Business Bureau

2986 Posts
টিভিএছএম-এ এই শিশু দিৱসত টিভিএছ ৰনিনৰ “সুৰক্ষাৰ কলা” অভিযানৰ জৰিয়তে পথ সুৰক্ষাৰ প্ৰতি নিজৰ দায়বদ্ধতাক কৰি তুলিলে অধিক শক্তিশালী

টিভিএছএম-এ এই শিশু দিৱসত টিভিএছ ৰনিনৰ “সুৰক্ষাৰ কলা” অভিযানৰ জৰিয়তে পথ সুৰক্ষাৰ প্ৰতি নিজৰ দায়বদ্ধতাক কৰি তুলিলে অধিক শক্তিশালী

টিভিএছ মটৰ কোম্পানীয়ে এই শিশু দিৱসৰ সৈতে সংগতি ৰাখি ১৪–১৬ নৱেম্বৰলৈ নয়ডাৰ কিডজেনিয়াত আয়োজন কৰা “সুৰক্ষাৰ কলা” পদক্ষেপৰ জৰিয়তে পথ সুৰক্ষাৰ প্ৰতি নিজৰ দায়বদ্ধতাক শক্তিশালী কৰে। টিভিএছ ৰেচিং এক্স কিডজেনিয়া ইণ্ডিয়া এক্সপেৰিয়েঞ্চৰ অংশ হিচাপে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোৱে সৰুৰে পৰাই নিৰাপদ ৰাইডিং অভ্যাস আৰু সজাগতা সৃষ্টিৰ বাবে ডিজাইন কৰা ব্যৱহাৰিক কাৰ্য-কলাপৰ জৰিয়তে ১০,০০০ৰো অধিক শিশু আৰু অভিভাৱকক শক্তিশালী কৰি তুলিছিল। ২০২৩ চনত আৰম্ভণিৰ পিছৰে পৰা এই পদক্ষেপে শিক্ষাৰ সৈতে সৃষ্টিশীলতাৰ সংমিশ্ৰণ ঘটাই ২,৫৮,০০০তকৈ অধিক অংশগ্ৰহণকাৰীৰ কাষ চাপিবলৈ সক্ষম হৈছে। এই পদক্ষেপৰ মূল দিশসমূহৰ ভিতৰত আছিল টিভিএছ ৰনিন আৰ্ট গেলেৰী, য’ত ভাৰতীয় লোকশিল্পৰে সজ্জিত হেলমেট, শিশুৰ বাবে হেলমেট-চিত্ৰকলাৰ প্ৰতিযোগিতা, নিমজ্জিত আকৰ্ষণীয়…
Read More
ভি-এ উদ্যোগ-প্ৰথম পৰিয়াল আই আৰ প্ৰস্তাৱৰ সৈতে আন্তঃৰাষ্ট্ৰীয় ৰোমিংত বৈপ্লৱিক পৰিৱৰ্তন আনিছে

ভি-এ উদ্যোগ-প্ৰথম পৰিয়াল আই আৰ প্ৰস্তাৱৰ সৈতে আন্তঃৰাষ্ট্ৰীয় ৰোমিংত বৈপ্লৱিক পৰিৱৰ্তন আনিছে

