Business Bureau

2823 Posts
হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই গুৱাহাটীত আৰম্ভ কৰিলে পথ সুৰক্ষা সজাগতা অভিযান

হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই গুৱাহাটীত আৰম্ভ কৰিলে পথ সুৰক্ষা সজাগতা অভিযান

হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই গুৱাহাটীত এক সজাগতা অভিযানেৰে দেশজোৰা পথ সুৰক্ষাৰ পদক্ষেপ আগবঢ়াই নিছে। এই সজাগতা অভিযানৰ জৰিয়তে আৰ্মী পাব্লিক স্কুলৰ ২৪০০ৰো অধিক শিক্ষাৰ্থীক জড়িত কৰি শিক্ষণ, পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰু ৰাজপথত ভাগ-বতৰা কৰা দায়িত্বৰ বাবে এক মুকলি মঞ্চ সৃষ্টি কৰে। এই অভিযানত গাঁথনিগত অধিবেশনৰ জৰিয়তে পথৰ আচৰণৰ ব্যৱহাৰিক বুজাবুজি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল য’ত অংশগ্ৰহণকাৰীসকলক নিৰাপদ ৰাইডিং পদ্ধতিৰ মৌলিক দিশ, যান-বাহন অনুশাসনৰ গুৰুত্ব আৰু দৈনন্দিন যাতায়তত সজাগতাৰ ভূমিকাৰ সৈতে পৰিচয় কৰাই দিয়া হৈছিল। এই অনুষ্ঠানসমূহে অংশগ্ৰহণকাৰীসকলক পথ সুৰক্ষাক কেৱল নিয়মাৱলী হিচাপে নহয়, ব্যক্তিগত আৰু সামূহিক কল্যাণৰ ওপৰত প্ৰভাৱ পেলোৱা দৈনন্দিন অভ্যাস হিচাপে লক্ষ্য কৰিলৈ উৎসাহিত…
Read More
গুৱাহাটীত কেন্সাৰ কেয়াৰৰ বাবে এডভান্স ৰেডিয়চন থেৰাপি চিষ্টেমৰ উদ্বোধন

গুৱাহাটীত কেন্সাৰ কেয়াৰৰ বাবে এডভান্স ৰেডিয়চন থেৰাপি চিষ্টেমৰ উদ্বোধন

উত্তৰ পূবত কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে ডাঃ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটে কেইবাটাও অত্যাধুনিক ৰেডিয়’থেৰাপী আৰু ডাইগ্নষ্টিক চিষ্টেম উদ্বোধন কৰি নিজৰ ৰেডিয়’চন অংক’লজী ক্ষমতাৰ এক গুৰুত্বপূৰ্ণ উন্নতি সাধন কৰে।নতুনকৈ উদ্বোধন কৰা সুবিধাসমূহৰ ভিতৰত আছে চিটি চিমুলেটৰ, টিএলডি ৰিডাৰ, চিনাৰ্জি লিনিয়াৰ এক্সিলেটৰৰ উন্নীতকৰণ, আৰু ছাৰ্ফেচ গাইডেড ৰেডিঅ’থেৰাপি (এছজিআৰটি) চিষ্টেম। উত্তৰ- পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী আৰু কৰ্কট ৰোগৰ যত্নক আগুৱাই নিয়াৰ দিশত দায়বদ্ধতাৰ অংশ হিচাপে এছ বি আই ফাণ্ডছ মেনেজমেণ্ট লিমিটেড ( এছবিআইএফএমএল) এই সঁজুলি আৰু উন্নীতকৰণৰ সহযোগিতা আগবঢ়াইছে। এছ বি আই ফাণ্ডছ মেনেজমেণ্ট লিমিটেডৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া নন্দ কিশোৰৰ লগতে প্ৰতিষ্ঠানটোৰ অন্যান্য বিশিষ্ট বিশিষ্ট…
Read More
মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই বলেৰ’ কেম্পাৰ আৰু বলেৰ’ পিক-আপ ৰেঞ্জৰ সতেজ সংস্কৰণ মুকলি কৰিছে

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই বলেৰ’ কেম্পাৰ আৰু বলেৰ’ পিক-আপ ৰেঞ্জৰ সতেজ সংস্কৰণ মুকলি কৰিছে

