Dipshikha

2397 Posts

বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে লামডিঙ আৰক্ষীৰ ধাৰাবাহিক অভিযান

বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে লামডিং আৰক্ষীৰ ধাৰাবাহিক অভিযান ৷ৰাজ্যত অব্যাহত আছে ৰেলৰে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহৰ ঘটনা। এইবাৰ লামডিঙ ৰেল ষ্টেচনত লামডিং আৰক্ষীৰ অভিযান।পুৱতি নিশা এক গোপন সূত্ৰৰ পমখেদি লামডিং ৰেল ষ্টেচনত লামডিং আৰক্ষী অভিযান চলাই Tinsukia Lumding Passenger ট্ৰেইনৰ পৰা (Train No. 55902) প্ৰায় দেৰ কুইণ্টল বাৰ্মিজ চুপাৰী জব্দ লামডিঙ আৰক্ষীয়ে। ৩ টা পেকেটত দেৰ কুন্টইল বাৰ্মিজ চুপাৰী জব্দকৰে লামডিং আৰক্ষীয়ে ৷ জব্দকৃত বাৰ্মিজ চুপাৰী খিনিৰ মূল্য প্ৰায় ডেৰ লাখ টকা বুলি জানিব পৰা গৈছে ৷ লামডিঙ আৰক্ষীৰ কোৱা মতে বহিঃ ৰাজ্যলৈ বাৰ্মিজ চুপাৰী সৰবৰাহ কৰাৰ চেষ্টা কৰা হৈছিল। লামডিঙ আৰক্ষীয়ে এতিয়ালৈকে বাৰ্মিজ চুপাৰী সৰবৰাহ আটক কৰিব পৰা নাই যদিও তদন্ত…
Read More

ডিগবৈ পেঙেৰীৰ পথত ভয়ঙ্কৰ গুলিয়াগুলি লগতে IED বিস্ফোৰণ

ডিগবৈ পেঙেৰীৰ পথত ভয়ঙ্কৰ গুলিয়াগুলি লগতে IED বিস্ফোৰণ। আজি পুৱা ৯.২০ মিনিটত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা। প্ৰথমেই এখন বুলেট প্ৰুফ বাহনলৈ লক্ষ্য কৰি বনাঞ্চলৰ মাজৰ পৰা গুলি নিক্ষেপ কৰে কোনো উগ্ৰপন্থী সংগঠনে। তাৰ পাছতে বাহন খনত এটা গুলি লগা লগতে পিছফালৰ এটা চকা ফাটি যোৱাৰ লগতে কিছু ক্ষতি হয় বাহন খনৰ। তাৰ পাছতে দুয়ো পক্ষৰ ফালৰ পৰা কিছু সময় ধৰি গুলীয়াগুলি হয়। সেনাৰ কোনো লোক বৰ্তমান লৈকে আহত হোৱা নাই যদিও বনাঞ্চলৰ মাজৰ পৰা কিছু উগ্ৰপন্থীয়ে ব্যৱহাৰ কৰা সামগ্ৰী লগতে এটা ৰিমৰ্ট কংট্ৰল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সেনাৰ অভিযান কাৰি দলে। বৰ্তমানে সেনাৰ উচ্চ পদস্ত বিষয়া আৰু তিনিচুকীয়া জিলাৰ…
Read More