বিদেশত ভাৰতীয়ৰ ভ্ৰমণৰ পৰিসংখ্যা বৃদ্ধিৰ সময়ছোৱাত দেশৰ আগশাৰীৰ টেলিকম প্ৰতিষ্ঠান ভি-এ উদ্যোগৰ প্ৰথম ফেমিলী ইণ্টাৰনেচনেল ৰোমিং (আই আৰ) অফাৰসমূহ ঘোষণা কৰিছে। ইণ্ডিয়া ট্যুৰিজিম ডাটা কম্পেণ্ডিয়াম ২০২৫ অনুসৰি ২০২৪ চনত আউটবাউণ্ড ভ্ৰমণ ১০.৭৯% বৃদ্ধি পাইছে, ৩০.৮৯ মিলিয়ন ভাৰতীয়ই বিদেশলৈ উৰা মাৰিছে। শেহতীয়া বজাৰৰ প্ৰতিবেদনত দেখা গৈছে যে ৫৯% ভাৰতীয়ই পত্নী বা সংগীৰ সৈতে যাত্ৰা কৰে, আনহাতে ২৬% ভাৰতীয়ই পৰিয়ালৰ সৈতে ভ্ৰমণ কৰাটো পছন্দ কৰে, যাৰ ফলত টেলিকম প্ৰতিষ্ঠানসমূহে বিশ্বব্যাপী সংযোগ সেৱা বৃদ্ধি কৰিবলৈ অনুপ্ৰেৰণা পায়। ভি-ৰ নতুন ফেমিলী আইআৰ অফাৰে ফেমিলী পোষ্টপেইড প্লেনত গৌণ(ছেকেণ্ডেৰী) সদস্যসকলৰ বাবে বিশেষ ৰেহাই আগবঢ়াইছে-ভি ফেমিলী ব্যৱহাৰকাৰীসকলৰ বাবে ১০% আৰু ৰেডএক্স পৰিয়ালৰ গ্ৰাহকসকলৰ বাবে ২৫% ৰেহাই প্ৰদান…
Read More
শিশু দিৱস উদযাপনৰ বাবে নিছান মটৰ ইণ্ডিয়াই আয়োজন কৰে “নিছান লিটল চেম্পছ”

শিশু দিৱস উদযাপনৰ বাবে নিছান মটৰ ইণ্ডিয়াই আয়োজন কৰে “নিছান লিটল চেম্পছ”

শিশু দিৱস উদযাপনৰ বাবে নিছান মটৰ ইণ্ডিয়াই এক অনন্য দেশজোৰা পদক্ষেপ— "নিছান লিটল চেম্পছ"ৰ আয়োজন কৰে, যি হৈছে ভাৰতৰ সমগ্ৰ নিছান সেৱা কেন্দ্ৰসমূহত আয়োজন কৰা এক নিমজ্জিত, শিক্ষামূলক আৰু আনন্দৰে ভৰা অনন্য অভিজ্ঞতা। এই অনুষ্ঠানত বৰ্তমানৰ নিছানৰ গৰাকীসকলৰ শিশুসকলক আদৰণি জনোৱা হয়, তেওঁলোকক অটোম’বাইলৰ জগতখনত ভৰি দিয়াৰ লগতে গাড়ীৰ বিষয়ে সহজ আৰু আকৰ্ষণীয়ভাৱে জানিবলৈ এক ৰোমাঞ্চকৰ সুযোগ প্ৰদান কৰা হয়। ১০ৰ পৰা ১৫ বছৰ বয়সৰ শিশুসকলৰ বাবে বিশেষভাৱে ডিজাইন কৰা অধিবেশনৰ এক আকৰ্ষণীয় লাইনআপৰ বাবে সমগ্ৰ ভাৰতৰ নিছান পৰিয়ালৰ ১,৩০৪টা শিশুক একত্ৰিত কৰি এই উদযাপনৰ লক্ষ্য আছিল আগ্ৰহ বৃদ্ধি কৰা আৰু পৰৱৰ্তী প্ৰজন্মৰ অটোমোটিভ উৎসাহীসকলক অনুপ্ৰাণিত কৰা। নিছান মটৰ ইণ্ডিয়াৰ…
Read More
শিলিগুৰিত মুকলি হ’ল ৰোজগাৰ মেলা ২.০ত  ১০,০০০+ চাকৰিৰ সৈতে

