Dipshikha

2395 Posts

শিৱসাগৰত বোৱাৰী নিৰ্যাতন

শিৱসাগৰত বোৱাৰী নিৰ্যাতন।শিক্ষয়িত্ৰী শাহুৰ বিৰোদ্ধে ভয়ংকৰ অভিযোগ বোৱাৰীৰ । যৌতুক বিচাৰি বোৱাৰীক নিৰ্যাতন শাহু-শহুৰ আৰু স্বামী গৃহৰ । শিলিগুৰিত বিক্ৰীৰ কৰি দিয়াৰো ভাবুকি প্ৰদান কৰিছে বোৱাৰীয়েক। উল্লেখযোগ্য যে শিৱসাগৰ আখৈফুটীয়াৰ বাঢ়ৈটিঙত বোৱাৰীক স্বামী, শহুৰ শাহু লগলাগি শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ লগতে শিলিগুৰিত বিক্ৰী কৰাৰ ভাবুকি দিয়াৰ অভিযোগ । বোৱাৰী গৰাকীয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি শিৱসাগৰ সদৰ থানাত দাখিল কৰিছে এজাহাৰ। গায়ত্ৰী গগৈ নামৰ মহিলা গৰাকীয়ে গিৰিয়েক বিমান চেতিয়া, শহুৰ গিৰিশ চেতিয়া আৰু শাহু তথা পেছাত শিক্ষয়িত্ৰী আৰতি চেতিয়াৰ বিৰুদ্ধে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ।অভিযোগ অনুসৰি ডেৰ বছৰ পূৰ্বে ঢকুৱাখানাৰ গায়ত্ৰী গগৈৰ শিৱসাগৰ বাঢ়ৈ টিঙৰ বিমান চেতিয়াৰ সৈতে বিয়া হৈছিল।…
Read More

তিনিজনকৈ শিক্ষক বদলি কৰনকলৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ দলগাঁৱত

তিনিজনকৈ শিক্ষক বদলি কৰনকলৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ দলগাঁৱত । বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত উত্তাল প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ । চিন্তিত ছাত্ৰ ছাত্ৰীৰ লগতে সচেতন মহল ।দৰঙৰ দলগাঁৱৰ কোনাকটাপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত শ্ৰেণীকোঠা এৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ছাত্ৰ-ছাত্ৰীয়ে । তিনিজনকৈ শিক্ষকৰ বদলিকৰনক লৈ আবেগিক হৈ পৰা ছাত্ৰ ছাত্ৰী সকলে মুল প্ৰৱেশ দ্বাৰত সাব্যস্ত কৰে এই প্ৰতিবাদ । উল্লেখযোগ্য যে প্ৰধান শিক্ষকৰ মইমতালিত অতিষ্ঠ হৈ নিজ ইচ্ছাৰে বদলি হোৱা বুলি জনায় শিক্ষক এজনে । বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকীয়ে নিজ মইমতালিৰে আন্ত: গাঁথনি , শৈক্ষিক উন্নতকৰণ, শৈক্ষিক পৰিৱেশ , বিদ্যালয়ৰ খনৰ পৰিচালনা সমিতি গঠন, মধ্যাহ্ন ভোজনকে আদি কৰি ভিন্ন দিশত নিজ মইমতালিৰে পৰিচালনা কৰাৰ অভিযোগত উত্থাপন…
Read More

হোজাইত ছাত্ৰ আৰু গাড়ী চালকৰ মাজত প্ৰচণ্ড মাৰপিট

হোজাইত ছাত্ৰ আৰু গাড়ী চালকৰ মাজত প্ৰচণ্ড মাৰপিট ।হোজাই জিলাৰ নখুটি আৰক্ষী পহৰা চকীৰ সন্মুখত কলেজৰ ছাত্ৰ আৰু গাড়ী চালকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়।গাড়ী চালকে কলেজৰ ছাত্ৰৰ পৰা অতিৰিক্ত ভাড়া লোৱাৰ প্ৰতিবাদত আন্দোলন কৰি থকা সময়তে উক্ত মাৰপিটৰ ঘটনা সংঘটিত হয়।গাড়ী চালকে গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰে কলেজৰ ছাত্ৰক।গুৰুত্বৰ ভাবে আঘাটপ্ৰাপ্ত হয় এজন কলেজৰ ছাত্ৰ।ইয়াৰ পিছতে পৰিস্থিতি আৰু উত্তপ্ত হৈ পৰে।। উদালী কলেজৰ ছাত্ৰই লংকা-নখুটি মূল পথত টায়াৰ জ্বলাই সম্পূৰ্ণ ভাবে অবৰোধ কৰে।বৰ্ত্তমান আৰক্ষীৰ উচ্ছ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰনৰ চেষ্টা কৰে।
Read More