গাদ্দাৰ শব্দক লৈ ৰাজহুৱা সভাত বকো সমষ্টিৰ বিধায়িকা নন্দিতাৰ দুখ প্ৰকাশ

গাদ্দাৰ শব্দক লৈ ৰাজহুৱা সভাত বকো সমষ্টিৰ বিধায়িকা নন্দিতাৰ দুখ প্ৰকাশ। আল্লাই বিচাৰ কৰাৰ আৰাধনা বিধায়িকা গৰাকীৰ।হয় আমাৰ বাইদেউৰ আজি খং উঠা যেন লাগিছে। বাইদেউ, কেৱল খং নহয়, ক্ষোভতো লালকাল হৈ পৰিছে। ক্ষোভিত হোৱাৰ কাৰণ গাদ্দাৰ শব্দক লৈয়ে।উল্লেখযোগ্য যে বিগত ৰাজ্য সভাৰ নিৰ্বাচনৰ ভোটদানক লৈ বাইদেৱে গাদ্দাৰ নাম ওলাইছে। গাদ্দাৰ বাইদেউ জনী হৈছে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস। কামৰূপ জিলাৰ বকোৰ বদলা-মালিবাৰী বজাৰ ক্লাৱৰ ষষ্ঠদশ বাৰ্ষিক অধিৱেশনত এই দৰে ক্ষোভিত হৈ পৰে বিধায়িকা নন্দিতা দাসে। বিধায়িকা নন্দিতা দাসে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোটদান কৰাৰ পিছতো গাদ্দাৰ আখ্যা দিয়াক এই ক্ষোভ। বিধায়িকা নন্দিতা দাসে আল্লাৰ ওচৰত বিচাৰ দাখিল কৰিলে। সমষ্টি তথা মালিবাৰী…
Read More

গ্ৰাম্য চিকিৎসালয়ত ডাক্তৰক আক্ৰমণ

মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত ডাক্তৰক আক্ৰমণ কৰাক লৈ উত্তপ্ত পৰিস্থিতি।কি হৈছে মৈৰাবাৰী হস্পিতালত ?কেতিয়াবা যদি নাৰ্চে ৰোগীক আক্ৰমণ কৰে,কেতিয়াবা আকৌ নাৰ্চ-ডাক্তৰ আক্ৰমণৰ স্বীকাৰ হব লগা হয়।নিৰাপত্তাহীনতাত ভুগিয়ে মৈৰাবাৰী হস্পিতালৰ একাংশ কৰ্মচাৰী আৰু চিকিৎসকে কৰিব লগা হৈছে নিজৰ কৰ্ম..এটা কফ চিৰাপক লৈ মৈৰাবাৰী হস্পিতালত আজি এক হুলস্থূলিয়া পৰিস্থিতিৰ সৃষ্টি হয়।জানিব পৰা মতে মৈৰাবাৰী হস্পিতালত এগৰাকী প্রসুতিৰ স্বামী চাইফুল ইছলামে হস্পিতাল খনৰ কৰ্মৰত নাৰ্চ এগৰাকীক কফ চিৰাপ খোজাত নাৰ্চ গৰাকীয়ে ডাক্তৰৰ পাৰ্মিচন নোহোৱাকৈ কফ চিৰাপ নিদিয়াত কাজিয়াৰ সূত্ৰপাত হয়।আনহাতে কৰ্মৰত চিকিৎসক অশ্ৰাফুল ইছলামে ঘটনা সন্দৰ্ভত প্ৰসূতি গৰাকীৰ স্বামী চাইফুল ইছলামক প্ৰশ্ন কৰাত হস্পিতাল খনৰ চিকিৎসক গৰাকীক শাৰীৰিক বাবে আক্ৰমণ কৰাৰ লগতে গুণ্ডা বাহিনী…
Read More

থলুৱা চুপাৰি ক্ৰয় আৰু বিক্ৰীৰ ক্ষেত্ৰত আৰক্ষী আৰু চৰকাৰৰ বাধাৰ প্ৰতিবাদত উত্তাল হাইলাকান্দি।

থলুৱা চুপাৰি ক্ৰয় আৰু বিক্ৰীৰ ক্ষেত্ৰত আৰক্ষী আৰু চৰকাৰৰ বাধাৰ প্ৰতিবাদত উত্তাল হাইলাকান্দি। জিলাখনৰ আয়নাখাল বজাৰত আজি সৰ্বদলীয় প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অসম - মেঘালয়ৰ দিগৰখাল চেক গেটত বৰাক উপত্যকাৰ ৰাইজৰ উপস্থিতিত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে । আজিৰ প্ৰতিবাদত ভাগ লৈছিল কাটলিছৰা সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰ সহ কংগ্ৰেছ, ৰাইজৰ দল, সি পি আই (এম) , ছাত্ৰ মুক্তিকে বহু দল সংগঠনৰ নেতা কর্মী সকলে ।
Read More