শিলিগুৰিত মুকলি হ’ল ৰোজগাৰ মেলা ২.০ত  ১০,০০০+ চাকৰিৰ সৈতে

শিলিগুৰিত আয়োজিত ৰোজগাৰ মেলা ২.০ৰ শুভাৰম্ভণিৰ দিনটোত হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে, সমগ্ৰ ভাৰতৰ ৬০+তকৈও অধিক আগশাৰীৰ কোম্পানীয়ে নিযুক্তি অভিযান আৰম্ভ কৰাৰ লগে লগে অভূতপূৰ্ব সঁহাৰি লাভ কৰে। বেংকিং, আইটি, উৎপাদন, পৰ্যটন, বিমান পৰিবহণ আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ১০,০০০ৰো অধিক সুযোগ উপলব্ধ হৈছে। দাৰ্জিলিং ৱেলফেয়াৰ ছচায়িটীয়ে আয়োজন কৰা এই মেগা জব মেলাত উত্তৰ বংগ, পাহাৰীয়া অঞ্চল আৰু চুবুৰীয়া জিলাসমূহৰ প্ৰতিভাসম্পন্ন যুৱক-যুৱতীক আকৰ্ষিত কৰিছে। নিযুক্তি বা চাকৰি আগবঢ়োৱা কোম্পানীসমূহৰ ভিতৰত আছিল এইচডিএফচি, এক্সিছ বেংক, বন্ধন বেংক, হিৰো মট’কৰ্প, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, টাটা ইলেক্ট্ৰনিক্স, তাজ গ্ৰুপ, আইটিচি, ইণ্ডিগট এয়াৰলাইনছ, এপ’ল’ হাস্পতালৰ লগতে সমগ্ৰ ভাৰত আৰু আঞ্চলিক নিযুক্তি প্ৰদান কৰা আন কেইবাটাও নিয়োগকৰ্তা।…
Read More
মন্ত্রা ইলেক্ট্ৰিক শিলচৰ ডিলাৰশ্বিপৰ সৈতে উত্তৰ-পূব ভাৰতত ফুটপ্ৰিণ্ট শক্তিশালী

মন্ত্রা ইলেক্ট্ৰিক শিলচৰ ডিলাৰশ্বিপৰ সৈতে উত্তৰ-পূব ভাৰতত ফুটপ্ৰিণ্ট শক্তিশালী

১২৫ বছৰীয়া পৰম্পৰা থকা মুৰুগাপ্পা গ্ৰূপৰ ইভি শাখা, মন্ত্রা ইলেক্ট্ৰিকে, চান্বাৰ্ড চুপাৰ এনাৰ্জী প্ৰাইভেট লিমিটেডৰ সৈতে অংশীদাৰিত্বৰে শিলচৰত এখন নতুন একচেটিয়া ইলেক্ট্ৰিক থ্ৰি-হুইলাৰ (ই-থ্ৰি-ডব্লিউ) ডিলাৰশ্বপ উদ্বোধন কৰিছে। কৌশলগতভাৱে সোণাই ৰোডত অৱস্থিত, শিলচৰৰ ডিলাৰশ্বপটোৱে মন্ত্রা ইলেক্ট্ৰিকৰ ছুপাৰ অট’ (যাত্ৰী) আৰু ছুপাৰ কাৰ্গ’ (ভাৰ বাহক) মডেলবোৰ বিক্ৰী কৰিব, যি বাহনবোৰ ড্ৰাইভাৰ, ফ্লীট অপাৰেটৰ, আৰু লাষ্ট-মাইল মবিলিটি প্ৰভাইডাৰসকলৰ বাবে শ্ৰেষ্ঠ পৰিমাপ, বলিষ্ঠ প্ৰদৰ্শন আৰু মালিকানা খৰচ যথেষ্ট পৰিমাণে হ্ৰাস কৰিবলৈ প্ৰস্তুত। এই পদক্ষেপে এটা নিষ্ঠাবান সেৱা বে, প্ৰশিক্ষিত টেকনিচিয়ান, আৰু সাজ-সৰঞ্জামৰ সহজ লভ্যতাৰে সজ্জিত, যিয়ে গ্ৰাহকসকলক দ্ৰুত, নিৰ্ভৰযোগ্য বিক্ৰয়োত্তৰ সহায় প্ৰদান নিশ্চিত কৰে। উদ্বোধনী অনুষ্ঠানত কেইবাজনো গণ্যমান্য ব্যক্তি আৰু সমাজ সচেতনসকলে অংশগ্ৰহণ কৰিছিল,…
Read More
অন্ধ্ৰ প্ৰদেশত ৭০ কোটি টকা বিনিয়োগ কৰিব গোড্ৰেজ এগ্ৰভেটে দুগ্ধৰ ক্ষমতা তেলপাম সমৰ্থন নেটৱৰ্ক বৃদ্ধিৰ বাবে

