিনাবাৰী গাৱত স্বামীয়ে পত্নীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্হিতি সৃষ্টি হয় ।আৰক্ষীয়ে ঘাতক স্বামীক আটক কৰাত শ শ লোকে ঘাতক স্বামী ছিদ্দিক আলীক আৰক্ষীৰ বেষ্টনীৰ পৰাই গণ প্ৰহাৰ কৰিবলৈ লয় ।পৰিস্হিতিয়ে জটিল ৰূপ লোৱাত উপায়ন্তৰ হৈ আৰক্ষীয়ে শূন্যলৈ গুলী চলাবলৈ বাধ্য হয় ।ফকিৰগঞ্জ আৰক্ষীয়ে ছিদ্দিক আলীক আটক কৰি থানালৈ আনে ।এনে জঘন্য ঘটনাই গাৱখনত উত্তপ্ত পৰিবেশৰ সৃষ্টি হৈছে ।
Read More

হাজো সংহত শিশু বিকাশ প্ৰকল্পৰ ৯ নং চক্ৰৰ সৌজ্যনত ৰাষ্ট্ৰীয় পোষন মাহ উদযাপন

কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ শনিয়াদী পঞ্চায়তৰ কাৰ্যলয়ত অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ অন্তৰ্গত হাজো সংহত শিশু বিকাশ প্ৰকল্পৰ অধীনত ৯ নং চক্ৰৰ সৌজ্যনত ৰাষ্ট্ৰীয় পোষন মাহ ২০২২ " উদযাপন কৰা হ'য়। সেই অনুসৰি মূখ্য সেৱিকা চাৰ্য ঠাকুৰীয়াই আঁত ধৰা এখনি সজাগতা সভা সম্পণ্ণ কৰা হ'য়।সভাত শিশু-কিশোৰী সকলৰ বিকাশৰ ক্ষেত্ৰত লব লগা যতন, পৰিষ্কাৰ পৰিচ্ছন্নতা মানি চলা, আইৰন সেৱন,প্ৰেৰণ সেৱা ,এনিমিয়া ৰোধ কৰা,আদি বিভিণ্ণ বিষয়ৰ ওপৰত গৰ্ভৱতী শিশু প্ৰসূতি মাতৃসকলক সজাগ কৰাৰ উদ্দেশ্যে সাৰুৱা বক্তব্য দাঙি ধৰে হাজো সংহত শিশু উণ্ণয়ন প্ৰকল্প বিষয়া ড° নছিউৰ ৰহমানে।তদুপৰি সভাত,বাটৰ নাট,শোভাযাত্ৰা,পোষন মেলা আদিওঁ প্ৰদৰ্শন কৰা হৈছে।সজাগতামূলক সভাখনত মূখ্য সেৱিকা চাৰ্য ঠাকুৰীয়া,টি কবিতা দেৱী,ডা°নয়ন মোহন,বিজেপি…
Read More

পত্নীক মৰিয়াই মৰিয়াই হত্যা পাষণ্ড স্বামীৰ ৷

পত্নীক মৰিয়াই মৰিয়াই হত্যা পাষণ্ড স্বামীৰ ৷এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ লাৰুৱাজান গাঁৱত ৷তিনি সন্তানৰ মাতৃ ময়না খাতুন নামৰ মহিলা গৰাকীক স্বামী আজিবৰ আলীয়ে বিগত কিছু দিনৰ পৰা নিৰ্মমভাৱে অত্যাচাৰ চলাই অহা বুলি অভিযোগ উত্থাপণ কৰে মহিলা গৰাকীৰ পৰিয়ালৰ লোকে ৷ সেইদৰে পাষণ্ড স্বামী আজিবৰ আলীয়ে পত্নী মইনা খাতুনক চলাইছিল অকথ্য নিৰ্যাতন ৷ স্বামীৰ নিৰ্যাতনৰ বলিহৈ স্বামী গৃহতে ইহলিলা ত্যাগ কৰিছিল মইনা খাতুনে ৷ পিছত পাষণ্ড স্বামী আৰু তেওঁৰ পৰিয়ালে মইনা খাতুনক ভৰ্তি কৰে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ৷ চিকিৎসকে মহিলা গৰাকী ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰাৰ পিছত মইনা খাতুনৰ পৰিয়ালৰ লোকে চিকিৎসালয়ত উপস্থিত হৈ এক উত্তপ্ত…
Read More