02
Sep
শ্বপচি বাই ফ্লিপকাৰ্টে আগন্তুক ফেষ্টিভ ছিজনৰ বাবে সমগ্ৰ দেশখনে সাজু হোৱাৰ এই সময়ছোৱাত প্ৰতিজন মূ্ল্যবান গ্ৰাহকৰ বাবে পুনৰ লৈ আহিছে আটাইতকৈ প্ৰত্যাশিত বজাৰ উদযাপন আৰু বছৰৰ আটাইতকৈ ডাঙৰ বিক্ৰী অনুষ্ঠান গ্ৰেণ্ড শ্বপচি মেলা (জিএছএম)। ২৯ আগষ্টৰ পৰা ৭ ছেপ্টেম্বৰলৈ ‘এইছে গিৰেংগে দাম, শ্বপিং হোগী সুবহ ছাম’ শীৰ্ষক বিষয়বস্তুৰে অতুলনীয় লেনদেনৰ প্ৰতিশ্ৰুতি দিছে। বজাৰ কৰাৰ উৎসাহ সকলোৰে মাজত বেছি আৰু ফেষ্টিভ ছিজনত গ্ৰাহকে নিজৰ আপোনজনক উপহাৰ দিব বিচাৰে বাবে শ্বপচিয়ে সমগ্ৰ ভাৰতৰ পৰিয়ালসমূহক নিজৰ বাজেটৰ ভিতৰত বজাৰ কৰাত সহায় কৰিছে। এই বছৰ জিএছএম-এ ১ কোটিৰো অধিক সামগ্ৰী ১৪৯/- টকাৰ অধীনত লৈ আহিছে, ইয়াত ফেশ্বন, জীৱনশৈলী, ঘৰ আৰু সৌন্দৰ্য শিতানৰ মূল্য সচেতন…