অন্ধ্ৰ প্ৰদেশত ৭০ কোটি টকা বিনিয়োগ কৰিব গোড্ৰেজ এগ্ৰভেটে দুগ্ধৰ ক্ষমতা তেলপাম সমৰ্থন নেটৱৰ্ক বৃদ্ধিৰ বাবে

ভাৰতৰ অন্যতম বৃহৎ বৈচিত্ৰ্যপূৰ্ণ কৃষি খাদ্য ব্যৱসায় গড্ৰেজ এগ্ৰভেট লিমিটেডে(গোড্ৰেজ এগ্ৰভেট)-এ আজি অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ সৈতে এক অ-বাধ্যতামূলক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই বুজাবুজি চুক্তিৰ অধীনত প্ৰতিষ্ঠানটোৱে দুগ্ধ ব্যৱসায়ত দুগ্ধ সংসাধন আৰু মূল্য সংযোজিত সামগ্ৰীৰ ক্ষমতা সম্প্ৰসাৰণৰ বাবে ৭০ কোটি টকা বিনিয়োগ কৰিব আৰু নতুন সমাধান কেন্দ্ৰ– তৈল পাম কৃষকৰ বাবে একক সমাধান কেন্দ্ৰ  স্থাপন কৰিব। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, গড্ৰেজ এগ্ৰভেটৰ এমডি তথা চিইঅ' সুনীল কাটাৰিয়া আৰু গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ কৰ্পৰেট পৰিক্ৰমাৰ গ্ৰুপ অধ্যক্ষ ৰাকেশ স্বামীৰ উপস্থিতিত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।  এই উপলক্ষে নিজৰ অভিমত প্ৰকাশ কৰি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে কয় যে, "আমাৰ চহা কৃষকসকলৰ…
Read More
ইথিঅ’পিয়ালৈ ক্ষুধামুক্ত বিশ্ব পদক্ষেপৰ সম্প্ৰসাৰণ মালাবাৰ গল্ড এণ্ড ডায়মণ্ডছৰ, বিশ্বব্যাপী প্ৰভাৱৰ সম্প্ৰসাৰণ 

ইথিঅ’পিয়ালৈ ক্ষুধামুক্ত বিশ্ব পদক্ষেপৰ সম্প্ৰসাৰণ মালাবাৰ গল্ড এণ্ড ডায়মণ্ডছৰ, বিশ্বব্যাপী প্ৰভাৱৰ সম্প্ৰসাৰণ 