NHPC ৰ বিৰুদ্ধে লখিমপুৰত তীব্ৰ প্ৰতিবাদ

NHPC ৰ বিৰুদ্ধে লখিমপুৰত তীব্ৰ প্ৰতিবাদ AJYP ৰ ‌। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ পৰিষদ (AJYP) উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে লখিমপুৰ নগৰৰ জিলা ন্যায়ালয়ৰ সন্মূখত কেন্দ্রীয় শক্তি মন্ত্ৰী, শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ লগতে বিধায়ক ভূৱন পেগুৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে চৰকাৰ তথা NHPC ৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।
Read More

বেলশৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ সংবাদ মেল

বেলশৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ সংবাদ মেল। ২ অক্টোবৰৰ পৰা অ-সহযোগ কাৰ্যসূচী ঘোষণা । বন্ধ কৰি দিব বিশুদ্ধ পানী যোগান । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে যোগান ধৰা বিশুদ্ধ খোৱা পানী গ্ৰহণ কৰি আছে নেকি ? যদি আছে ২ অক্টোবৰৰ পৰা নাপাব সেই বিশুদ্ধ খোৱা পানী । কাৰণ ২ অক্টোবৰৰ পৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলে গ্ৰহণ কৰিছে অ-সহযোগ আন্দোলন । অকল সেয়াই নহয়, বিশুদ্ধ খোৱা পানী যোগান বন্ধ কৰি দিয়াৰো হুংকাৰ দিছে কৰ্মচাৰী সকলে । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ জিলাতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ ক্ষোভ । ২ অক্টোবৰৰ পৰা বিশুদ্ধ খোৱা পানী যোগান…
Read More

আজি পৱিত্ৰ মহালয়া

আজি পৱিত্ৰ মহালয়া।মহালয়া উপলক্ষে ভিৰ কৰিলে সহস্ৰ জনে তিতাবৰৰ ৰাজপথত।লোক বিশ্বাস অনুসৰি আজিৰ দিনত মা দূর্গা স্বৰ্গৰ পৰা মত্য লৈ নামি আহে।ৰাতি 2 বজাৰ পৰাই সহস্ৰাধিক জনসাধাৰণৰ ওলাই আহিল । পূজা পূজা লগা এটা পৰিবেশ পৰিলক্ষিত হল সমগ্র তিতাবৰত। বিভিন্ন দুৰ্গা পূজা সমিতি সমূহৰ ব্যতিক্ৰমী প্ৰয়াসত আয়োজন কৰা হৈছে মহালয়া।
Read More

ৰাজ্যৰ সৰ্বত্ৰে সোপাধৰাৰ উৰাবাতৰি

টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষীনাথ দলে সোপাধৰাৰ উৰা বাতৰিত পতিয়ন নাযাবলৈ সাধাৰণ ৰাইজক আহ্বান জনাই। উল্লেখযোগ্য যে ৰাজ্যৰ সৰ্বত্ৰে সোপাধৰাৰ উৰাবাতৰিয়ে আতংকিত কৰিছে সাধাৰণ ৰাইজক ৷ ডিব্ৰুগড় জিলা টেঙাখাতৰ বহু ভিতৰোৱা অঞ্চলটোত অনুৰূপ ঘটনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষীনাথ দলে এনে উৰা বাতৰিত পতিয়ন নাযাবলৈ সাধাৰণ ৰাইজক আহ্বান জনায় ৷ যাতে অসমক লজ্জিত কৰা অভি-নীলৰ দৰে ঘটনাৰ পুৰনাবৃত্তি নহয় ৷ এই সন্দৰ্ভত জৰুৰীকালীন অৱস্থাৰ বাবে টেঙাখাত থানাৰ পৰা এটি যোগাযোগৰ ফোন নম্বৰ মুকলি কৰা হৈছে -- ৬০২৬৯০১২৭৭।এই নম্বৰত যোগাযোগ কৰি যিকোনো অভিযোগ দিব পাৰিব।
Read More