ভাৰতৰ ১নং পিকআপ ব্ৰেণ্ড বলেৰ' পিক-আপ নিৰ্মাতা মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই আজি বলেৰ' কেম্পাৰ আৰু বলেৰ' পিক-আপ ৰেঞ্জৰ সতেজ সংস্কৰণ মুকলি কৰিছে। অধিক সুবিধা সন্নিৱিষ্ট কৰাৰ লগতে আৰাম বৃদ্ধি কৰাৰ বাবে ব্যৱহাৰিক বৈশিষ্ট্যৰ লগতে নিৰ্বাচিত প্ৰকাৰত আইমেক্সএক্স প্ৰযুক্তিৰ সৈতে এক আকৰ্ষণীয় ফ্ৰণ্ট ডিজাইন অন্তৰ্ভুক্ত কৰা হৈছে। বলেৰ' কেম্পাৰ: বাহনখনত উন্নত আইমেক্স টেলিমেটিক্স সেৱাৰ দ্বাৰা চালিত সংযুক্ত প্ৰযুক্তি আছে যি বাস্তৱ-সময়ৰ বাহনৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে, যিয়ে উন্নত কাৰ্যকৰী দক্ষতা আৰু স্মাৰ্টাৰ ফ্ৰিট মেনেজমেণ্টৰ প্ৰচাৰ কৰে।  ইয়াৰ লগতে বাহনখনে নতুন ডেকেল, শৰীৰ(বডী)ৰ ৰঙৰ অ'আৰভিএম আৰু দুৱাৰৰ হেণ্ডেলৰ সৈতে এক নতুন ৰূপ প্ৰদান কৰিছে।  উন্নত আৰামদায়ক বৈশিষ্ট্যসমূহৰ ভিতৰত আছে পিছফালৰ আসনসমূহত হেডৰেষ্ট, এয়াৰ কণ্ডিচনাৰ…
Read More
প্ৰকৃত সুস্থতাৰ লক্ষ্য: এই বছৰ কেনেকৈ বাস্তৱিক ‘সুস্থতা’ ৰুটিন গঢ়ি তুলিব পাৰি

প্ৰকৃত সুস্থতাৰ লক্ষ্য: এই বছৰ কেনেকৈ বাস্তৱিক ‘সুস্থতা’ ৰুটিন গঢ়ি তুলিব পাৰি

টেটলীয়ে এল-কাৰ্নিটিন সংযোজিত গ্ৰীণ টি স্লিম কেয়াৰ ৰেঞ্জ উন্মোচন কৰিছে। এই শেহতীয়া পদক্ষেপৰ লক্ষ্য হৈছে সুষম আহাৰ আৰু নিয়মিত শাৰীৰিক ব্যায়ামৰ সৈতে মিলাই ওজন নিয়ন্ত্ৰণ আৰু সামগ্ৰিক সুস্থতা সমৰ্থন কৰা এক সহজ, দৈনন্দিন বিকল্প গ্ৰাহকৰ বাবে আগবঢ়োৱা। নতুন ৰেঞ্জত উৎকৃষ্ট গ্ৰীণ টিৰ এণ্টিঅ’ক্সিডেণ্টৰ সৈতে এল-কাৰ্নিটিন সংমিশ্ৰণ কৰা হৈছে আৰু ইয়াক স্বল্পম্যাদী সমাধান হিচাপে নহয়, বৰং দৈনন্দিন জীৱনচৰ্যাৰ এক ব্যৱহাৰিক অংশ হিচাপে উপস্থাপন কৰা হৈছে। এই পণ্য বৰ্তমান দুটা স্বাদত উপলব্ধ — লেমন এণ্ড হানি, আৰু জিঞ্জাৰ, মিন্ট এণ্ড লেমন — যিবোৰ দিনৰ বিভিন্ন সময়ত সেৱন কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। লেমন এণ্ড হানিক ৰাতিপুৱাৰ মাজভাগত বা দুপৰীয়া চেনিযুক্ত পানীয়ৰ বিকল্প…
Read More
মহাৰাষ্ট্ৰৰ ৯খন কপাহ খেতি কৰা জিলাৰ ৫০০০+ মহিলা কৃষকক সৱলীকৰণৰ বাবে মহাৰাষ্ট্ৰ ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ সৈতে সহযোগিতা গড্ৰেজ এগ্ৰ’ভেটৰ