দলগাঁৱৰ বেছিমাৰীত ভয়ংকৰ অগ্নিকাণ্ড

ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে দলগাঁৱৰ বেছিমাৰীত। অগ্নিকাণ্ডৰ ফলত জাহ গ'ল প্ৰায় ২৫ লাখ টকাৰ সা সম্পত্তি ।উল্লেখযোগ্য যে দলগাঁৱৰ বৰুৱাঝাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড ৷জানিব পৰা মতে অগ্নিকাণ্ডত নুৰ জামালৰ চাৰিটা বাসগৃহৰ লগতে জাহ গ'ল প্ৰায় ২৫ লাখ টকাৰ সা সম্পত্তি । ইফালে কুব্বাত আলীৰ ঘৰৰো বৃহৎ ক্ষতিসাধন হোৱাৰ লগতে অগ্নিকাণ্ডত জ্বলি ভষ্মীভূত হয় এখন চাৰি চকীয়া বাহন ।পুৱতি নিশা গাঁওখনৰ ব্যবসায়ী কুব্বাত আলী আৰু নুৰজামালৰ ঘৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড ।পিছত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হয় যদিও নিমিষতে জ্বলি ভষ্মীভূত হয় সকলো ।উল্লেখযোগ্য যে, অগ্নিকাণ্ডৰ সূত্ৰপাতৰ প্রকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে…
Read More

পৰ্বতঝোৰাৰ খোৰাঘাটত বলেৰ পিক আপ আৰু ট্টাকৰ মুখামুখি সংঘৰ্ষ

পৰ্বতঝোৰাৰ খোৰাঘাটত বলেৰ পিক আপ আৰু ট্টাকৰ মুখামুখি সংঘৰ্ষ পৰ্বতঝোৰাত অবৈধ বালি ভৰ্ত্তি বলেৰৰ অতপালিত অতিষ্ঠ ৰাইজ। বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত খোৰাঘাট তিনি আলিত অবৈধ বালি ভৰ্ত্তি বলেৰ পিক আপৰ লগত বিপৰীতমুখী ট্টাকৰ সংঘৰ্ষত অবৈধ বালি ভৰ্ত্তি বলেৰ খন বাগৰি পৰে। যাৰফলত হেণ্ডিমেনজন গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত হয। উল্লেখ্য যে ধুবুৰীৰ শৌলমাৰী মহলৰ পৰা অবৈধ বাবে বালি কঢ়িয়াই থকা AS-17C-4683 নম্বৰৰ তীব্ৰ বেগী বলেৰ পিক আপ গাড়ীখনে খোৰাঘাট তিনি আলিত বিপৰীত দিশত গৈ থকা বালি কঢ়িওৱা ট্ৰাক খনক প্ৰচণ্ড জোৰে খুন্দা মাৰি বাগৰি পৰে বুলি গাঁও ৰক্ষী বাহিনীৰ সভাপতি ৰৌচন আলীয়ে জানিবলৈ দিয়ে।বৰ্তমান বলেৰৰ চালক জন…
Read More