ভাৰতৰ আগশাৰীৰ গহনা খুচুৰা বিক্ৰেতা তথা বিশ্বৰ পঞ্চম বৃহত্তম মালাবাৰ গল্ড এণ্ড ডাইমণ্ডছে ইথিঅ'পিয়ালৈ নিজৰ ফ্লেগশ্বিপ হাংগাৰ ফ্ৰী ৱৰ্ল্ড(ক্ষুধামুক্ত বিশ্ব) পদক্ষেপৰ বিশ্বব্যাপী সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে। ভাৰত আৰু জাম্বিয়াত সফল ৰূপায়ণৰ পিছত এই কাৰ্যসূচীয়ে শিশুসকলক দৈনিক খাদ্য আৰু শৈক্ষিক সহায় প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে, ২০২৬ চনৰ ভিতৰত ইথিঅ'পিয়াত ১০,০০০ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ৮৬৪,০০০ মাৰ্কিন ডলাৰৰ বিনিয়োগ কৰিব। ডুবাই গল্ড চৌকৰ মালাবাৰ আন্তঃৰাষ্ট্ৰীয় হাবত এই ঘোষণা কৰা হৈছিল, য'ত উপাচাৰ্য আব্দুল চালাম কে পিয়ে ডুবাইত ইথিঅপিয়াৰ কনছুল জেনেৰেল এইচ ই আছমেলাছ বেকেলেক লেটাৰ অৱ ইনটেণ্ট(অভিপ্ৰায় পত্ৰ) অৰ্পণ কৰে। আব্দুল চালাম কে পিয়ে কয় যে, "ইথিঅ'পিয়ালৈ এই কাৰ্যসূচী সম্প্ৰসাৰণ কৰাটো ক্ষুধা নিৰ্মূল আৰু…
Read More
শিশু, মাতৃ আৰু পৃথিৱীখনৰ বাবে উত্তম : নতুন ব্ৰেণ্ডিং, উন্নত ফৰ্মুলেচন আৰু বহনক্ষম পেকেজিংসহ সামগ্ৰী মুকলি কৰিছে জনছন’ছ বেবীয়ে

শিশু, মাতৃ আৰু পৃথিৱীখনৰ বাবে উত্তম : নতুন ব্ৰেণ্ডিং, উন্নত ফৰ্মুলেচন আৰু বহনক্ষম পেকেজিংসহ সামগ্ৰী মুকলি কৰিছে জনছন’ছ বেবীয়ে

অভিভাৱকত্বৰ জগতখন বিকশিত হৈছে। আজিৰ অভিভাৱকসকলে নিজৰ সৰু ল’ৰা-ছোৱালীৰ বাবে কৰা বাছনিৰ ক্ষেত্ৰত অধিক অৱগত আৰু ইচ্ছাকৃত হৈছে। ব্যস্ত জীৱনৰ মাজত, গা ধোৱা আৰু মালিচ কৰাৰ দৰে দৈনন্দিন মুহূৰ্তবোৰ এতিয়াও বন্ধনৰ বাবে প্ৰশংসনীয়। এই বান্ধোনৰ মুহূৰ্তসমূহক সমৰ্থন আৰু বৃদ্ধি কৰিবলৈ বিশ্বৰ ১ নম্বৰ বেবী কেয়াৰ ব্ৰেণ্ড জনছন’ছ বেবীয়ে নতুন পিতৃ-মাতৃৰ উদীয়মান প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ আৰু শিশুৰ সুক্ষ্ম ছাল আৰু চুলিক সুৰক্ষিত কৰিবলৈ ডিজাইন কৰা উন্নত ছাল-বিজ্ঞান ভিত্তিক প্ৰস্তুতি আৰু নতুন বহনক্ষম পেকেজিঙৰ সৈতে নিজৰ সামগ্ৰীসমূহ উন্নীত কৰিছে। “মূল্যৱান বস্তুক সুৰক্ষিত কৰা”ৰ প্ৰতিশ্ৰুতি অনুসৰি জনছন’ছ বেবীয়ে অনিল আৰু সোণম কাপুৰৰ সৈতে নিজৰ ‘ইটছ পিউৰ লাভ’ অভিযান মুকলি কৰি এই অমল বান্ধোনৰ…
Read More

গড্ৰেজ বঁটাৰে মুম্বাই লিটফেষ্ট ২০২৫ৰ সামৰণি, সৃষ্টিশীলতা আৰু অন্তৰ্ভুক্তিক উদযাপন