মহাৰাষ্ট্ৰৰ ৯খন কপাহ খেতি কৰা জিলাৰ ৫০০০+ মহিলা কৃষকক সৱলীকৰণৰ বাবে মহাৰাষ্ট্ৰ ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ সৈতে সহযোগিতা গড্ৰেজ এগ্ৰ’ভেটৰ

গড্ৰেজ এগ্ৰ’ভেট লিমিটেডে মহাৰাষ্ট্ৰৰ ৯খন প্ৰধান কপাহ উৎপাদনকাৰী জিলাৰ ৫,০০০ৰো অধিক মহিলা কৃষকৰ সবলীকৰণৰ বাবে মহাৰাষ্ট্ৰ ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান(এমএছআৰএলএম-ইউএমইডি)ৰ সৈতে তিনি বছৰীয়া অংশীদাৰিত্বৰ কথা সোমবাৰে ঘোষণা কৰিছে। ৰাষ্ট্ৰসংঘই ২০২৬ চনক মহিলা কৃষকৰ আন্তঃৰাষ্ট্ৰীয় বৰ্ষ হিচাপে ঘোষণা কৰাৰ সময়ছোৱাত এই সহযোগিতা আগবঢ়াইছে, য’ত কৃষিক্ষেত্ৰত মহিলাৰ ভূমিকা শক্তিশালী কৰা আৰু গ্ৰাম্য জীৱিকাৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ১৯ জানুৱাৰীত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ অধীনত গড্ৰেজ এগ্ৰ’ভেট লিমিটেডে মহাৰাষ্ট্ৰ ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি মহিলা কৃষকসকলৰ মাজত উন্নত কৃষি পদ্ধতি আৰু সংহত কীট ব্যৱস্থাপনাক প্ৰসাৰিত কৰিব। প্ৰথম বছৰত এই কাৰ্যসূচীয়ে নাগপুৰ, অমৰাৱতী, য়ৱটমল, ৱাছিম, পাৰৱনি, জলগাঁও, বীড়, আকোলা আৰু…
Read More
স্কোডা অটো-ই ভাৰতত মুকলি কৰিলে নতুন কুশ্বাক

স্কোডা অটো-ই ভাৰতত মুকলি কৰিলে নতুন কুশ্বাক

স্কোডা অটো ইণ্ডিয়াই মঙলবাৰে ভাৰতীয় বজাৰত নতুন কুশ্বাক বাহনখন মুকলি কৰি ভাৰতীয় পথসমূহৰ বাবে ইউৰোপীয় প্ৰযুক্তিক সুলভ কৰাৰ কৌশল শক্তিশালী কৰিছে। উন্নীত কৰি মুকলি কৰা এছইউভিখনৰ প্ৰি-বুকিং কোম্পানীটোৰ অফিচিয়েল ৱেবছাইটত ১৫,০০০ টকাত মুকলি কৰা হৈছে, ২০২৬ চনৰ মাৰ্চ মাহৰ শেষৰ ফালে ডেলিভাৰী আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। নতুন কুশ্বাকত কেইবাটাও ছেগমেণ্ট-প্ৰথম বৈশিষ্ট্য মুকলি কৰা হৈছে, যাৰ ভিতৰত ১.০ টিএছআই ইঞ্জিনৰ সৈতে সংযোগ কৰা সম্পূৰ্ণ নতুন ৮ স্পীড টৰ্ক কনভাৰ্টাৰ অটোমেটিক আৰু ছয় স্পীড মেনুৱেল আৰু ১.৫ টিএছআইৰ সৈতে সাত স্পীড ডিএছজি অন্যতম। এছইউভিখনে পেনোৰামিক ছানৰুফ, পিছফালৰ আসনৰ মাছাজ ফাংচন আৰু বেছ ভেৰিয়েণ্টৰ পৰা ষ্টেণ্ডাৰ্ড হিচাপে আগবঢ়োৱা বহুতো বৈশিষ্ট্য যেনে-এলয় হুইল, এলইডি…
Read More
নিছানৰ ভাৰতৰ যোগাযোগ বিভাগৰ মুৰব্বী হিচাপে নিযুক্তি গগন মংগলক