টেঙাখাত আৰক্ষীৰ সাফল্য । অভিযানত গাঞ্জা সহ:  এজনক আটক         

টেঙাখাত আৰক্ষীৰ সাফল্য ।অভিযানত গাঞ্জা সহ:  এজনক আটক  । উল্লেখযোগ্য যে টেঙাখাত আৰক্ষী থানাৰ  সহকাৰী আৰক্ষী পৰিদৰ্শক  বিষয়া বেবী নেওগৰ    নেতৃত্বত আজি আৰক্ষী বাহিনীয়ে চলোৱা এক অভিযানত  গাঞ্জা সহ: এজন  গাঞ্জা দোকানীক আটক কৰিবলৈ সক্ষম হয় । জানিব পৰামতে উল্লেখিত আৰক্ষী বাহিনীয়ে নিচাযুক্ত দ্ৰব্য  ব্যৱসায়ৰ  বিশেষ সূত্ৰৰ  পমখেদি আজি সন্ধিয়া প্ৰায়  ৬-৩০  বজাত অচিতপুৰ নতুন লাইনৰ  দেবানন্দ মাঝি (৬০) নামৰ  ব্যক্তিজনৰ ঘৰত  ভাঙৰ দোকানত তালাচি চলাই  ৮ টা প্লাষ্টিক পাত্ৰত ৰখা তথা মুক্ত বেগত ৰখা  ১.০১৭ গ্ৰাম গাঞ্জা জব্দ  কৰাৰ লগতে দেবানন্দ  মাঝিক আটক কৰি টেঙাখাত থানালৈ আনে । ঘটনাৰ সম্পৰ্কে অধিক তথ্যৰ বাবে  আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখা বুলি  জানিব পৰা গৈছে  । …
Read More

মৈৰাবাৰীত গ্ৰেপ্তাৰ বৃহৎ ড্ৰাগছ ব্যৱসায়ী চক্ৰ

মৈৰাবাৰীত গ্ৰেপ্তাৰ বৃহৎ ড্ৰাগছ ব্যৱসায়ী চক্ৰ।মণিপুৰী আৰক্ষীৰ তথ্যৰ ভিত্তিত মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজনক।বহিঃৰাজ্যৰ ড্ৰাগছ ব্যৱহায়ৰ লগত জড়িত মৈৰাবাৰীৰ ইমৰান হুছেইনক গ্ৰেপ্তাৰ ।মৈৰাবাৰী আৰক্ষীৰ জানিব পৰা মতে-কিছুদিন পূৰ্বে মণিপুৰৰ আৰক্ষীয়ে প্ৰায় দুই কেজি পৰিমাণৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিছিল এজন ড্ৰাগছ ব্যৱসায়ীক আৰু সেই ড্ৰাগছ ব্যৱসায়ী জনৰ লগত জড়িত থকা ইমৰান হুছেইনক আজি মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মণিপুৰ আৰক্ষীক চমজি দিয়েপ্ৰায় দুই কোটি টকা মূল্যৰ ড্ৰাগছ সহ মণিপুৰত গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী জনক মৈৰাবাৰীৰ ইমৰাণ হুছেইন নামৰ যুৱক জনে যোগান ধৰিছিল এই বৃহৎ পৰিমাণৰ ধন।আৰু সেই তদন্তৰ ভিত্তিত আজি মৈৰাবাৰী আৰক্ষীয়ে ইমৰান হুছেইনক গ্ৰেপ্তাৰ কৰে।ইমৰানৰ লগত বহিঃ ৰাজ্যৰ এটা বৃহৎ ড্ৰাগছ…
Read More

কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বন বিভাগ

ৰাজ্যত এতিয়াও চলি আছে অবৈধ শিল বালিৰ বেহা। কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বন বিভাগ। পৰিবহন বিভাগৰ নিয়মিয়া তালাছিত ধৰা পৰে অবৈধ বাবে শিল বালি কঢ়িওৱা ট্ৰেক্টৰ।লখিমপুৰ জিলাৰ লালুকৰ ৰাজ পথত আৰক্ষীৰ নিয়মিয়া তালাছিত ধৰা পৰা ট্ৰেক্টৰ খন হাৰমতি আঞ্চলিক বন বিষয়াক ছমজাই দিয়ে আৰক্ষীয়ে। লখিমপুৰ জিলাৰ হাৰমতি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অগ্গাতে নিতৌ চলি আছে এই অবৈধ বেহা।
Read More