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ টপাৰপথাৰত অবৈধ চোৰাং শাল কাঠ জব্দ

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ টপাৰপথাৰত অবৈধ চোৰাং শাল কাঠ জব্দ।নগৰবেৰা আৰু গৰৈমাৰী বন বিভাগৰ লোকে গোপন সূত্ৰৰ পম খেদি জব্দ কৰিবলৈ সক্ষম হয় চোৰাংকাঠ খিনি ।টপাৰপথাৰত জংঘলৰ মাজত পেলাই থোৱা অৱস্থাত উদ্ধাৰ হয় বৃহৎ সংখ্যক কাঠ ।জব্দকৃত কাঠখিনি কোনে ক'ৰ পৰা কেনেকৈ আনিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই।কাঠখিনিৰ বজাৰমূল্য প্ৰায় ৭০ হাজাৰ টকা হব বুলি জানিব পৰা গৈছে।জব্দকৃত শালকাঠ খিনি সম্প্ৰতি বন বিভাগৰ লোকে গৰৈমাৰী বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে ।আৰু তদন্ত অব্যাহত ৰাখিছে।
Read More

মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদত উত্তাল বাক্সাৰ মুছলপুৰ

মুছলপুৰত মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদ ৷প্ৰাপ্য মাননি বিচাৰি মুছলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ৷ ৰাজ্য চৰকাৰৰ পৰা দি থকা মাহিলী মাননি পোন্ধৰশ টকা চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা বন্ধ হৈ থকাত এই প্ৰতিবাদ ৷ আগন্তুক দূৰ্গাপূজাৰ পূৰ্বে চলিত জানুৱাৰীৰ পৰা পাব লগা মাননিখিনি আদায় দিয়াৰ দাবী প্ৰতিবাদকাৰীসকলৰ । আমাৰ প্ৰাপ্য আদায় দিয়ক, চৰকাৰৰ ৰঙা চকুলৈ আমি ভয় নকৰো, মাননিৰ সলনি মাহিলী মজুৰী একৈশ হাজাৰলৈ বৃদ্ধি কৰক, বকেয়া ধন আদায় দিয়ক আদি বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে ৷
Read More

বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি।

দলৈগাঁও উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত এজন ছাত্ৰক মাৰপিট কৰাত কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।বিদ্যালয় খনৰ অধ্যাপক আব্দুল কোদ্দুছকো দূৰব্যাৱহাৰ কৰে একাংস দুস্কৃতিকাৰীয়ে।দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ মিনহাছ ৰাৰ্বানী নামৰ ছাত্ৰ এজনক মৈৰাবাৰীৰ এখন ব্যক্তিগত বিদ্যালয় CV Ramon Academyৰ ছাত্ৰই মাৰপিট কৰাক কেন্দ্ৰ কৰি সূত্ৰপাত হোৱা কাজিয়া খনে পিছলৈ ভয়ংকৰ ৰূপ লোৱাত বৰ্তমানে বিদ্যালয় খনত একাংশ দুস্কৃতিকাৰীয়ে বিদ্যালয় খনত সোমাই এক অপ্ৰীতিকৰ ঘটনা সংগঠিত কৰে। জানিব পৰা মতে বৰদলৈ কছাৰী গাঁৱৰ আবুল কাচেমৰ লগতে একাংশ দুস্কৃতিকৰীৰ দʼল এটাই আক্ৰমণ কৰে বিদ্যালয় খনত ।বিদ্যালয় খনৰ অধ্যাপক গৰাকীক আক্ৰমণ কৰাত বৰ্তমানে বিদ্যালয় খনত ছাত্ৰ ছাত্ৰী সকলে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অধ্যাপক…
Read More