নিছানৰ ভাৰতৰ যোগাযোগ বিভাগৰ মুৰব্বী হিচাপে নিযুক্তি গগন মংগলক

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ গগন মংগলক ১২ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ যোগাযোগ বিভাগৰ মুৰব্বী হিচাপে নিযুক্তি দিছে। গুৰুগ্ৰামক কেন্দ্ৰ কৰি মংগলে এনএমআইপিএলৰ হৈ যোগাযোগ ক্ষেত্ৰখনৰ নেতৃত্ব দিব, আন্তঃৰাষ্ট্ৰীয় যোগাযোগৰ উপাধ্যক্ষা কেথেৰিন জাচাৰীক প্ৰতিবেদন দিব আৰু এনএমআইপিএলৰ পৰিচালন সঞ্চালক সৌৰভ বৎসৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব। নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সৌৰভ বৎসই এই বিষয়ে সদৰি কৰি কয় যে, "গগন মংগলক নিছান মটৰ ইণ্ডিয়ালৈ স্বাগতম জনাবলৈ আমি অতিশয় আনন্দিত হৈছোঁ। তেখেতে গভীৰ স্বয়ংচালিত যোগাযোগ দক্ষতা আৰু ভাৰতীয় সংবাদ মাধ্যমৰ দৃশ্যপটৰ এক নতুন মাত্ৰা কঢ়িয়াই আনিব।" ভক্সৱেগন ইণ্ডিয়া এৰি মংগলে নিছানত যোগদান কৰিছে, য’ত তেওঁ প্ৰেছ এণ্ড মাৰ্কেটিং কমিউনিকেচনৰ নেতৃত্ব বহন কৰি…
Read More
ৰুকাম কেপিটেল ষ্টাডি – বিয়ণ্ড মেট্ৰ’: দ্য ৰিয়েল ষ্ট’ৰী অৱ ইণ্ডিয়াছ নেক্সট ৫০০ মিলিয়ন

ৰুকাম কেপিটেল ষ্টাডি – বিয়ণ্ড মেট্ৰ’: দ্য ৰিয়েল ষ্ট’ৰী অৱ ইণ্ডিয়াছ নেক্সট ৫০০ মিলিয়ন

ভাৰতৰ উপভোগৰ কাহিনী এতিয়া কেৱল মেট্ৰ’ চহৰতে সীমাৱদ্ধ হৈ থকা নাই, টায়াৰ ২ আৰু টায়াৰ ৩ চহৰ আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ চহৰসমূহে দেশৰ পৰৱৰ্তী পৰ্যায়ৰ বিকাশ গঢ় দিছে বুলি ৰুকাম কেপিটেলে প্ৰকাশ কৰা শেহতীয়া গ্ৰাহক অধ্যয়নত প্ৰকাশ পাইছে। বিয়ণ্ড মেট্ৰ’ছ: দ্য ৰিয়েল ষ্টৰী অৱ ভাৰত'ছ নেক্সট ৫০০ মিলিয়ন শীৰ্ষক এই প্ৰতিবেদনত দেখা গৈছে যে, ভাৰতৰ ৮৪–৮৯% গ্ৰাহকে এতিয়া হোৱাটছএপক প্ৰাথমিক ডিজিটেল প্লেটফৰ্ম হিচাপে ব্যৱহাৰ কৰে, যিয়ে যোগাযোগ, সামগ্ৰী অন্বেষণ, আনকি বাণিজ্য ক্ষেত্ৰকো সামৰি লৈছে। এই অধ্যয়নে প্ৰভাৱ আৰু সিদ্ধান্ত গ্ৰহণৰ স্পষ্ট পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰিছে। সমল সৃষ্টিকৰ্তাসকলে বিশ্বস্ত কণ্ঠস্বৰ হিচাপে চেলিব্ৰিটিসকলক অতিক্ৰম কৰিছে, ২২–২৩% গ্ৰাহকে কণ্টেণ্ট ক্ৰিয়েটৰৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰশীল, আনহাতে…
Read More
এআই + স্মাৰ্টফোন-এ উন্মোচন কৰিলে  নতুন স্মাৰ্টৱাশ্ব ‘নোভাৱাশ্ব’

এআই + স্মাৰ্টফোন-এ উন্মোচন কৰিলে  নতুন স্মাৰ্টৱাশ্ব ‘নোভাৱাশ্ব’