ভাৰতৰ সাংস্কৃতিক আৰু সাহিত্যিক ৰাজধানী হিচাপে চহৰখনৰ স্থান সুদৃঢ় কৰি দেওবাৰে গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে উপস্থাপন কৰা লিটাৰেচাৰ লাইভ! মুম্বাই লিটফেষ্টৰ ১৬ সংখ্যক সংস্কৰণৰ সফলতাৰে সামৰণি পৰে। তিনিটা আকৰ্ষণীয় দিনত এই মহোৎসৱত ভাৰত আৰু বিশ্বৰ ১২০তকৈ অধিক বিখ্যাত লেখক, চিন্তাবিদ, আৰু শিল্পীক একত্ৰিত হৈছিল।গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নাদিৰ গড্ৰেজে কয় যে, "সাহিত্যৰ আমাৰ সময়ৰ সাৰাংশ বিতৰণ কৰা, প্ৰশ্ন কৰা, সান্ত্বনা দিয়া আৰু সংযোগ স্থাপন কৰাৰ ক্ষমতা আছে। লিটাৰেচাৰ লাইভ! দ্য মুম্বাই লিটফেষ্টৰ জৰিয়তে আমি কেৱল গল্প আৰু ধাৰণাকেই নহয়, উদ্ভাৱন আৰু অগ্ৰগতিৰ সূচনা কৰা কৌতুহলৰ মনোভাৱক উদযাপন কৰোঁ। প্ৰতিটো সংস্কৰণে আমাৰ এই বিশ্বাসক শক্তিশালী কৰে যে, সৃষ্টিশীলতা, সেয়া…
Read More

জাৰ্মানীৰ এগ্ৰিটেকনিকা ২০২৫-ত “ট্ৰেক্টৰ অৱ দ্য ইয়ৰ (টিঅ’টিৱাই)” বহনক্ষম শ্ৰেণীৰ শীৰ্ষ ৫ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত টাফে ট্ৰেক্টৰছ ইভি

বিশ্বৰ অন্যতম বৃহৎ ট্ৰেক্টৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান টাফে- ট্ৰেক্টৰ এণ্ড ফাৰ্ম ইকুইপমেণ্ট লিমিটেডে পৰৱৰ্তী প্ৰজন্মৰ হাইব্ৰিড আৰু ইলেক্ট্ৰিক ট্ৰেক্টৰৰ উদ্ভাৱনেৰে এগ্ৰিটেকনিকা ২০২৫ত শক্তিশালী স্থান দখল কৰিছে। প্ৰতিষ্ঠানটোৰ টাফে ইভি২৮ বৈদ্যুতিক ট্ৰেক্টৰখন বহনক্ষম ট্ৰেক্টৰ শ্ৰেণীৰ অধীনত সন্মানীয় "ট্ৰেক্টৰ অৱ দ্য ইয়েৰ (টিঅ'টিৱাই) ২০২৬" বঁটাৰ শীৰ্ষ ৫গৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত স্থান লাভ কৰে। বিশ্বজনীন অনুষ্ঠানত টাফেই নিজৰ উন্নত হাইব্ৰিড মডেল তাফে এভিএক্স৭৫ উন্মোচন কৰে, য’ত ইউৰোপীয় ইউনিয়নৰ ষ্টেজ ভি ডিজেল ইঞ্জিন আৰু ৪০০ ভি ইলেক্ট্ৰিক বেটাৰী চিষ্টেমৰ সৈতে ৭৫ এইচপি হাইব্ৰিড পাৱাৰট্ৰেইন আছে। ট্ৰেক্টৰখনে বৈদ্যুতিক আৰু হাইব্ৰিড দুয়ো ধৰণৰ কাম কৰিব পাৰে, যিয়ে নমনীয়তা, নিৰ্গমন হ্ৰাস আৰু উচ্চ ইন্ধন কাৰ্যক্ষমতা প্ৰদান কৰে। টাফেই…
Read More