29
Oct
দৰঙৰ ধূলাত মহ চুৰীৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মহৰ মাংস খাই বিপাঙত পৰিল এখন গাঁৱৰ ৰাইজ।এইবাৰ দৰঙত পোহৰলৈ আহিছে মহ চুৰীৰ ঘটনা। বিগত কিছুদিন পূৰ্বে কামৰূপ জিলাৰ চন্দ্ৰপুৰৰ মাজৰ চাপৰি গাঁৱৰ পৰা চুৰি হয় ৪টাকৈ মহ । ঘটনা সংক্ৰান্তত ফালুমিয়া নামৰ ব্যক্তি জনে প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ । ৯ দিনৰ অন্তত বৃহস্পতিবাৰে দৰঙৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত লটাখাট বজাৰৰ মাজ মজিয়াত বিদ্যুতৰ খুটাত এটা মহ কোনো আছিনাক্ত ব্যক্তিয়ে বান্ধি থৈ যায়। তাৰ পিছতে আৰম্ভ হল হাহাকাৰ। ঘটনাৰ খবৰ পাই মহৰ গৰাকী ফালুমিয়াই ঘটনা স্থলীত উপস্থিত হৈ তেওঁৰ মহ বুলি চিনাক্ত কৰে। মহটো কোনে আনিছে বুলি ওচৰ-চুবুৰীয়াক শোধ-পোচ…