স্বাস্থ্য, সুৰক্ষা আৰু ব্যক্তিগত শৈলীৰ মাজেৰে সংযুক্ত ডিভাইচ পৰ্টফলিঅ' শক্তিশালী কৰাৰ লক্ষ্যৰে এআই + স্মাৰ্টফোন-এ মঙলবাৰে উন্মোচন কৰিলে  নতুন স্মাৰ্টৱাশ্ব 'নোভাৱাশ্ব'। ২০২৬ চনৰ প্ৰথম ত্ৰৈমাসিকত দেশজুৰি মুকলি হ’বলগীয়া এই ছিৰিজে এক সংযুক্ত প্ৰজন্মৰ বাবে ফেশ্বন-ফৰৱাৰ্ড ডিজাইনৰ সৈতে ব্যৱহাৰিক উপযোগিতা মিশ্ৰণ কৰাৰ বাবে ব্ৰেণ্ডটোৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে। নোভাৱাশ্ব ৰেঞ্জত আছে এক্টিভ, ৱেয়াৰবাডছ, কিডছ জিঅ’ ফেন্সিং ৪জি ৱাশ্ব আৰু এটা ৰোটেট(ঘূৰ্ণনশীল) কেমেৰাৰ সৈতে উদ্যোগৰ প্ৰথম ৰোটেটকেম ৪জি এলটিই ৱাশ্ব। প্ৰতিটো মডেল নিৰ্দিষ্ট ব্যৱহাৰৰ ক্ষেত্ৰৰ বাবে ডিজাইন কৰা হৈছে, যিয়ে দৈনন্দিন স্বাস্থ্য অনুসৰণ, পৰিয়ালৰ সুৰক্ষা আৰু ষ্টাইল-কেন্দ্ৰিক ব্যক্তিগত প্ৰকাশক সামৰি লৈছে। এক্টিভে ব্যৱহাৰ কৰাত সহজ ফৰ্মেটত প্ৰয়োজনীয় সুস্থতা পৰিমাপত গুৰুত্ব দিয়াৰ লগতে ৱেৰবাডছে…
Read More
ব্যয়সাধ্য ১,০২৫ টকাৰ প্ৰিমিয়ামত বাজাজ জেনেৰেল ইঞ্চিউৰেঞ্চৰ বৈপ্লৱিক পদক্ষেপ: গৰ্ভস্থ শিশুৰ স্বাস্থ্য সুৰক্ষাৰ বাবে মুকলি কৰিলে ফিটেল ফ্লৰিশ্ব

ব্যয়সাধ্য ১,০২৫ টকাৰ প্ৰিমিয়ামত বাজাজ জেনেৰেল ইঞ্চিউৰেঞ্চৰ বৈপ্লৱিক পদক্ষেপ: গৰ্ভস্থ শিশুৰ স্বাস্থ্য সুৰক্ষাৰ বাবে মুকলি কৰিলে ফিটেল ফ্লৰিশ্ব

বাজাজ জেনেৰেল ইঞ্চুৰেন্স লিমিটেডে মঙলবাৰে ভ্রূণৰ স্বাস্থ্য আৰু উন্নত গৰ্ভাশয়ৰ চিকিৎসাক সমৰ্থন কৰাৰ বাবে বিশেষভাৱে ডিজাইন কৰা এক অগ্ৰণী বীমা ৰাইডাৰ ফিটল ফ্ল’ৰিছ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি ১,০২৫ টকাৰ সুলভ প্ৰিমিয়ামতে উপলব্ধ। ১৪ জানুৱাৰীত পুণেত উন্মোচন কৰা নতুন ৰাইডাৰ ফিটল ফ্ল’ৰিছে সাধাৰণতে মানসম্পন্ন পলিচীৰ পৰা বাদ পৰা বিশেষ ভ্ৰুণজনিত প্ৰক্ৰিয়াবোৰ সামৰি লৈ প্ৰসৱ বীমাৰ দীৰ্ঘদিনীয়া ব্যৱধানসমূহ নোহোৱা কৰিবলৈ প্ৰয়াস কৰিছে।  এই অফাৰ বীমাকৰ্তাৰ ধ্বজাবাহী প্ৰডাক্ট-মাই হেলথ কেয়াৰ প্লেন আৰু হেলথ গাৰ্ড-ৰ সৈতে এড-অন হিচাপে উপলব্ধ আৰু ই ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ মহিলাৰ বাবে প্ৰযোজ্য। ফিটল ফ্লোৰিছে পলিচী আৰম্ভ হোৱাৰ পৰা ৯ মাহৰ ৱেটিং পিৰিয়িডৰ সৈতে আধাৰ স্বাস্থ্য…
Read More